ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
উত্তৰ-পূব

Category

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত ভাৰতীয় ক্ৰিকেটত হতাশাৰ সৃষ্টি হৈছিল। গৌতম গম্ভীৰ অধীনত দলত ইটোৰ পিছত সিটো পৰিৱৰ্তনক সমালোচনা কৰা হৈছিল। সেই ছবিখন সলনি হ’ল এদিনীয়া শৃংখলাত। টিম ইণ্ডিয়াই ২-১ ব্যৱধানত জয়লাভ কৰে। এইবাৰ টি-২০ শৃংখলাতো সেই ধাৰা অব্যাহত থাকিল। আহমেদাবাদত অনুষ্ঠিত পঞ্চমখন টি-২০ মেচত টিম ইণ্ডিয়াই ৩০ ৰানত জয়লাভ কৰি ৩-১ ব্যৱধানত...
Read More
আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ ‎লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। ‎ ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকললৈ ‎শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ নামৰূপলৈ গৈ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী ‎লিমিটেডৰ এমনিয়া-ইউৰিয়া...
Read More
ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ইউক্ৰেইনৰ সামৰিক আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অহা দুবছৰত ১০৫ বিলিয়ন ডলাৰৰ সুতমুক্ত ঋণ প্ৰদান কৰিবলৈ সন্মত হৈছে। ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্টনিঅ’ কোষ্টাই সংবাদ মাধ্যমৰ আগত এই তথ্য নিশ্চিত কৰে। কূটনীতিবিদসকলৰ উদ্ধৃতিৰে জানিব পৰা মতে শুকুৰবাৰে (১৯ ডিচেম্বৰ) পুৱাই ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ৰাছিয়াৰ জব্দ কৰা সম্পত্তি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ প্ৰতিৰক্ষা খৰচ...
Read More
সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়সমূহত আতংকৰ সৃষ্টি হৈছে! চৰকাৰী তথ্য অনুসৰি বিগত পাঁচ বছৰত শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পাইছে। ইপিনে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত আন এক হতাশাজনক ছবি পোহৰলৈ আহিছে। বিগত পাঁচ বছৰত ৮৪ হাজাৰৰো অধিক বিদ্যালয় কেন্দ্ৰৰ পি এম পোষাণ (পূৰ্বৰ মধ্যাহ্ন ভোজন) আঁচনিৰ পৰিসৰৰ বাহিৰত গৈছে। অৰ্থাৎ এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে...
Read More
চীনে নিজৰ কপট কৌশলৰ পৰা আঁতৰি অহা নাই। বাতৰি অনুসৰি চীনে তিব্বতৰ ইয়াৰলুং ছাংপো নদীত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই আছে। বিশেষজ্ঞ আৰু বিষয়াসকলে সকীয়াই দিছে যে ইয়াৰ ফলত ভাৰতৰ নামনি অংশত জল সুৰক্ষা, পৰিৱেশ তন্ত্ৰ, আৰু জীৱিকাৰ প্ৰতি গুৰুতৰ ভাবুকি আহিব পাৰে। যিহেতু নদীখনে ব্ৰহ্মপুত্ৰ হিচাপে ভাৰতত প্ৰৱেশ কৰে, সেয়েহে নদীখনৰ উৰ্ধপৃষ্ঠত যিকোনো...
Read More
ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ঢাকা উত্তাল হৈ পৰে। বৃহস্পতিবাৰে নিশা হোৱাৰ লগে লগে ৰাজপথত ক্ষোভৰ সৃষ্টি হয়। প্ৰতিবাদৰ জুইকুৰাই সংবাদ মাধ্যমকো ৰেহাই নিদিলে। ৰাজধানীৰ কাৰৱান বজাৰৰ দৈনিক ‘প্ৰথম আলো’ আৰু ফাৰ্মগেটৰ ইংৰাজী দৈনিক ‘ডেইলী ষ্টাৰ’- প্ৰতিষ্ঠান দুটাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ চলে, কৰে লণ্ডভণ্ড, অগ্নিসংযোগৰ দৰে ঘটনাও ঘটে।...
Read More
চোৰেহে বুজে চোৰৰ মোল। কথাটো যেন একেবাৰে খাপ খাই পৰে। আন এজন  ঋণ পৰিশোধ নকৰি পলাতক ললিত মোদীয়ে ঋণ পৰিশোধ নকৰা প্ৰৱঞ্চক বিজয় মালিয়াৰ ৭০ সংখ্যক জন্মদিনৰ পূৰ্বে লণ্ডনত এক আড়ম্বৰপূৰ্ণ পাৰ্টি আয়োজন কৰিলে। একেটা ফ্ৰেমত দুয়োৰে এখন ছবিও ভাইৰেল হৈছে। আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছিল ফটোগ্ৰাফাৰ জিম ৰাইডেল। তেওঁ নিজৰ এক্স হেণ্ডেলত ললিত আৰু বিজয়ৰ...
Read More
যদি শিশুক সৰুৰে পৰা একেখন টেবুলতে খোৱাৰ আচাৰ-ব্যৱহাৰ শিকাব পৰা যায়, তেন্তে শিশুটি স্বাৱলম্বী হ’ব। পেৰেণ্টিং কনচালটেণ্টসকলে এই কথাই কয়। গৱেষকসকলে কয় যে পৰিয়ালৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰিলে শিশু বুদ্ধিমান আৰু শৈক্ষিকভাৱে মেধাৱী হয় কাৰণ ইয়াৰ ফলত তেওঁলোকৰ মাজত ইতিবাচক চিন্তাধাৰা, শব্দভাণ্ডাৰ উন্নত, ভাল আচৰণ আৰু সামগ্ৰিক জ্ঞান বৃদ্ধি পায়, যিয়ে তেওঁলোকৰ বৌদ্ধিক আৰু...
Read More
এটা সময় আছিল যেতিয়া পোহৰত থিয় হোৱাৰ অৰ্থই আছিল প্ৰশ্নৰ সন্মুখীন হোৱা। সেই সময়ত সাহসৰ অৰ্থ আছিল চকুত চকু ৰাখি নিজৰ পৰিচয় ঘোষণা কৰা। সেই যুগৰ কুঁৱলী ফালিয়েই উন্মেষ ঘটিছিল মেহেৰ কেষ্টেলিনোৰ। ৮১ বছৰ বয়সত তেওঁ বিদায় ল’লে— নীৰৱে, প্ৰায় শব্দহীনভাৱে। কিন্তু তেওঁ এৰি থৈ গ’ল এক পোহৰ যিটো নুমাই নাযায়। ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতা আৰু...
Read More
বিৰোধীৰ হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে লোকসভাই ‘বিকশিত ভাৰত – জি ৰাম জি বিধেয়ক, ২০২৫’ত অনুমোদন জনায়। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছত সদনে ধ্বনিভোটত গৃহীত কৰে। দিনৰ ১:০৭ বজাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা ১১ বজালৈ সদন স্থগিত ৰাখে। বুধবাৰে মাজনিশাৰ পিছত ‘নিয়োগ আৰু...
Read More
1 2 3 4 5 12

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources