ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
শীর্ষ সংবাদ

Category

স্তনৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনৰ বাকী অংশতকৈ পৃথক হোৱা এক পিণ্ড (Lump)। স্তনত এনে পিণ্ড চিনাক্ত হ’লে ই ৮০% ৰো অধিক ক্ষেত্ৰত কৰ্কট ৰোগ হোৱাৰ নিশ্চিতি দিয়ে। অৱশ্যে, যিবোৰ কৰ্কট ৰোগ পলমকৈ ধৰা পৰে আৰু যাৰ পূৰ্বে কোনো লক্ষণ দেখা নাযায়, সেইবোৰ মেম’গ্ৰাফিৰ জৰিয়তেহে ধৰা পৰে। স্তনৰ কাষত থকা লসীকা গ্ৰন্থিত (Lymph...
Read More
ফ্ৰান্সৰ এজন সাহসী ২৪ বছৰীয়া যুৱকে চাইকেল যাত্ৰাৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিলিয়ান লে গুয়াডাৰে ফ্ৰান্সৰ ৰেনেছস্থিত নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি চীনলৈকে প্ৰায় ১৮,০০০ কিলোমিটাৰ দীঘল এক দুঃসাহসিক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছে। লাইম ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যাৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই যাত্ৰা কৰা বুলি তেওঁ সদৰী কৰিছে। এই...
Read More
হিন্দু পৰিচয় দি প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ আৰু ধৰ্ম সলনি কৰাৰ চেষ্টা! মধ্যপ্ৰদেশৰ ইন্দোৰত লাভ জেহাদৰ এনে এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। অভিযুক্ত মুছলমান যুৱকজনৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কোনোমতে সেই স্থানৰ পৰা ঘৰলৈ উভতি আহি যুৱতীগৰাকীয়ে নিজৰ মাতৃক...
Read More
লাডাখৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে প্ৰতিষ্ঠা কৰা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ (HIAL) ক এক সংসদীয় গোটে ভূয়সী প্ৰশংসা কৰিছে। শিক্ষানুষ্ঠানখনৰ অসাধাৰণ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি পেনেলে ইয়াক তৎকালীনভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ সাংসদ দিগ্বিজয়া সিঙৰ নেতৃত্বত গঠিত এই সংসদীয় গোটে আজি সংসদত এক প্ৰতিবেদন দাখিল কৰে।...
Read More
দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিবলৈ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। সন্থাৰ মতে, বিদ্যুৎ আইন ২০০৩-ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হ’লে শক্তিখণ্ড সম্পূৰ্ণৰূপে পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব আৰু বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি পাব। এই সন্দৰ্ভত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই কয় যে, বিদ্যুৎ এতিয়া এটা জনসেৱাৰ ক্ষেত্ৰ নহৈ...
Read More
অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে। প্ৰাথমিক তথ্য অনুসৰি, এই আক্ৰমণত অন্তত ১০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬০ জন লোক আহত হৈছে। ঘটনাৰ পিছতে দুজন লোকক আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে সদৰী...
Read More
গুৱাহাটীৰ চন্দ্ৰপুৰৰ পানবাৰী এলেকাত দেওবাৰে বনৰীয়া হাতীৰ আক্ৰমণত দুখনকৈ বাহনৰ বিস্তৰ ক্ষতি হয়। চন্দ্ৰপুৰ–ডিগাৰু পথৰে গৈ থকা এখন ইটা কঢ়িওৱা ট্ৰাক আৰু এখন চাৰিচকীয়া বাহন বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে সৌভাগ্যক্ৰমে দুয়োখন বাহনৰ চালক আৰু কৰ্মচাৰীসকল কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, যোৱা কিছুদিন ধৰি পানবাৰীৰ মিছামাৰী অঞ্চলত বন্যহস্তীৰ এটা জাকে...
Read More
বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী শিলচৰে পুনৰবাৰ নিজৰ অগ্ৰণী ভূমিকা প্ৰমাণ কৰিলে। সেউজ আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰকাশ পোৱা ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫ত বিশ্ব ৰেংকিঙত ১৯১ নম্বৰ আৰু ভাৰতৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এনআইটি শিলচৰে অতি গুৰুত্বপূৰ্ণ শক্তি আৰু জলবায়ু পৰিৱৰ্তন শাখাত দেশৰ...
Read More
শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ অধীনত দুগৰাকী বাংলাদেশী হিন্দু ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰে এগৰাকী মহিলাই বৰাকত বিবাহসূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। স্থানীয় সূত্ৰ অনুসৰি, নতুনকৈ নাগৰিকত্ব লাভ কৰা দুগৰাকী ব্যক্তি হৈছে— শ্ৰীভূমি জিলাৰ বদৰপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলা,আৰু কাছাৰ জিলাৰ শিলচৰৰ গোস্বামী উপাধিৰ এজন ৬১ বছৰীয়া ব্যক্তি। মহিলাগৰাকী আচলতে বাংলাদেশৰ চট্টগ্ৰামৰ...
Read More
কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ ‘কঠিন সমাধান‘ হিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ এক আচৰিত উপায় দি। তেওঁৰ মতে, দেশত ‘উন্নয়ন হৈ আছে, ধূলি উৰি যাবই‘, সেয়ে ‘এয়াৰ পিউৰিফায়াৰ‘ৰ দৰে বিলাসীতা এৰি মানুহে নিজৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে। শেহতীয়াকৈ এটা টিভি...
Read More
1 13 14 15 16 17 42

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources