ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
শীর্ষ সংবাদ

Category

দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদক চলিত মাহৰ শেষৰ ফালে ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ২০২০ চনৰ দিল্লী সংঘৰ্ষ গোচৰৰ শুনানিৰ সময়ত কাৰ্কাৰডুমা আদালতত এই নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ সৈতে জড়িত ওমৰ খালিদ ইউএপিএৰ অধীনত ৫ বছৰতকৈ অধিক সময় কাৰাগাৰত...
Read More
বৈভৱ সূৰ্যবংশীয়ে চৈয়দ মুস্তাক আলী ট্ৰফীত ৰান পোৱা নাছিল। ১৪ বছৰীয়া বেটছমেনগৰাকীয়ে ভাৰতীয় জাৰ্চি পিন্ধিয়েই বিধ্বংসী ৰূপ ধাৰণ কৰিলে। ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে ৫৬ টা বলতে শতক সম্পূৰ্ণ কৰিলে বৈভৱে। জুনিয়ৰ এছিয়া কাপত আমিৰশ্বাহীৰ অধিনায়ক য়ায়িন কিৰণ ৰাইয়ে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰাৰ সুযোগ...
Read More
দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে (১২ ডিচেম্বৰ) কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। শুকুৰবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। চাৰিটাকৈ ট্ৰাংকত চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ...
Read More
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে। সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই দাবী কৰা বুলি জানিব পৰা গৈছে। এই সাক্ষাৎকাৰত ছাহাবুদ্দিনে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰৰ দিনত তেওঁ ‘অপমানিত’ আৰু ‘একাষৰীয়া’ বুলিও কয়। সেইবাবেই তেওঁ পদত্যাগ কৰিব বিচাৰিছে।...
Read More
শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ লাটুৰত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা শিৱৰাজ পাটিলৰ দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৯০ বছৰ। কিছুদিনৰ পৰা তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল। তেওঁৰ মৃত্যুৱে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। পাটিল এজন অত্যন্ত সফল ৰাজনীতিবিদ আছিল। সত্তৰৰ দশকত কংগ্ৰেছ বিধায়ক হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ তেওঁ লাটুৰ লোকসভা সমষ্টিৰ সাংসদ হয়। মুঠতে তেওঁ ৭...
Read More
‘ৰুটি নাই যদি কি হ’ল? কেক খাওক!’ ফৰাচী সম্ৰাট ষোড়শ লুইৰ পত্নী ৰাণী মেৰী এণ্টোৱানেটে ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত দুখীয়া আৰু অনাহাৰে থকা প্ৰজাসকলক এই কথা কৈছিল। আজিকালি মোডী চৰকাৰৰ ইজনৰ পিছত সিজন মন্ত্ৰীৰ আচৰণেও সেই কথাষাৰ মনত পেলাই দিয়ে। ইয়াৰ উত্তম উদাহৰণ হ’ল কেন্দ্ৰই প্ৰদূষণ হ্ৰাস কৰাত বা পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাত ব্যৰ্থ হোৱা। তথাপিও...
Read More
ভাগ্যৰ চকৰি ঘূৰাই টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। কিন্তু সেইটোৱেও মেচখনত জয়ী কৰাব নোৱাৰিলে। অথলে গ’ল তিলক ভাৰ্মাৰ যুঁজ । দক্ষিণ আফ্ৰিকাৰ দুৰন্ত ছন্দত ওচৰত হাৰ মানিলে টিম ইণ্ডিয়াই। বৃহস্পতিবাৰে মুলানপুৰত অনুষ্ঠিত দ্বিতীয় টি-২০ত জয়লাভ কৰি মাৰ্কৰাম আৰু তেওঁৰ দলটোৱে শৃংখলাটোত সমতা স্থাপন কৰে। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰি ভাৰতৰ...
Read More
মোমায়েক আৰু ভাগিনীয়েকৰ প্ৰৱঞ্চনা। মোমায়েকে এখন অবৈধ ক্লিনিক চলাইছিল। আৰু ভুৱা চিকিৎসক সাজি চিকিৎসা কৰিছিল ভাগিনেকে। এই অবৈধ ক্লিনিকখন কোনো অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলি আছিল। আৰু তাতেই চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় এগৰাকী মহিলাৰ। উত্তৰ প্ৰদেশৰ কোঠী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। এই কথা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তেজবাহাদুৰ ৰাৱটৰ পত্নী মুনিষৰা...
Read More
চাবলৈ গ’লে প্ৰস্ৰাৱ ধৰি ৰখাৰ ঘটনাটো আমাৰ বাবে এটা সাধাৰণ বিষয়। কিন্তু যদি কাৰোবাৰ প্ৰস্ৰাৱ ধৰি ৰখাটো অভ্যাস হৈ পৰে, তেন্তে আগতীয়াকৈ সাৱধান হওক। জটিল ৰোগে আপোনাৰ পিছে পিছে খেদি আহিছে। সাধাৰণতে কিছু সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰাখিলে কোনো সুস্থ মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা কম। কিন্তু, যদি এইটো কাৰোবাৰ অভ্যাসলৈ ৰূপান্তৰিত হয়, তেন্তে বিপদ অৱশ্যম্ভাৱী।...
Read More
শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত মুঠ ২২০টা ব্লেক চফ্টশ্বেল কাছৰ (Black Softshell Turtle) পোৱালি মুকলি কৰি দিয়া হয়। শেহতীয়াকৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত পানপুৰৰ শিলডুবি জলাশয়ত ১১০টা ক’লা চফ্টশ্বেল কাছৰ পোৱালিৰ দ্বিতীয়টো গোট মুকলি কৰা হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২৪ অক্টোবৰত চেণ্ট্ৰেল ৰেঞ্জৰ ৰৌমাৰী...
Read More
1 19 20 21 22 23 42

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources