ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
উত্তৰ-পূব

Category

পাঁচ দিন ধৰি নিৰুদ্দেশ হৈ থকা ইউৰোপৰ বিউটি ইনফ্লুৱেঞ্চাৰ ষ্টেফানী পাইপাৰ (৩১)ৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অষ্ট্ৰিয়াৰ মহিলাগৰাকীক হত্যা কৰে তেওঁৰ প্ৰাক্তন প্ৰেমিক পিটাৰ এম-য়ে। মৃতদেহটো ছুটকেছত ভৰাই স্লোভেনিয়াৰ মেজস্পাৰ্কৰ জংঘলত পুতি ৰাখিছিল। এই হত্যাকাণ্ডই সমগ্ৰ অষ্ট্ৰিয়া আৰু স্লোভেনিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ষ্টাইৰিয়ান ষ্টেট পুলিচৰ মতে, ২৩ নৱেম্বৰত পাৰ্টিৰ পৰা উভতি অহাৰ পিছত পাইপাৰ নিৰুদ্দেশ...
Read More
সংসদত আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলসমূহক কটাক্ষ কৰিছিল যে সংসদত “নাটক” নহয়, “কাম”ৰ প্ৰয়োজন। তেওঁ কয় যে সংসদ যাতে ত্ৰিকোণীয় নাটকৰ মঞ্চ হৈ নপৰে। তেওঁ লগতে বিৰোধী নেতাসকলৰ কাৰ্যকলাপৰ ওপৰতো মন্তব্য কৰে। এই মন্তব্যৰ পিছতে কংগ্ৰেছৰ ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে মোডীক প্ৰত্যুত্তৰ দি কয়, “নিৰ্বাচনৰ পৰিস্থিতি, এছ আই আৰ আৰু দিল্লীৰ বায়ু প্ৰদূষণ তুচ্ছ...
Read More
প্ৰতি বছৰে ১ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। এইডছ, যাৰ মূল কাৰণ এইচ আই ভি ভাইৰাছ, সেয়া বিশ্বজুৰি স্বাস্থ্যজনিত এক প্ৰত্যাহ্বান। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱসটোৰ উদ্দেশ্য হৈছে এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি, আক্ৰান্তসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ আৰু এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰা। এইবাৰৰ...
Read More
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছতে ভাৰতীয় তথ্য-প্ৰযুক্তি খণ্ডই কটকটীয়া অনুপ্ৰৱেশ নীতিত সংকটৰ ইংগিত লাভ কৰিছিল। বছৰৰ শেষত সেই সম্ভাৱনা এইচ-১বি ভিছা অনুমোদনৰ ক্ষেত্ৰত সঁচা হৈ পৰিল। ২০২৫ বিত্তীয় বৰ্ষত শীৰ্ষস্থানীয় ৭টা আই টি কোম্পানীৰ পৰা প্ৰাৰম্ভিক নিয়োগৰ বাবে মাত্ৰ ৪,৫৭৩ খন এইচ-১বি ভিছা আবেদনৰ অনুমোদন পাইছে। পৰিসংখ্যা অনুসৰি ২০২৫ চনত যোৱা দশকত ভাৰতীয়...
Read More
শনিবাৰে সংঘটিত হৈছিল এই ঘটনা। গুজৰাটত এখন সভাত ভাষণ দি আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। হঠাৎ মঞ্চৰ সন্মুখত এজন নিৰাপত্তাৰক্ষীয়ে চেতনা হেৰুৱাই পেলালে। তেওঁ মাটিত ঢলি পৰিল। কিন্তু নাড্ডাৰ ভাষণ বন্ধ নহ’ল। মঞ্চত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ মাজত কোনো সঁহাৰি দেখা নগ’ল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনে গৰিহণাৰে জোৱাৰ...
Read More
টেষ্ট ছিৰিজত লজ্জাজনক পৰাজয়। দেশ-বিদেশে তীব্ৰ সমালোচনাৰ সন্মুখীন।  আক্ষৰিক অৰ্থতে ‘গম্ভীৰ’হৈ পৰিল গৌতম। এই পৰিস্থিতিত টিম ইণ্ডিয়াৰ ‘ত্ৰাণকৰ্তা’ কোন? সেই সুপৰিচিত দুখন মুখ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা এদিনীয়া শৃংখলাৰ একমাত্ৰ মেচখনত ৰোহিতে শতক আৰু কোহলীয়ে অৰ্ধশতক অৰ্জন কৰিছিল। ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কেৱল সেই পৰিসংখ্যাটোহে...
Read More
1 10 11 12

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources