ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Popular Stories

Category

ফ্ৰান্সৰ এজন সাহসী ২৪ বছৰীয়া যুৱকে চাইকেল যাত্ৰাৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিলিয়ান লে গুয়াডাৰে ফ্ৰান্সৰ ৰেনেছস্থিত নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি চীনলৈকে প্ৰায় ১৮,০০০ কিলোমিটাৰ দীঘল এক দুঃসাহসিক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছে। লাইম ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যাৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই যাত্ৰা কৰা বুলি তেওঁ সদৰী কৰিছে। এই...
Read More
লাডাখৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে প্ৰতিষ্ঠা কৰা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ (HIAL) ক এক সংসদীয় গোটে ভূয়সী প্ৰশংসা কৰিছে। শিক্ষানুষ্ঠানখনৰ অসাধাৰণ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি পেনেলে ইয়াক তৎকালীনভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ সাংসদ দিগ্বিজয়া সিঙৰ নেতৃত্বত গঠিত এই সংসদীয় গোটে আজি সংসদত এক প্ৰতিবেদন দাখিল কৰে।...
Read More
দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিবলৈ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। সন্থাৰ মতে, বিদ্যুৎ আইন ২০০৩-ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হ’লে শক্তিখণ্ড সম্পূৰ্ণৰূপে পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব আৰু বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি পাব। এই সন্দৰ্ভত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই কয় যে, বিদ্যুৎ এতিয়া এটা জনসেৱাৰ ক্ষেত্ৰ নহৈ...
Read More
অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে। প্ৰাথমিক তথ্য অনুসৰি, এই আক্ৰমণত অন্তত ১০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬০ জন লোক আহত হৈছে। ঘটনাৰ পিছতে দুজন লোকক আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে সদৰী...
Read More
গুৱাহাটীৰ চন্দ্ৰপুৰৰ পানবাৰী এলেকাত দেওবাৰে বনৰীয়া হাতীৰ আক্ৰমণত দুখনকৈ বাহনৰ বিস্তৰ ক্ষতি হয়। চন্দ্ৰপুৰ–ডিগাৰু পথৰে গৈ থকা এখন ইটা কঢ়িওৱা ট্ৰাক আৰু এখন চাৰিচকীয়া বাহন বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে সৌভাগ্যক্ৰমে দুয়োখন বাহনৰ চালক আৰু কৰ্মচাৰীসকল কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, যোৱা কিছুদিন ধৰি পানবাৰীৰ মিছামাৰী অঞ্চলত বন্যহস্তীৰ এটা জাকে...
Read More
বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী শিলচৰে পুনৰবাৰ নিজৰ অগ্ৰণী ভূমিকা প্ৰমাণ কৰিলে। সেউজ আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰকাশ পোৱা ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫ত বিশ্ব ৰেংকিঙত ১৯১ নম্বৰ আৰু ভাৰতৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এনআইটি শিলচৰে অতি গুৰুত্বপূৰ্ণ শক্তি আৰু জলবায়ু পৰিৱৰ্তন শাখাত দেশৰ...
Read More
কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ ‘কঠিন সমাধান‘ হিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ এক আচৰিত উপায় দি। তেওঁৰ মতে, দেশত ‘উন্নয়ন হৈ আছে, ধূলি উৰি যাবই‘, সেয়ে ‘এয়াৰ পিউৰিফায়াৰ‘ৰ দৰে বিলাসীতা এৰি মানুহে নিজৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে। শেহতীয়াকৈ এটা টিভি...
Read More
বিহাৰত পুনৰ পোহৰলৈ আহিছে মব্ লিঞ্চিংৰ ঘটনা। নৱাদা জিলাত এজন বস্ত্ৰ ব্যৱসায়ীক ধৰ্মীয় পৰিচয় নিশ্চিত কৰাৰ পিছত জনতাই নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা মব্ লিঞ্চিংৰ দৰে হিংসাত্মক ঘটনাই আইন-শৃংখলাৰ পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। নৱাদা জিলাত এই ৪০ বছৰীয়া এজন...
Read More
চাৰি দশক ধৰি বাওঁপন্থীৰ দুৰ্গ হিচাপে থকা তিৰুৱনন্তপুৰম পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে এই ঘটনাক কেৰালাৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ ইংগিত হিচাপে গণ্য কৰিছে। এই দুৰ্গ দখলৰ পিছতেই তিৰুৱনন্তপুৰম বিধানসভাত কোনে বহিব, সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। এই তালিকাত প্ৰথম স্থানত আছে কেৰালাৰ প্ৰথমগৰাকী মহিলা আই পি...
Read More
আজিও এই দেশৰ ৰাজহুৱা পৰিবহণত অকলে যাত্ৰা কৰাটো এগৰাকী যুৱতীৰ বাবে পুনৰ চিন্তনীয় বিষয় হৈ পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত এক ঘটনাই মহিলাৰ নিৰাপত্তা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বিহাৰৰ এগৰাকী যুৱতীয়ে জনোৱা মতে, কেনেকৈ একেলগে ৰে’লত উঠা বহু সংখ্যক পুৰুষৰ ভিৰৰ মাজত তেওঁ ভয় খাই শৌচাগাৰত লুকাই থাকিবলগীয়া হৈছিল। পিছত আৰ পি এফৰ সহায়ত তেওঁ...
Read More
1 5 6 7 8 9 20

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources