ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
শীর্ষ সংবাদ

Category

অষ্ট্ৰিলয়াৰ কুইন্সলেণ্ডত ২৪ বছৰীয়া যুৱতী টয়াহ কৰ্ডিংলিক হত্যাত দোষী সাব্যস্ত হোৱা হত্যাকাৰী ভাৰতীয় ৰাজৱিন্দৰ সিঙক মঙলবাৰে ২৫ বছৰৰ নন-পেৰ’লৰ সৈতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ৪১ বছৰীয়া সিঙে সাত বছৰ পূৰ্বে সুদূৰ উত্তৰ কুইন্সলেণ্ডৰ ৱাংগেট্টি বিচত কৰ্ডিংলিক ছুৰীৰে হানি খুচি হত্যা কৰাৰ পিছত ভাৰতলৈ পলায়ন কৰে আৰু চাৰি বছৰ আত্মগোপন কৰি থাকে। ২০১৮ চনৰ...
Read More
ধাৰাবাহিকভাৱে বিমান বাতিল, যাত্ৰীৰ দুৰ্ভোগ আৰু ব্যৱস্থাগত বিশৃংখলতা! দেশৰ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ কাৰণ দৰ্শাৱলৈ দিয়া জাননীৰ উত্তৰ দিছে ইণ্ডিগোৱে। কিন্তু জানিব পৰা মতে কোম্পানীয়ে দিয়া ব্যাখ্যাত সন্তুষ্ট নহয় তদন্ত সমিতি। সেয়ে, এইবাৰ তেওঁলোকে ডাঙৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে। কোম্পানীটোৰ চিইঅ’ পিটাৰ এলবাৰ্ছ আৰু চিঅ’অ’ ইচিড্ৰে পৰ্কেবাৰক তলব কৰা হ’ব পাৰে, আৰু তাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে।...
Read More
গোৱাৰ ‘বাৰ্চ বাই ৰোমিঅ’ লেন নাইটক্লাব’ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এক বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। নাইটক্লাবটোৰ মালিক গৌৰৱ আৰু সৌৰভ লুথৰাই হেনো দেশ এৰি পলাই গৈছে। তদন্ত আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে দিল্লীৰ পৰা ইণ্ডিগ’ৰ 6E 1073 বিমানত উঠি পোনে পোনে থাইলেণ্ডৰ ফুকেটলৈ উৰি যায়, এই তথ্য ইমিগ্ৰেছনৰ সূত্ৰৰ...
Read More
জাপানৰ উত্তৰ-পূব উপকূলত ৭.৬ প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয় আৰু হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ খালী কৰিবলৈ বাধ্য হয়। ভূমিকম্পৰ পিছতে তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি কৰ্তৃপক্ষই সম্ভাৱ্য ক্ষুদ্ৰ ভূমিকম্প আৰু ছুনামীৰ পৰা বাসিন্দাসকলক ৰক্ষা কৰিবলৈ খালী কৰাৰ নিৰ্দেশ দিয়ে। জৰুৰীকালীন সেৱাসমূহে দ্ৰুতগতিৰে আটাইতকৈ বিপদজনক উপকূলীয় অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৎক্ষণিকভাৱে...
Read More
সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। যিকোনো বয়সৰ লোকেই এতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগে শৰীৰৰ শক্তিৰ ভাৰসাম্যত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। সময়মতে উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ দীৰ্ঘদিন ধৰি তেজত শৰ্কৰাৰ মাত্ৰা বেছি হৈ থাকিলে ই হৃদযন্ত্ৰ, বৃক্ক, চকু, স্নায়ু আৰু ছালত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। তেজত শৰ্কৰাৰ মাত্ৰা...
Read More
ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী প্ৰজন্মৰ লুকাই চুৰকৈ আক্ৰমণ কৰিব পৰা যুঁজাৰু বিমান ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) কেৱল এখন যুঁজাৰু বিমানেই নহয়, ই ভাৰতৰ সামৰিক ভৱিষ্যতৰ এক নতুন কৌশল। যিকোনো যুঁজাৰু বিমানৰ প্ৰকৃত শক্তি নিৰ্ভৰ কৰে ইয়াৰ চকু বা ৰাডাৰৰ ওপৰত। সেইবাবেই এএমচিএ(AMCA)ত ব্যৱহাৰ কৰা হৈছে ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত অতি শক্তিশালী  গিএএন(GaN) ভিত্তিক এ এইএছএ(AESA)...
Read More
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। প্ৰাক-বিদ্যালয়ৰ পৰা গৱেষণা পৰ্যায়লৈকে শিক্ষাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘অষ্ট্ৰেলিয়া-ইণ্ডিয়া এডুকেশ্যন এণ্ড স্কিলছ কাউন্সিল’ (AIESC)ৰ তৃতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অন্যতম হ’ল—ভাৰতত কেম্পাছ খুলিবলৈ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ‘নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়’ক...
Read More
আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰাটো সাধাৰণ জনতাৰ বাবে সদায় এক বিৰক্তিকৰ সমস্যা আছিল। কাৰণ বেংকৰ কামেই হওক বা চৰকাৰী কামেই হওক, সকলোতে প্ৰয়োজনীয় অ’টিপি (OTP) পঞ্জীয়নভুক্ত মোবাইল নম্বৰতহে আহে। এই মোবাইল নম্বৰটো সলনি কৰিবলৈ এতিয়ালৈকে দীঘলীয়া শাৰী পাতি আধাৰ কেন্দ্ৰত থিয় হ’বলগীয়া হৈছিল। এতিয়া সেই দিনবোৰ শেষ হ’ল! অৱশেষত, দেশৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি বা...
Read More
নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিটৰ উৎপাদন গোটটো বন্ধ হৈ পৰাৰ ফলত মৰাপাট উদ্যোগটোত অচলাৱস্থাই দেখা দিছে। কলটোৰ প্ৰথম আৰু দ্বিতীয় ইউনিটৰ উৎপাদন গোটৰ দায়িত্বত থকা পশ্চিম বংগৰ চুনু এণ্টাৰপ্ৰাইজ আৰু মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বাবে এই অচলাৱস্থাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।...
Read More
লোকসভাত জাতীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উপলক্ষে ১০ ঘণ্টা ধৰি চলা আলোচনাক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হয়। কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয়ত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ৰাজনৈতিক উদ্দেশ্যত এই গীতটো ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰে যে চৰকাৰে জৱাহৰলাল নেহৰুৰ দৰে ঐতিহাসিক ব্যক্তিৰ কথা বাৰে বাৰে...
Read More
1 25 26 27 28 29 42

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources