ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Popular Stories

Category

বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষক ড০ পৰাকলা প্ৰভাকৰে আজি শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অসমৰ অগ্ৰণী বিকল্প সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক বক্তৃতানুষ্ঠানত অংশ ল’বলৈ অহা ড০ প্ৰভাকৰে সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে শিল্পীগৰাকীৰ সমাধিস্থল দৰ্শন কৰে। উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তিত...
Read More
প্ৰায় তিনি দশক ধৰি আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ ৬০ বছৰীয়া বাবলী কৌৰক গ্ৰীণ কাৰ্ডৰ সাক্ষাৎকাৰৰ অন্তিম পৰ্যায়ত আমেৰিকাৰ প্ৰব্ৰজন বিভাগে আটক কৰে। ১৯৯৪ চনৰ পৰাই আমেৰিকাত বাস কৰা বাবলীয়ে গ্ৰীণ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াৰ অংশ হিচাপে বায়’মেট্ৰিক স্কেনৰ বাবে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE) কাৰ্যালয়লৈ গৈছিল। যোৱা ১ ডিচেম্বৰত সাক্ষাৎকাৰৰ সময়তে ফেডাৰেল এজেণ্টে বাবলীক...
Read More
বুধবাৰে (১৭ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ে আৰ জি কৰ মেডিকেল কলেজৰ প্ৰশিক্ষাৰ্থী চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰটো কলিকতা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰে। শীৰ্ষ আদালতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদনসমূহৰ শুনানিৰ বাবে এক উপযুক্ত বিভাগীয় বিচাৰপীঠ গঠন কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, ২০২৪ চনত উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ ওপৰত নিজে (Suo Motu) হস্তক্ষেপ কৰিছিল। ন্যায়াধীশ এম...
Read More
ম্যানমাৰৰ নোবেল বঁটা বিজয়ী তথা ক্ষমতাচ্যুত নেত্ৰী আং ছান চ্যু কী জীয়াই আছেনে? শেহতীয়াকৈ তেওঁৰ পুত্ৰ কিম এৰিছে এনে আশংকা প্ৰকাশ কৰিছে। বৰ্তমান লণ্ডনত থকা কিমে সংবাদ সংস্থা ৰয়টাৰ্ছক দিয়া এক সাক্ষাৎকাৰত সন্দেহ প্ৰকাশ কৰি কয় যে তেওঁৰ মাতৃক বহুদিন ধৰি ৰাজহুৱা স্থানত দেখা পোৱা নাই। তেওঁ প্ৰশ্ন উত্থাপন কৰে, “আমি কেনেকৈ জানিম মা জীয়াই...
Read More
শ্ৰীভূমিৰ নীলমণি পথৰ এটা বাসগৃহত এগৰাকী প্ৰায় ৬০ বছৰীয়া মহিলাৰ মৃতদেহ আবদ্ধ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মঙলবাৰে (১৬ ডিচেম্বৰ) পুৱা সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ স্তম্ভিত হৈ পৰে। মৃত মহিলাগৰাকীৰ নাম শ্ৰেয়াসী ৰায় বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকৰ মতে, মহিলাগৰাকী মানসিকভাৱে অসুস্থ আছিল। অভিযোগ উত্থাপিত হৈছে...
Read More
লোকসভাই মঙলবাৰে ‘বাতিল আৰু সংশোধনী বিধেয়ক, ২০২৫’ গৃহীত কৰি চৰকাৰে “অচল” বুলি চিহ্নিত কৰা ৭১খন পুৰণি আইন বাতিল কৰাৰ পথ প্ৰশস্ত কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰি কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ঔপনিৱেশিক যুগৰ অৱশিষ্ট প্ৰভাৱ আঁতৰাই দেশৰ আইনী ব্যৱস্থাক অধিক সহজ কৰি তোলা। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে...
Read More
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFK) ১৯খন ছবি প্ৰদৰ্শনৰ অনুমতি অস্বীকাৰ কৰিছে। উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱ ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ মতে, চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন (CBFC)-ৰ প্ৰমাণপত্ৰ নথকাৰ বাবে এই ছবিসমূহ প্ৰদৰ্শনৰ অনুমতি দিব পৰা হোৱা নাই। অৱশ্যে, মহোৎসৱৰ আয়োজকসকলে এই সিদ্ধান্তৰ...
Read More
সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে পি এম এছ আৰ আই( প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া) বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ বাবে তিনিদিনীয়া এ আই চি টি ই উদ্ভাৱন ডিজাইন এণ্ড উদ্যোগীকৰণ (আই ডি ই) বুটকেম্প আয়োজন কৰিবলৈ সাজু হৈছে। ২০২৫ চনৰ ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো এ...
Read More
মিনি নিলামৰ পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছিল জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবী দাৰে। চলিত ঘৰুৱা ছিজনত তেওঁৰ ফৰ্ম আছিল অতি উত্তম। মুম্বাই ইণ্ডিয়ানছৰ ট্ৰাইলত দেখা গৈছিল ২৮ বছৰীয়া বেগী বলাৰগৰাকীক। অৱশেষত তেওঁক দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰে। নিলামত অল ৰাউণ্ডাৰ প্ৰশান্ত বীৰেও চকু কপালত তুলিলে। চি এছ কেয়ে তেওঁক বিপুল পৰিমাণে কিনিলে। কাশ্মীৰী...
Read More
চাকৰি বিচাৰি থকা অসমৰ যুৱক-যুৱতীসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে মুঠ ২৩৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এই পদসমূহ পূৰণৰ বাবে শীঘ্ৰেই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ‘ব। বিজ্ঞাপনটো ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব‘ৰ্ড (SLPRB)ৰ প‘ৰ্টেলত উপলব্ধ কৰা হৈছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে উক্ত প‘ৰ্টেললৈ গৈ তেওঁলোকৰ পছন্দৰ পদৰ বাবে...
Read More
1 3 4 5 6 7 20

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources