ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
উত্তৰ-পূব

Category

নগাঁও জিলাত সংঘটিত এক শোকাৱহ ৰে’ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা হাতী পোৱালিটোৰ অৱশেষত মৃত্যু ঘটিছে। ইয়াৰ সৈতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা হাতীৰ মুঠ সংখ্যা আঠটালৈ বৃদ্ধি পালে। দেওবাৰে (২১ ডিচেম্বৰ) বন বিভাগে পোৱালিটোৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। বন বিভাগৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হাতী পোৱালিটোক বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত (CWRC) ভৰ্তি...
Read More
পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ এলাহ ৰোধ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰেৰণা বৃদ্ধিৰ বাবে কেইবাটাও কৌশল গ্ৰহণ কৰিব পাৰে, যেনে ঘৰুৱা কামত লগত লোৱা, সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰা, তেওঁলোকৰ আগ্ৰহৰ বিষয়ে উৎসাহিত কৰা, খেলৰ লগত জড়িত কৰা, আৰু সৰ্বোপৰি নিজৰ আচৰণত ইতিবাচকতা অনা, কাৰণ শিশুৱে পিতৃ-মাতৃৰ পৰাই শিকে। * এলাহ ৰোধ কৰিবলৈ ৫টা কৌশল: ১) ঘৰুৱা কামত...
Read More
মেঘালয়ত সংঘটিত হোৱা চাঞ্চল্য্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সাত মাহৰ পাছত অৱশেষত মেঘালয় আৰক্ষীয়ে আদালতত ৭০০ পৃষ্ঠাৰ এক বৃহৎ অভিযোগনামা দাখিল কৰিছে। সমগ্ৰ দেশ কঁপাই যোৱা এই ‘হানিমুন হত্যাকাণ্ড’ৰ ৰহস্য ফাদিল কৰি আৰক্ষীয়ে জনোৱা মতে, ৰাজাৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই মিলি এই হত্যাকাণ্ডৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। অভিযোগনামাত উল্লেখ কৰা অনুসৰি, স্বামীক হানিমুনৰ...
Read More
বিচিচিআইয়ে শনিবাৰে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে। শুভমন গিলক বাদ দিয়া হৈছে, ঈশান কিষান ঘূৰি আহিছে। দীৰ্ঘদিন ধৰি শুভমন গিল স্বাভাৱিক ফৰ্মত নাই। সেয়ে তেওঁৰ বাদ পৰাটো বহুতৰে বাবে স্বাভাৱিক যেনেই লাগিছে। অৱশ্যে ঈশান কিষান দললৈ ঘূৰি অহাৰ কথাটো বহুলভাৱে চৰ্চিত হৈছে। শেহতীয়াকৈ ঘৰুৱা টি-২০ প্ৰতিযোগিতাত কিষানৰ ফৰ্ম দেখি বহুতে তেওঁক...
Read More
পাকিস্তানৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক ১৭ বছৰৰ কাৰাদণ্ড বিহিছে।  সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ পাইছে। পাকিস্তানৰ আদালতে ইমৰাণ খান আৰু তেওঁৰ পত্নীক ৰাষ্ট্ৰীয় উপহাৰৰ সৈতে জড়িত টোছাখানা দুৰ্নীতিৰ গোচৰত শাস্তি প্ৰদান কৰে। ২০২১ চনত ছৌদি আৰব চৰকাৰৰ পৰা লাভ কৰা ৰাষ্ট্ৰীয় উপহাৰত...
Read More
প্ৰয়াত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ বিৰুদ্ধে চলি থকা তদন্তৰ সৈতে জড়িত ৩ লাখ পৃষ্ঠাৰো অধিক ৰেকৰ্ড প্ৰকাশ কৰিছে আমেৰিকাৰ ন্যায় বিভাগে। বিগত কেইমাহমানৰ পৰা কঠোৰপন্থী ৰিপাব্লিকানসকলেই এপষ্টেইনৰ ফাইলসমূহ মুকলি কৰিবলৈ ট্ৰাম্প প্ৰশাসনক ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি আহিছে। ইয়াৰ মাজতে আমেৰিকাৰ কংগ্ৰেছে এই সন্দৰ্ভত এখন বিধেয়ক গৃহীত কৰে। পিছত ট্ৰাম্পে তাত স্বাক্ষৰ কৰে। প্ৰসংগক্ৰমে এপষ্টেইনৰ ফাইলত...
Read More
নিটাল নামঘৰৰ বৰকাঁহত কোব পৰিল, ওলাই আহ। গঞা টোপনিত। সাৰ পোৱা নাই। কাইলৈ বানপানী আহি গাওঁ উটুৱাই নিব। বৰকাঁহৰ মাত জঁকাবোৰৰ ওপৰত আলোড়ন হৈ ৰ’ব। ——
Read More
ছিৰিয়াত আকস্মিক আক্ৰমণ চলালে আমেৰিকান সেনাই। শুকুৰবাৰে নিশা আমেৰিকান সেনাই আইছিছৰ উগ্ৰপন্থী ঘাটিক লক্ষ্য কৰি লয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এয়া যুদ্ধৰ ইংগিত নহয়। ই আছিল মাথোঁ প্ৰতিশোধমূলক পদক্ষেপ। আৰু ইয়াত সমৰ্থন আছে ছিৰিয়া চৰকাৰৰ। উল্লেখ্য যে যোৱা সপ্তাহত ছিৰিয়াত কেইবাজনো আমেৰিকান লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁলোকৰ মৃতদেহ আমেৰিকা পোৱাৰ পিছতেই...
Read More
বিজেপিৰ আপত্তি নাকচ কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে বিধানসভাত এখন ডাঙৰ বিধেয়ক গৃহীত কৰে। শুকুৰবাৰে কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে ঘৃণামূলক ভাষণ আৰু ঘৃণা অপৰাধ (প্ৰতিৰোধ) বিধেয়ক গৃহীত কৰে। ইয়াৰ জৰিয়তে ৰাজ্যত অশান্তি বিয়পাবলৈ ঘৃণামূলক ভাষণ দিয়া ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। এই বিধেয়কখনৰ বিৰুদ্ধে কৰ্ণাটকৰ বিজেপি আৰু জেডিএছে...
Read More
অসমৰ হোজাই জিলাত শনিবাৰে পুৱা সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা। ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৮টা হাতী নিহত হোৱাৰ লগতে আৰু এটা হাতী আহত হয়। সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে ৰে’লখনৰ ইঞ্জিনকে ধৰি পাঁচটা ডবা ৰেলপথৰ পৰা ওলাই যায়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং শাখাৰ সংমণ্ডল প্ৰবন্ধকে জনোৱা মতে, যমুনামুখ আৰু কামপুৰ ষ্টেচনৰ মাজত সংঘটিত...
Read More
1 2 3 4 12

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources