ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Popular Stories

Category

জম্মু-কাশ্মীৰত পুনৰ অশান্তি সৃষ্টিৰ লক্ষ্যৰে পাকিস্তানী উগ্ৰপন্থীসকল পুনৰ সক্ৰিয় হৈ উঠাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখা (LoC)-ৰ কাষত ৬৯টা লঞ্চপেডত কমেও ১২০ জন উগ্ৰপন্থীয়ে ঘাটি স্থাপন কৰিছে আৰু ভাৰতত অনুপ্ৰৱেশৰ সুযোগ বিচাৰি আছে। সোমবাৰে কাশ্মীৰ সীমান্তত এক সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সীমা সুৰক্ষা বাহিনী (BSF)-ৰ আই জি অশোক যাদৱে এই আশংকাজনক...
Read More
ক্ৰাইম পেট্ৰ’ল চাই গুৱাহাটীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ঠিকাদাৰ বীৰেণ তামুলীক গুৱাহাটীৰ চানমাৰিত হত্যা কৰিছিল ঘাতকে। প্ৰায় তিনিমাহৰ অন্তত চানমাৰিৰ এই ৰহস্যময় হত্যাকাণ্ডৰ আঁৰৰ সকলো কথা পোহৰলৈ আহিছে। গত ২৮ আগষ্টত গুৱাহাটীৰ চানমাৰিত সংঘটিত হৈছিল এই হত্যাকাণ্ড। কিন্তু বীৰেণ তামুলীৰ ৰহস্যঘন হত্যাকাণ্ডৰ কোনো ক্লু নোপোৱাত তদন্তকাৰী আৰক্ষী ভাগৰি পৰিছিল। পিছলৈ বহুদিনৰ মূৰত, ক্লুলেছ হৈ...
Read More
অষ্ট্ৰিয়াৰ ৩১ বছৰীয়া সৌন্দৰ্য্য বিষয়ক জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ষ্টেফানী পাইপাৰৰ মর্মান্তিক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাইপাৰৰ মৃতদেহ স্লোভেনিয়াৰ এখন অৰণ্যত এটা চুটকেছৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। এই ঘটনাৰ সন্দৰ্ভত পাইপাৰৰ প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে। ষ্টেফানীয়ে ২৩ নৱেম্বৰৰ দিনা এখন পাৰ্টিৰ পৰা উভতি আহিছিল। প্ৰথমে, পাইপাৰে বন্ধু এজনক মেছেজ কৰি জনাইছিল যে তেওঁ নিৰাপদে...
Read More
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদগৰাকীক বিদায় দিছে। কিয়নো দশক দশক ধৰি শৈক্ষিক সেৱা আগবঢ়োৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে বিশিষ্ট অধ্যাপক নিবেদিতা মেননে। ৰাজনৈতিক তত্ত্বৰ ব্যাপক স্বীকৃতি আৰু শক্তিশালী নাৰীবাদী কণ্ঠৰ পণ্ডিত মেননে সমসাময়িক ভাৰতত লিংগ, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়ৰ ওপৰত সমালোচনা গঢ় দিয়াত অবিচ্ছেদ্য ভূমিকা পালন কৰিছে। ২০০৮ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ অহাৰ পূৰ্বে...
Read More
পৰিৱেশ কৰ্মী বেন পেনিংছৰ বিৰুদ্ধে আদানী গ্ৰুপে বহু বছৰ ধৰি চলাই অহা গোচৰ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে কুইন্সলেণ্ডৰ উচ্চতম ন্যায়ালয়ে এই নিষ্পত্তিত অনুমোদন জনোৱাৰ লগে লগে চাৰে পাঁচ বছৰীয়া আইনী যুঁজখন আনুষ্ঠানিকভাৱে সমাপ্ত হয়। গেলিলী ব্লকেড গোটৰ পেনিংছে ২০২০ চনৰ পৰা আদানীৰ আইনী ব্যৱস্থাৰ সন্মুখীন হৈ আহিছে। কোম্পানীটোৱে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন...
Read More
২০২৫ চনৰ ১ ডিচেম্বৰত লোকসভাত ধঁপাত আৰু পান মছলাৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণৰ বাবে আৰোপ কৰা অতিৰিক্ত কৰৰ(GST Compensation Cess) সলনি নতুন কৰ আৰোপ কৰিবলৈ দুখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। এই বিলসমূহৰ জৰিয়তে এই সামগ্ৰী (Sin Goods) সমূহৰ ওপৰত চৰকাৰে কৰ সংগ্ৰহৰ হাৰ উচ্চ কৰি ৰখাৰ লক্ষ্য স্থিৰ কৰিছে। কেন্দ্ৰীয় আবকাৰী সংশোধনী...
Read More
অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজ্যৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তক লৈ চাহ বাগিচা অঞ্চলসমূহত উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে। বহুতে এই পদক্ষেপক আদৰণি জনাইছে যদিও একাংশই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও সন্দেহ কৰিছে। ইয়াৰ মাজতে তেজপুৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই (অসম) সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু ইয়াক “দীঘলীয়া সংগ্ৰামৰ...
Read More
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা দাবী কৰা ছয় জনগোষ্ঠী আৰু ৰাজ্যৰ বৰ্তমানৰ এছ টি গোটৰ মাজত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰী গোটৰ প্ৰতিবেদনত এছ টিৰ তিনিটা স্তৰৰ শ্ৰেণীবিভাজনৰ প্ৰস্তাৱ দিয়াৰ পিছতে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ...
Read More
1 18 19 20

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources