ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
Popular Stories

Category

ম্যানমাৰৰ পশ্চিম ৰাখাইন ৰাজ্যৰ ম্ৰাউক ইউৰ এখন চিকিৎসালয়ত সামৰিক বিমান আক্ৰমণত ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণত কমেও ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬৮ জন আহত হৈছে, আৰু মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিশা চিকিৎসালয়ৰ বাহিৰত বহু মৃতদেহ পৰি থকা দেখা...
Read More
শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বৰষুণৰ ধুমুহাসমূহ অধিক শক্তিশালী হৈ পৰিছে। ইয়াৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত এছিয়াৰ কেইবাখনো দেশত ১৬০০ তকৈও অধিক লোকৰ মৃত্যু হয়। এই অধ্যয়নত বিশেষকৈ মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু শ্ৰীলংকাৰ দৰে দেশত আঘাত হনা চেনিয়াৰ আৰু ডিটৱাহ নামৰ দুটা ডাঙৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ...
Read More
গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ...
Read More
ডাবল মাৰ্ডাৰে চাঞ্চল্য সৃষ্টি কৰিছে টীয়কৰ বলমা মৰাণ গাঁৱত। এক অত্যন্ত নৃশংস ঘটনাত স্বামী কল্যাণ কোঁৱৰে নিজৰ পত্নী চুনচুনী কোঁৱৰ আৰু ছবছৰীয়া কন্যা সোণাক্ষী কোঁৱৰক হত্যা কৰাৰ অভিযোগ উঠিছে। এই শিহৰণকাৰী ঘটনাটো মঙলবাৰে মাজনিশা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় লোকে জনোৱা অনুসৰি, মাজনিশা প্ৰায় ২ বজাত চুনচুনী কোঁৱৰৰ মৰণকাতৰ আৰ্তনাদ শুনিবলৈ পাইছিল। ভয়ংকৰ...
Read More
গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ থানা অঞ্চলত গৰুক চিকেন ম’ম’ খুৱাই উত্তম-মধ্যম খালে এজন ইউটিউবাৰে। গোৰক্ষকে যুৱকজনক উত্তম-মধ্যম শোধোৱাৰ লগতে তেওঁক গতাই দিলে আৰক্ষীক। জানিব পৰা মতে, গুৰুগ্ৰামৰ নিউ কলনীৰ বাসিন্দা ঋত্বিক চান্দানা দিল্লী বিশ্ববিদ্যালয়ত বি এ ইংলিছ অনাৰ্ছৰ ছাত্ৰ। তেওঁ ছ’চিয়েল মিডিয়া এপত এটা বিশেষ টাস্ক পাইছিল। ৱেব প্ৰিজ্ম এপত লাইভ ষ্ট্ৰিমিং কৰি তেওঁ ম’ম’ খাবলৈ...
Read More
বিদেশ ভ্ৰমণত পুনৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে এইবাৰ তেওঁ জাৰ্মানীলৈ গৈছে। এই ভ্ৰমণক লৈ বিজেপিয়ে কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিছে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বিদেশ ভ্ৰমণৰ বিষয় উত্থাপন কৰিছে। জানিব পৰা মতে, ১৫ ডিচেম্বৰত ৰাহুল গান্ধীয়ে জাৰ্মানীৰ বাৰ্লিনলৈ ৰাওনা হ‘ব আৰু ২০ ডিচেম্বৰলৈকে তাত...
Read More
২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী বিশিষ্টব্যক্তিয়ে প্ৰকাশ কৰা গোহাৰিখনত প্ৰকাশ কৰিছে যে বিজেপিয়ে গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনি, প্ৰচাৰ মাধ‍্যমক বহতীয়া কৰি, আৰু ন‍্যায়পালিকাৰ ওপৰত চাপ সৃষ্টি কৰি পূৰ্বৰ ভাৰতক অচিনাকি কৰি পেলাইছেআৰুইয়াৰ বিৰোধিতা কৰাসকলক দেশদ্ৰোহী আখ্যা দিয়া হৈছে। কেন্দ্ৰীয়...
Read More
নিষেধাজ্ঞা অষ্ট্ৰেলিয়াত আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ পৰা এক ঐতিহাসিক নতুন নিয়ম কাৰ্যকৰী হৈছে। এই আইনৰ অধীনত ১৬ বছৰৰ তলৰ শিশুৱে ফেচবুক, টিকটক, ইনষ্টাগ্ৰামকে ধৰি বিশ্বৰ ১০টা বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা জাৰি কৰাৰ ফলত কিশোৰ-কিশোৰীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। এই নতুন আইন মানি চলিবলৈ বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে—...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত ৫০% শুল্কৰ সন্দৰ্ভত তেওঁ কয় যে এই কঠোৰ শুল্ক আৰোপৰ মূল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কেতিয়াও নাছিল। বৰঞ্চ, ৰাজনে এই শুল্ক আৰোপৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে ভূ-ৰাজনৈতিক কাৰক বুলি অভিহিত কৰিছে।...
Read More
অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত ছুপাৰস্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয়। সমৰ হাজৰিকা প্ৰথিতযশা সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু বিভিন্ন এলবামৰ বাবে গীত গোৱাৰ উপৰিও, তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপেও অমূল্য...
Read More
1 9 10 11 12 13 20

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources