ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

পঞ্জাৱৰ মোহালীৰ সোহানা অঞ্চলত ব্যক্তিগত কাবাডী প্ৰতিযোগিতাৰ সময়ত ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰে কাবাডীৰ খেলুৱৈ তথা প্ৰমোটাৰ ৰানা বালাচৌৰিয়াক। মৃত যুৱকজনৰ প্ৰকৃত নাম কানোৱাৰ দিগ্বিজয় সিং। বয়স প্ৰায় ৩০ বছৰ। সোমবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত সমগ্ৰ অঞ্চলটোত এই ঘটনাই আতংক বিয়পাই দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, চেলফি লোৱাৰ অজুহাতত ২-৩জন অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৰানাৰ কাষ চাপিছিল আৰু হঠাতে...
Read More
ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী তথা মানৱ অধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদীক কাৰাগাৰত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ আঘাত পোৱাত তেওঁক দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল বুলি জনিব পৰা গৈছে। তেওঁৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত নাৰ্গিছ ফাউণ্ডেশ্যনে সোমবাৰে এই তথ্য প্ৰকাশ কৰে। ফাউণ্ডেশ্যনৰ মতে, শুকুৰবাৰে তেহৰাণত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পাছত দেওবাৰে নিশা মহম্মদীয়ে কাৰাগাৰৰ পৰা পৰিয়াললৈ ফোন...
Read More
ৰাজস্থানৰতিনিজন বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ঘোচলোৱাৰ অভিযোগ! তিনিওজন বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰএজন শাসক দল বিজেপিৰ বিধায়ক, এজন বিৰোধী দল কংগ্ৰেছৰ, আৰু আনজন নিৰ্দলীয়। অভিযোগ অনুসৰি, কোনো কামত বিধায়ক পুঁজিৰ ধন অনুমোদন দিলে, তাৰ পৰা এই তিনিজন বিধায়কে ‘কমিছন’ লৈছিল। এই ঘটনাৰ ফলত ৰাজস্থানৰ শাসক-বিৰোধী দুয়ো পক্ষই অস্বস্তিত পৰিছে। বিজেপি আৰু কংগ্ৰেছ উভয়েই...
Read More
অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল পুনৰ উত্তপ্ত হৈ পৰিছে। দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১ জনীয়া এটা অস্ত্ৰধাৰী নগা দলে জয়পুৰ গাঁৱত প্ৰৱেশ কৰি স্থানীয় লোকক ভয়-ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতে সীমান্ত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰ অনুসৰি, নগা দলটোৱে চৰাই চিকাৰৰ উদ্দেশ্যে মেৰাপানী সীমান্তৰ ডি-চেক্টৰৰ ভেলৌগুৰি...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ মঞ্চত ভাৰতৰ বৰ্ধিত গুৰুত্ব প্ৰদৰ্শন কৰি সোমবাৰে তিনিখন মহাদেশৰ তিনিখন দেশ ভ্ৰমণৰ বাবে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। এই ভ্ৰমণসূচীত আছে জৰ্ডান, ইথিওপিয়া ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক আৰু ওমান। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গন্তব্যস্থান হৈছে জৰ্ডান। জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণত তেওঁ এই ভ্ৰমণ কৰিব। এই ভ্ৰমণ এই কাৰণে তাৎপৰ্যপূৰ্ণ...
Read More
দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ‘ভোট চোৰ, গাদ্দী ছোড়’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমাৱেশত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে অবৈধভাৱে চৰকাৰ গঠন কৰাৰ অভিযোগ উত্থাপন কৰে। সমাৱেশত ভাষণ দি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয়, বেলট পেপাৰত...
Read More
ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত হৈছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই বৃহৎ অনুষ্ঠানৰ সামৰণি পৰিব। কিন্তু, দিল্লীৰ অতিমাত্ৰা বায়ু প্ৰদূষণৰ বাবে মেছিৰ অনুৰাগীসকলে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সোমবাৰৰ দিল্লীৰ বতৰৰ পৰিসংখ্যাই এক উদ্বেগজনক ছবি দাঙি ধৰিছে। বাতৰি...
Read More
বিহাৰৰ মুজাফৰপুৰত দেওবাৰে নিশা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। এজন ৩৫ বছৰীয়া লোকে নিজৰ পাঁচটা সন্তানক ডিঙিত চিপ লগাই হত্যাৰ চেষ্টা চলোৱাৰ পিছত নিজেও আত্মহত্যা কৰে। এই ঘটনাত তিনিগৰাকী কন্যাৰ থিতাতে মৃত্যু হয় যদিও সৌভাগ্যক্ৰমে দুই পুত্ৰই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জীৱিত পুত্ৰ দুজন বৰ্তমান চিকিৎসাধীন হৈ আছে। মৃত লোকজনক অমৰনাথ ৰাম বুলি...
Read More
উদয়ম এগ্ৰ’ ফুডছে জলপান আৰু ৰেডি টু মেক ব্ৰেকফাষ্ট পেকেজড খাদ্য প্ৰস্তুত কৰে। তদুপৰি এই কোম্পানীয়ে ৬৬৮ কোটি টকাৰ বিভিন্ন কৃষি সম্পৰ্কীয় সামগ্ৰী প্ৰস্তুত কৰে। ৰিলায়েন্সৰ কনজিউমাৰ প্ৰডাক্ট বিভাগে ৬৬৮ কোটি টকাৰ এই কোম্পানীটো ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত আলোচনা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। চুক্তিৰ সৈতে জড়িত লোকসকলৰ উদ্ধৃতি দি ইকনমিক টাইমছে এই...
Read More
বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনৰ ওপৰত এতিয়া বৃহৎ দায়িত্ব। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। ৪৫ বছৰীয়া নীতিনক ইমান ডাঙৰ দায়িত্বলৈ অনাৰ পিছৰে পৰা বিজেপি কৰ্মী আৰু সাধাৰণ জনতাৰ মাজত চৰ্চা লাভ কৰিছে। দৰাচলতে নীতিন নবীন ৰাজনৈতিক খেলপথাৰত অভিজ্ঞ বেটছমেন। পাটনাৰ বাংকীপুৰ আসনৰ পৰা ৫ বাৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছে। তেওঁৰ...
Read More
1 6 7 8 9 10 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources