ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Popular Stories

Category

দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনিৰ ওপৰত আঘাত হানি কেৰালাৰ ডাক বিভাগত এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে। চৰকাৰী কাৰ্যালয়ত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ নামত এক নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শ জাপি দিবলৈ কৰা প্ৰচেষ্টাই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অভিযোগ উঠিছে যে, ডাক বিভাগৰ কৰ্মচাৰীসকলে বৰদিনৰ কাৰ্যসূচীত আৰ এছ এছৰ গীত (গণগীতম) গাবলৈ অস্বীকাৰ কৰাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ অনুষ্ঠানটোৱেই...
Read More
ৰাজস্থানত আদানী গ্ৰুপৰ সৈতে জড়িত এটা কোম্পানীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ পাছতে এজন ন্যায়াধীশক তাৎক্ষণিকভাৱে বদলি কৰা ঘটনাই বৰ্তমান চৰ্চা লাভ কৰিছে। পাঁচ জুলাইত জয়পুৰ বাণিজ্যিক আদালতৰ ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তাই আদানী গ্ৰুপৰ অংশীদাৰিত্ব থকা এটা কোম্পানীৰ বিৰুদ্ধে ১৪০০ কোটি টকাৰ অনিয়মৰ অভিযোগত এক ৰায় দিছিল। এই ৰায়দানৰ কেইঘণ্টামানৰ পাছতে ৰাজ্য চৰকাৰে তেওঁক পদৰ পৰা...
Read More
চৌদি আৰৱ চৰকাৰে ভিক্ষা কৰাৰ অভিযোগত শেহতীয়াকৈ ৫৬ হাজাৰ পাকিস্তানী নাগৰিকক তেওঁলোকৰ দেশলৈ ওভোতাই পঠিয়াইছে। পশ্চিম এছিয়াৰ দেশসমূহত পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়া এক চৰকাৰী তথ্য অনুসৰি, কেৱল চৌদি আৰৱতেই নহয়, বৰঞ্চ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই) আৰু আন কেইবাখনো দেশত পাকিস্তানী নাগৰিকৰ দ্বাৰা সংঘটিত এনে...
Read More
চোৰেহে বুজে চোৰৰ মোল। কথাটো যেন একেবাৰে খাপ খাই পৰে। আন এজন  ঋণ পৰিশোধ নকৰি পলাতক ললিত মোদীয়ে ঋণ পৰিশোধ নকৰা প্ৰৱঞ্চক বিজয় মালিয়াৰ ৭০ সংখ্যক জন্মদিনৰ পূৰ্বে লণ্ডনত এক আড়ম্বৰপূৰ্ণ পাৰ্টি আয়োজন কৰিলে। একেটা ফ্ৰেমত দুয়োৰে এখন ছবিও ভাইৰেল হৈছে। আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছিল ফটোগ্ৰাফাৰ জিম ৰাইডেল। তেওঁ নিজৰ এক্স হেণ্ডেলত ললিত আৰু বিজয়ৰ...
Read More
অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ ছিংগাপুৰ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। বৃহস্পতিবাৰে ছিংগাপুৰ আৰক্ষী বাহিনীয়ে (SPF) জনাইছে যে এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ বা হত্যাৰ প্ৰমাণ পোৱা হোৱা নাই। ভাৰতীয় সংবাদ মাধ্যমৰ একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ...
Read More
চৰকাৰী চিকিৎসালয়ৰ শৌচাগাৰৰ কমোডত এগৰাকী নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ছিণ্ডৱাৰা জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত সোমবাৰে নিশা সংঘটিত এই ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থা আৰু সামাজিক সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। তথ্য অনুসৰি, সোমবাৰে নিশা চিকিৎসালয়খনৰ এজন অনাময় কৰ্মীয়ে শৌচাগাৰ চাফা কৰিবলৈ গৈ কমোডৰ ভিতৰত এটা মৃতদেহ আৱদ্ধ হৈ...
Read More
এখন চিনেমাৰ নতুন গান মুকলি অনুষ্ঠানত হাৰাশাস্তিৰ বলি হৈছে জনপ্ৰিয় অভিনেত্ৰী নিধি আগৰৱাল। এটা ভাইৰেল ভিডিঅ’ত অভিনেত্ৰীগৰাকীক শতাধিক অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে। ভিৰৰ মাজত প্ৰায় অসহায় দেখা গ’ল নিধিক। কালি (বুধবাৰে) হায়দৰাবাদৰ এটা শ্বপিং মলত নিধি-প্ৰভাস অভিনীত চিনেমা ‘দ্য ৰাজা চাব’ ছবিৰ গান মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। নিধি তাত যোগ দিবলৈ গৈছিল। অনুষ্ঠানটো সুচাৰুৰূপে...
Read More
ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ চলা প্ৰস্তুতিৰ মাজতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে। অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰীৰ সভাস্থলী আৰু হেলিপেড তথা পথ নিৰ্মাণৰ নামত প্ৰশাসনে হাপজান অঞ্চলৰ উৰ্বৰ খেতিপথাৰ স্থায়ীভাৱে নষ্ট কৰিছে। ১২.৭ লাখ মেট্ৰিক টনৰ নতুন প্ৰকল্প উল্লেখযোগ্য যে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া...
Read More
মহাৰাষ্ট্ৰৰ এখন সৰু গাঁৱত সংঘটিত এক অস্বাভাৱিক ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ১৫০০ জনীয়া জনসংখ্যাৰ এখন গাঁৱত মাত্ৰ তিনি মাহৰ ভিতৰতে ২৭,০০০ ৰো অধিক জন্মৰ পঞ্জীয়ন হোৱা ঘটনাই এক বৃহৎ চাইবাৰ জালিয়াতি আৰু জন্মৰ প্ৰমাণপত্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে। যৱতমল জিলাৰ অৰ্ণী তহচিলৰ অন্তৰ্গত শেন্দুৰুছানী গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে। ২০২৫...
Read More
২০২১ চনৰ পাছত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। সংসদৰ শীতকালীন অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা পৰিসংখ্যাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ মন্ত্ৰালয়ে এক লিখিত উত্তৰত জনাইছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে প্ৰতি বছৰে গড়ে ১ লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ...
Read More
1 2 3 4 5 20

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources