ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Uncategorized

Category

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ সমীপৰ এখন বাৰত দেওবাৰে পুৱতি নিশা অচিনাক্ত বন্দুকধাৰীয়ে কৰা গুলীচালনাত অতি কমেও ৯ জন লোকৰ মৃত্যু হয়। চহৰখনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত বেকাৰছডাল নামৰ সোণখনি এলেকাটোৰ এখন বাৰত নিশা প্ৰায় ১ বজাত প্ৰায় ১২ জনীয়া এটা দুৰ্বৃত্তৰ দলে এই আক্ৰমণ চলায়। এই ঘটনাত আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়।...
Read More
অভিনেতা অৰ্জুন ৰামপালে ৰিয়া চক্ৰৱৰ্তীৰ প’ডকাষ্টত নিজৰ দীৰ্ঘদিনীয়া সংগী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে তেওঁৰ বাগদান নিশ্চিত কৰিছে। এই ডাঙৰ ঘোষণাটো  প’ডকাষ্টত তেওঁলোকৰ বিবাহৰ বিষয়ে আলোচনা কৰাৰ সময়ত কৰা হয়। কোনো ডাঙৰ অনুষ্ঠান বা জকজমকতা অবিহনে কৰা বাগদানৰ খবৰে তৎক্ষণাত ইণ্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। ২০১৮ চনৰ পৰা একেলগে থকা ৰামপাল আৰু ডেমেট্ৰিয়াডেছে দুটা সন্তানৰ সৈতে এক...
Read More
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন ছয়জনৰ বিৰুদ্ধে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত (কেছ নম্বৰ ৬৮/২০২৫) মানহানিৰ অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ ৰ প্ৰস্তাৱিত বিকল্প পথৰ সমালোচনা আৰু ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই মানহানিৰ গোচৰ তৰা হৈছে। এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে এই...
Read More
কংগ্ৰেছ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভূমিকা আৰু আদৰ্শ ধ্বংস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ দিল্লীৰ জৱাহৰ ভৱনত নেহৰু চেণ্টাৰ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ তেওঁ এই অভিযোগ উত্থাপন কৰে। ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে স্বাধীনতা সংগ্ৰামত নেহৰুৰ ভূমিকা আৰু আধুনিক...
Read More
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ বুলি গণ্য কৰিব নোৱাৰি। এই যুক্তিৰ ওপৰত ভিত্তি কৰি আদালতে আবেদনকাৰীৰ আবেদন নাকচ কৰে। মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ মছজিদ গৌছিয়াত নামাজৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰা হৈছিল।...
Read More
এক দীঘলীয়া প্ৰতিবাদ তথা উত্তপ্ত পৰিস্থিতিৰ অন্তত অৱশেষত তেজপুৰ বিশ্ববিদ্যালয়ে জ্যেষ্ঠ অধ্যাপক ড°ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বৃহস্পতিবাৰে নিশা ভাৰপ্ৰাপ্ত উপাচাৰ্য (Acting Vice Chancellor) হিচাপে নিযুক্তি দিয়ে। তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পিছতহে চৌহদৰ ক্ৰমবৰ্ধমান উত্তেজনা স্বাভাৱিক হ’ব বুলি আশা কৰা হৈছে। বিশ্ববিদ্যালয় খনৰ পৰিস্থিতি লৈ লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জ্যেষ্ঠ অধ্যাপক ড° ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য...
Read More
বুধবাৰে এফ আই এইচ জুনিয়ৰ মহিলা বিশ্বকাপৰ অভিযানত ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে দ্বিতীয়খন খেলত জাৰ্মানীৰ বিৰুদ্ধে ১-৩ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ হিনা বানোৱে একমাত্ৰ গ’লটো দিয়ে। জাৰ্মানীৰ হৈ লেনা ফ্ৰেৰিচ (৫’), এনিকা শ্ব’নহফ (৫২’) আৰু মাৰ্টিনা ৰেইজেনেগাৰে (৫৯’) এটা এটাকৈ গ’ল কৰে। প্ৰতিযোগিতাখনৰ আৰম্ভণি আছিল উচ্চ তীব্ৰতাৰ, দুয়োটা দলেই আৰম্ভণিতে নিজৰ আধিপত্য প্ৰকাশ...
Read More
এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ একাধিক ঠিকনাত ধনৰ পাহাৰ! মঙলবাৰে পুৱা বলৱৎকাৰী সঞ্চালকালয়ে (ED) ৰাঁচীৰ বাসিন্দা চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) নৰেশকুমাৰ কেজৰিৱালৰ ঘৰত তালাচী চলায়। ফ‘ৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট (FEMA) ৰ অধীনত চলা এই তদন্তত কমেও ৯০০ কোটি টকাৰ অনাদায়ী বিদেশী সম্পত্তিৰ সম্ভেদ পোৱা গৈছে। ৰাঁচীৰ লগতে তেওঁলোকে মহাৰাষ্ট্ৰৰ মুম্বাই আৰু গুজৰাটৰ চুৰাটৰ একাধিক ঠিকনাতো তালাচী চলাই আছে।...
Read More

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources