ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
উত্তৰ-পূব

Category

মালয়ালম চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা দিলীপ দোষমুক্ত হোৱাৰ ঘোষণাই সোমবাৰে কেৰালাৰ এৰ্নাকুলাম প্ৰধান সত্ৰ আদালতত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। ২০১৭ চনৰ অভিনেত্ৰীৰ অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত অষ্টম অভিযুক্ত হিচাপে দিলীপৰ নাম উল্লেখ কৰা হৈছিল যদিও ন্যায়াধীশ হানি এম ভাৰ্গিছৰ নেতৃত্বত গঠিত আদালতে স্পষ্টভাৱে উল্লেখ কৰিছে যে অভিযোগকাৰীসকলে দিলীপৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ প্ৰমাণ কৰাত...
Read More
পাঁচ মাহৰ ভিতৰতে পুনৰ আৰম্ভ হৈছে থাইলেণ্ড-কম্বোডিয়াৰ ‘যুদ্ধ’। জানিব পৰা মতে, সোমবাৰে পুৱা থাইলেণ্ডে কম্বোডিয়াৰ সেনাৰ ঘাটি লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। ইপিনে, সোমবাৰে পুৱাৰে পৰা কম্বোডিয়াই ব্যাপক গোলাবৰ্ষণ  চলাইছে বুলি দাবী কৰিছে থাইলেণ্ডৰ সেনাই। ফলত এজন জোৱানৰ মৃত্যু হয়। ইয়াৰ প্ৰত্যুত্তৰতে থাইলেণ্ডৰ সেনাই বিমান আক্ৰমণ চলায়। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জুলাই মাহতে দুয়োখন...
Read More
দেওবাৰে আবুধাবিত অনুষ্ঠিত হোৱা ফৰ্মুলা ৱানৰ চালকৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰিটেইনৰ লেণ্ডো নৰিছে মেক্স ভাৰ্ষ্টাপেনৰ চাৰি বছৰীয়া ৰাজত্বৰ অন্ত পেলায়। ভাৰ্ষ্টাপেনে আবুধাবি গ্ৰেণ্ড প্ৰিক্সত জয়লাভ কৰিছিল যদিও সেইটোৱে ন’ৰিছৰ মেকলেৰেনৰ হৈ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয়ত বাধা বাধা দিব নোৱাৰিলে। ডাচ ড্ৰাইভাৰ ভাৰ্ষ্টাপেনে আবুধাবি গ্ৰেণ্ড প্ৰিক্সত দ্বিতীয় স্থানৰ অস্কাৰ পিয়াষ্ট্ৰেক পিছ পেলাই ১২.৫ ছেকেণ্ডত জয়লাভ...
Read More
বলীউডৰ পৰিচালক বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ড০ অজয় ​​মুৰ্দিয়াৰ অভিযোগৰ ভিত্তিত ৩০ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে ধৃত পৰিচালক আৰু তেওঁৰ পত্নীক জিম্মাত লৈছে। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ লৈ যোৱা হ’ব। জানিব পৰা মতে,...
Read More
দীৰ্ঘদিন ধৰি ভাৰতৰ সংসদীয় গণতন্ত্ৰত এটা অভিযোগ প্ৰচাৰ হৈ আহিছে। দলীয় হুইপৰ হেঁচাত নিৰ্বাচিত সাংসদসকলে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে, কোনো বিধেয়ক বা প্ৰস্তাৱৰ যুক্তিত মুক্তভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে, আনকি ভোটদানৰ সময়ত ব্যক্তিগত বিবেক বা জনমত প্ৰকাশ কৰাৰ সুযোগো দিয়া নহয়। ‘দলীয় দাসত্ব’ৰ এই পৰম্পৰা ভাঙিবলৈ পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ নতুন প্ৰচেষ্টা।...
Read More
বিমান বিপৰ্যয়ৰ মাজতে যাত্ৰীসকলক ভাড়া ঘূৰাই নিদিয়াৰ অভিযোগৰ সন্মুখীন হৈছিল ইণ্ডিগ’। এনে পৰিস্থিতিত শনিবাৰে কেন্দ্ৰই এক নিৰ্দেশ জাৰি কৰে। ইয়াত কোৱা হৈছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত যাত্ৰীসকলক ধন ঘূৰাই দিব লাগে। সেই নিৰ্দেশ মানি চলিলে বিমান সংস্থাটোৱে। ছয় দিনৰ বিশৃংখলতাৰ অন্তত দেওবাৰে ইণ্ডিগ’ই যাত্ৰীসকলৰ টিকটৰ বাবদ ৬১০ কোটি টকা ঘূৰাই দিয়ে। ইয়াৰ লগতে...
Read More
দেওবাৰে কৰ্তৃপক্ষই জনোৱা মতে, গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ২৫ জন লোকৰ আটাইকেইজনক চিনাক্ত কৰা হৈছে। ঘটনাৰ বলি হোৱা সকলৰ ভিতৰত ২০ জন কৰ্মচাৰী আৰু ৫ গৰাকী পৰ্যটক আছে। দেওবাৰে পুৱাই আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত সংঘটিত হয় এই অগ্নিকাণ্ড। মৃত্যু হোৱা পাঁচজন পৰ্যটকৰ ভিতৰত চাৰিজন দিল্লীৰ, য’ত এটা পৰিয়ালৰ তিনিজন সদস্য...
Read More
চাহ খোৱা আৰু আঁঠুৰ বিষৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও শীতকালত পানী কমকৈ খোৱা আৰু সঘনাই চাহ-কফি খালে সমস্যা বৃদ্ধি পাব পাৰে বুলি মত দিছে চিকিৎসকসকলে। তেওঁলোকৰ মতে চাহ নিজেই ক্ষতিকাৰক নহয়। কিন্তু শৰীৰত যদি পানীৰ অভাৱ থাকে আৰু তাত অতিৰিক্ত কেফেইন যুক্ত হয় তেন্তে আঁঠুৰ বিষ বাঢ়িব পাৰে, বিশেষকৈ যিসকলৰ ইতিমধ্যে বাতবিষ আছে।...
Read More
এই প্ৰৱণতা অৱশ্যে নতুন নহয়। বিজেপি যেতিয়া বিৰোধী দল আছিল, তেতিয়া তেওঁলোকেই আটাইতকৈ জিএছটিৰ বিৰোধিতা কৰিছিল। বিশেষকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। কিন্তু আকৌ কেন্দ্ৰত ক্ষমতাত অহাৰ পিছত সেই জিএছটিয়ে নিজেই আৰম্ভ কৰি জয়গান গাই আছে। এই স্থিতি সলনিৰ তালিকা দীঘলীয়া। কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে, প্ৰলোভন সংস্কৃতি পৰিত্যাগ কৰা উচিত। অৰ্থাৎ, নিৰ্বাচনত জয়ী হ’বলৈ...
Read More
ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ (Food Corporation India) গুদামৰ পৰা বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল উধাও হোৱাৰ ঘটনা পোহৰলৈ আহিছে। জন কল্যাণৰ সৈতে জড়িত এই বিষয়টোৱে সুলভ মূল্যৰ দোকানৰ গৰাকী আৰু সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। বাতৰি অনুসৰি, ৰাজহুৱা বিতৰণৰ বাবে...
Read More
1 6 7 8 9 10 12

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources