ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
প্ৰযুক্তি

Category

ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী প্ৰজন্মৰ লুকাই চুৰকৈ আক্ৰমণ কৰিব পৰা যুঁজাৰু বিমান ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) কেৱল এখন যুঁজাৰু বিমানেই নহয়, ই ভাৰতৰ সামৰিক ভৱিষ্যতৰ এক নতুন কৌশল। যিকোনো যুঁজাৰু বিমানৰ প্ৰকৃত শক্তি নিৰ্ভৰ কৰে ইয়াৰ চকু বা ৰাডাৰৰ ওপৰত। সেইবাবেই এএমচিএ(AMCA)ত ব্যৱহাৰ কৰা হৈছে ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত অতি শক্তিশালী  গিএএন(GaN) ভিত্তিক এ এইএছএ(AESA)...
Read More
আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰাটো সাধাৰণ জনতাৰ বাবে সদায় এক বিৰক্তিকৰ সমস্যা আছিল। কাৰণ বেংকৰ কামেই হওক বা চৰকাৰী কামেই হওক, সকলোতে প্ৰয়োজনীয় অ’টিপি (OTP) পঞ্জীয়নভুক্ত মোবাইল নম্বৰতহে আহে। এই মোবাইল নম্বৰটো সলনি কৰিবলৈ এতিয়ালৈকে দীঘলীয়া শাৰী পাতি আধাৰ কেন্দ্ৰত থিয় হ’বলগীয়া হৈছিল। এতিয়া সেই দিনবোৰ শেষ হ’ল! অৱশেষত, দেশৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি বা...
Read More
সৰ্বত্ৰ বিৰোধিতাৰ ফলত কেন্দ্ৰই স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপ বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ মোদী চৰকাৰে ব্যক্তিগত পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ আন এক পদ্ধতি গ্ৰহণৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। কেন্দ্ৰই বিচাৰিছে যে প্ৰতিটো স্মাৰ্টফোনৰ GPS (Global Positioning System) লোকেচন যেন সদায় অন হৈ থাকে। এই ব্যৱস্থাৰে কোনটো ফোন ঠিক ক’ত আছে, সেয়া...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত এক অস্বাভাৱিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। দিল্লীৰ পালমা বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰট’কল ভংগ কৰি পুটিনক আদৰণি জনাইছিল। কিন্তু আটাইতকৈ চৰ্চিত বিষয়টো আছিল পুটিনক বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা বাহনখন। সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেঞ্জ ৰ’ভাৰ বা মাৰ্চিডিজ বেঞ্জৰ নিচিনা বিলাসী...
Read More
কৰ্ণাটকৰ হুবল্লীৰ গুজৰাট ভৱনত এক অভূতপূৰ্ব দৃশ্য দেখা গ‘ল, য’ত নৱবিবাহিত দম্পতীয়ে ইণ্ডিগো বিমান বাতিলৰ ফলত নিজৰ অভ্যৰ্থনা অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিবলগীয়া হয়। দেশজুৰি চলি থকা পাইলটৰ নাটনিৰ বাবে বিমান সেৱা বাতিল হোৱাৰ ফলত বেংগালুৰুস্থিত চফটৱেৰ ইঞ্জিনিয়াৰ মেধা ক্ষীৰ্সাগৰ আৰু সংগম দাস বহু দূৰত আৱদ্ধ হৈ পৰে। হুবল্লীৰ মেধা আৰু ওড়িশাৰ...
Read More
মেছেজিং এপে আন এআই প্ৰদানকাৰীক বাধা দিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইউৰোপীয় সংঘই হোৱাটছএপৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) নীতিৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। মেটা (ফেচবুকৰ মূল কোম্পানী)ৰ মালিকানাধীন হোৱাটছএপে কিছু পলমকৈ, চলিত বৰ্ষৰ মাৰ্চ মাহত ইউৰোপীয়ান ইউনিয়নৰ ব্যৱহাৰকাৰীৰ বাবে এআই চেটবট বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছিল। ইউৰোপীয়ান ইউনিয়নত প্ৰতিযোগিতাৰ নিয়মৰ বাবে দায়বদ্ধ ইউৰোপীয় আয়োগে কয় যে হোৱাটছএপৰ...
Read More
টেছলাৰ চিইঅ’ ইলন মাস্কে ৱাশ্বিংটন ডিচিত অনুষ্ঠিত ‘আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চ’ত কয় যে আগন্তুক ১০ৰ পৰা ২০ বছৰৰ ভিতৰত মানৱ সমাজে এনে এটা যুগত উপনীত হ’ব য’ত কাম বাধ্যতামূলক নহয়, বৰঞ্চ ইচ্ছা থাকিলে কৰা হ’ব। মাস্কৰ ভাষাত তেতিয়া কাম খেলা-ধূলা বা ভিডিঅ’ গেম খেলাৰ দৰে হ’ব—এক ধৰণৰ চখ। তেওঁ এটা উদাহৰণ দি কয় যে যেনেকৈ কোনোবাই...
Read More
ভাৰত চৰকাৰ আৰু বহুজাতিক সংস্থা এপলৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ভাৰতৰ দূৰসংযোগ বিভাগে (DoT) সকলো নতুন আইফোনত চৰকাৰ সমৰ্থিত চাইবাৰ সুৰক্ষা এপ ‘সঞ্চাৰ সাথী‘ প্ৰিলোড কৰাৰ যি নিৰ্দেশ দিছিল, সেয়া মানি ল’বলৈ এপলে অস্বীকাৰ কৰিছে। এপলে ইয়াৰ আই অ’ এছ ইক’চিষ্টেমৰ গোপনীয়তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য বিপদৰ কথা উল্লেখ কৰি এই নিৰ্দেশনা নাকচ...
Read More
কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত নিৰ্দেশ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সোমবাৰে কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি সকলো নাগৰিকৰ বাবে ফোনত ‘সঞ্চাৰ সাথী’ এপ থকাটো বাধ্যতামূলক হ’ব বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছত জল্পনা-কল্পনা আৰম্ভ হৈছে, এইবাৰ মোডী চৰকাৰে সকলো নাগৰিকৰ ফোনো নিৰীক্ষণত ৰাখিবলৈ চেষ্টা কৰিছে নেকি? কেন্দ্ৰৰ নিৰ্দেশৰ...
Read More
চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা প্ৰতিটো নতুন স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টল কৰিব লাগিব আৰু ব্যৱহাৰকাৰীয়ে ইয়াক ডিলিট কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি কৰিছে। চিম বাইণ্ডিং নিয়মক লৈ চলি থকা বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources