ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
শীর্ষ সংবাদ

Category

নতুন দিল্লীত আজি এক সংবাদমেলত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দাখিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”চাৰ্জশ্বিট কেনেদৰে দাখিল কৰা হৈছে, কি কি তথ্য আছে, প্ৰমাণসমূহ কিমান ভালদৰে এছআইটিয়ে সংগ্ৰহ কৰিছে, গোটেইখিনি কথা আদালতৰ বিচাৰ প্ৰক্ৰিয়াত জানিব পৰা যাব।’’ তেওঁ কয় যে...
Read More
এক মুহূৰ্ততে কোটিপতি হোৱাৰ সহজ পথ বিচাৰি গৈ মৃত্যুক সাৱটি ল’লে তিনিজন ব্যক্তিয়ে। পাঁচ লাখ টকা বিনিয়োগ কৰি তাৰ বিপৰীতে পঞ্চাছ গুণ লাভ কৰাৰ যি সপোন তেওঁলোকক দেখুওৱা হৈছিল, সেই সপোনৰ পৰিণতি হ’ল এক ভয়ংকৰ মৃত্যু। এই চাঞ্চল্যকৰ ঘটনাটো ছত্তিশগড়ৰ কোৰবা জিলাৰ। জানিব পৰা মতে, বুধবাৰে মাজ ৰাতি ‘কলা জাদু’ৰ আচাৰ-অনুষ্ঠান চলি থকাৰ সময়তে তিনিজন...
Read More
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানা আৰু গায়ক পলাশ মুছলৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলি থকাৰ সময়তে, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱত সমগ্ৰ দেশতে বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি পোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। শুনা গৈছে যে কোৰিঅ’গ্ৰাফাৰৰ সৈতে হোৱা অন্তৰংগ আড্ডা আৰু আন এগৰাকী মহিলাৰ সৈতে হোৱা বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে স্মৃতিয়ে পলাশৰ সৈতে তেওঁৰ...
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে আজি বিশেষ অনুসন্ধানকাৰী দল (এছআইটি)-এ আদালতত ২৫০০ পৃষ্ঠাৰ মূল চাৰ্জশ্বীট দাখিল কৰে। মুঠ ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত ডিজিটেল তথ্য-প্ৰমাণ, সাক্ষ্যকে ধৰি অন্যান্য তথ্য সন্নিৱিষ্ট কৰা হৈছে। এই সন্দৰ্ভত এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেলযোগে বিশদ তথ্য দাঙি ধৰে। সংবাদমেলত এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, এই...
Read More
প্ৰেমৰ বাবে প্ৰাণৰ বাজী! বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা ফাদিল হোৱাৰ ভয়ত এগৰাকী তৰুণীয়ে নিজৰ জীৱনৰ সৈতে খেলা কৰিব লগা হ’ল। প্ৰেমিকৰ পত্নীয়ে যাতে গম নাপায়, তাৰ বাবে তেওঁ কেইমিনিটমানৰ বাবে এটা ১১ মহলীয়া অট্টালিকাৰ পৰা ওলমি থাকিল! এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো চীনৰ গুয়াংডং প্ৰদেশত...
Read More
সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত ‘ঐক্য’ প্ৰায় বিৰল বুলি ক‘ব পাৰি। প্ৰতিটো অধিবেশনতে হুলস্থুল, স্থগিত ৰখা আনকি ৱাকআউটৰ দৃশ্যও সচৰাচৰ দেখা যায়। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত এক ছবি দেখা গ‘ল লোকসভাত। লোকসভাত বিৰোধী দলৰ নেতা সাংসদ ৰাহুল গান্ধীয়ে দিল্লীকে ধৰি দেশৰ মেগা চহৰসমূহত ভয়ংকৰ ৰূপ ধাৰণ কৰা প্ৰদূষণ সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ এই গুৰুত্বপূৰ্ণ...
Read More
গোৱাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত দেশৰ পৰা পলাই যোৱা ‘বৰ্চ বাই ৰোমিঅ‘ লেন‘ নাইট ক্লাবৰ স্বত্বাধিকাৰী সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাক অৱশেষত থাইলেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিগো বিমানত উঠি পলাই যোৱাৰ পিছত থাইলেণ্ডৰ হোটেল ইণ্ডিগোত আশ্ৰয় লোৱা এই ভাতৃদ্বয়ক থাইলেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনাৰ বিবৰণ অনুসৰি, যোৱা শনিবাৰে নাইট ক্লাবটোত জুই লগাৰ সময়ত লুথ্ৰা...
Read More
নলবাৰী জিলাৰ দিপ্তাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আৰু অমানৱীয় ঘটনা। আৰক্ষীয়ে জনোৱা মতে, এটি নৱজাতকক নিজৰ পিতৃ-মাতৃয়ে জ্বলাই হত্যা কৰিছে। জানিব পৰা মতে, বুধবাৰে নিশা জন্মগ্ৰহণ কৰা শিশুটিক অগ্নিসংযোগ কৰাৰ ফলত স্থানীয় জনসাধাৰণ স্তম্ভিত হৈ পৰিছে। এই নৱজাতকটি আয়াম আলী আৰু নাচিমা বেগমৰ ষষ্ঠ সন্তান আছিল। খবৰ লাভ কৰাৰ পিছতে নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত...
Read More
জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অভিযোগনামা আদালতত দাখিল কৰাৰ দিনটোতে এক মৰ্মান্তিক তথ্য পোহৰলৈ আহিছে। অভিযুক্ত শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি তেওঁৰ পত্নীয়ে হাঁহাকাৰ কৰিছে। এই সন্দৰ্ভত তেওঁ অসম উকীল সন্থাই পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনাইছে। মানৱীয় দৃষ্টিভংগীৰে এই গুৰুত্বপূৰ্ণ গোচৰটোৰ হৈ ওকালতি কৰিবলৈ শ্যামকানু মহন্তৰ পত্নীয়ে আহ্বান জনাইছে। সদৌ অসম উকীল সন্থাৰ...
Read More
দীৰ্ঘদিন ধৰি চলা বিতৰ্কৰ অন্তত ২৮ মাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত ভৰি থৈছিল আৰু শান্তিৰ বাৰ্তা দিছিল। এইবাৰ হিংসাত ক্ষতিগ্ৰস্ত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে দিল্লীত এক বৈঠক অনুষ্ঠিত কৰিছে বিজেপিয়ে। জানিব পৰা মতে, এই বৈঠকলৈ মণিপুৰৰ বিধায়কসকলক মতা হৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে বিজেপিৰ সকলো বিধায়ককে এই বৈঠকত...
Read More
1 18 19 20 21 22 42

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources