ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

‘বিমানত এজন যাত্ৰীৰ ওচৰত বোমা আছে। তেওঁৱেই আক্ৰমণ চলাব।’ ই-মেইলযোগে এই ভাবুকি দিয়া হৈছিল বিমানবন্দৰ কৰ্তৃপক্ষক। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগ’ৰ বিমানত আক্ৰমণৰ এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। হায়দৰাবাদত অৱতৰণ কৰাৰ পৰিৱৰ্তে বিমানখন মুম্বাইলৈ ঘুৰাই অনা হয়। অৱশ্যে ইণ্ডিগোৰ বিমানখন নিৰাপদে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে। আটাইকেইজন...
Read More
চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা প্ৰতিটো নতুন স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টল কৰিব লাগিব আৰু ব্যৱহাৰকাৰীয়ে ইয়াক ডিলিট কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি কৰিছে। চিম বাইণ্ডিং নিয়মক লৈ চলি থকা বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই...
Read More
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনৰ মাজতে সোমবাৰে (১ ডিচেম্বৰ) এক প্ৰত্যাশিত খৱৰ আহিছে। চৌহদত উত্তেজনা বৃদ্ধি পোৱা আৰু তেওঁৰ কাৰ্যকালৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগ বৃদ্ধি পোৱাৰ পিছত আনুষ্ঠানিকভাৱে পদত্যাগ কৰে বিত্ত বিষয়া ব্ৰজ বন্ধু মিশ্ৰই। প্ৰতিবাদ আৰম্ভ হোৱাৰ দ্বিতীয় দিনা (২২ ছেপ্টেম্বৰ)ৰ পৰা বিশ্ববিদ্যালয় চৌহদত অনুপস্থিত হৈ থকা মিশ্ৰই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰতিষ্ঠানটোৰ সৈতে থকা...
Read More
ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা আছাৰাম বাপু নিজৰ অসুস্থতাক আহিলা হিচাপে লৈ জামিনত ওলাইছে। এই ঘটনাত দোষীৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ভুক্তভোগীয়ে। আদালতত নিৰ্যাতিতাৰ অধিবক্তাগৰাকীয়ে কয় যে অছাৰাম একেবাৰেই অসুস্থ নহয়। তেওঁ সুস্থ আৰু সমগ্ৰ দেশ ভ্ৰমণ কৰি আছে। সেয়ে তেওঁৰ জামিন বাতিল কৰিব লাগে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত...
Read More
দিল্লীৰ কৃষ্ণা নগৰস্থিত এখন ব্যক্তিগত হাস্পতালত এগৰাকী মৃত মহিলাৰ দেহৰ পৰা সোণৰ অলংকাৰ চুৰি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। হাস্পতালৰ কৰ্মচাৰী জড়িত থকা এই কাণ্ডৰ ফুটেজ চিচিটিভি কেমেৰাত বন্দী হৈছে, যিয়ে সমাজত এক লজ্জাজনক উদাহৰণ দাঙি ধৰিছে। যোৱা ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৫ বজাত সংকটজনক অৱস্থাত এগৰাকী বয়স্ক মহিলাক দিল্লীৰ গোৱেল হাস্পতালত ভৰ্তি কৰোৱা...
Read More
সোমবাৰে লোকসভাত উত্থাপন কৰা হয় চেণ্ট্ৰেল এক্সাইজ (সংশোধনী) বিল, ২০২৫ আৰু হেল্থ ছিকিউৰিটি ছে নেচনেল ছিকিউৰিটি ছেছ বিল, ২০২৫। এই বিলসমূহ গৃহীত হ’লে দেশত চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰী আৰু পাণ মছলাৰ উৎপাদনৰ ব্যয় ব্যাপকভাৱে বৃদ্ধি পাব। আজি দুপৰীয়া দেশৰ চিগাৰেট উৎপাদনকাৰী কোম্পানী আইটিচিৰ শ্বেয়াৰ মাত্ৰ ০.১ শতাংশ বৃদ্ধি হয়। পুৱা কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। আনহাতে,...
Read More
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদগৰাকীক বিদায় দিছে। কিয়নো দশক দশক ধৰি শৈক্ষিক সেৱা আগবঢ়োৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে বিশিষ্ট অধ্যাপক নিবেদিতা মেননে। ৰাজনৈতিক তত্ত্বৰ ব্যাপক স্বীকৃতি আৰু শক্তিশালী নাৰীবাদী কণ্ঠৰ পণ্ডিত মেননে সমসাময়িক ভাৰতত লিংগ, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়ৰ ওপৰত সমালোচনা গঢ় দিয়াত অবিচ্ছেদ্য ভূমিকা পালন কৰিছে। ২০০৮ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ অহাৰ পূৰ্বে...
Read More
এটাৰ পিছত আনটো গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত থাকিল কংগ্ৰেছ সাংসদ শশী থাৰুৰ। এই ঘটনাই এতিয়া কংগ্ৰেছ দলৰ ভিতৰচৰাত তীব্ৰ গুঞ্জনৰ সৃষ্টি কৰিছে। সঁচাকৈয়ে দল ত্যাগ কৰিব নেকি তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীয়ে? অৱশ্যে, সাংসদগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এখন বৈঠকত মিলিত হয়। সংসদৰ শীতকালীন অধিৱেশনত দলৰ কৌশল কেনে হ’ব, সেই লৈ আলোচনা...
Read More
সংসদত আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলসমূহক কটাক্ষ কৰিছিল যে সংসদত “নাটক” নহয়, “কাম”ৰ প্ৰয়োজন। তেওঁ কয় যে সংসদ যাতে ত্ৰিকোণীয় নাটকৰ মঞ্চ হৈ নপৰে। তেওঁ লগতে বিৰোধী নেতাসকলৰ কাৰ্যকলাপৰ ওপৰতো মন্তব্য কৰে। এই মন্তব্যৰ পিছতে কংগ্ৰেছৰ ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে মোডীক প্ৰত্যুত্তৰ দি কয়, “নিৰ্বাচনৰ পৰিস্থিতি, এছ আই আৰ আৰু দিল্লীৰ বায়ু প্ৰদূষণ তুচ্ছ...
Read More
প্ৰতি বছৰে ১ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। এইডছ, যাৰ মূল কাৰণ এইচ আই ভি ভাইৰাছ, সেয়া বিশ্বজুৰি স্বাস্থ্যজনিত এক প্ৰত্যাহ্বান। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱসটোৰ উদ্দেশ্য হৈছে এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি, আক্ৰান্তসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ আৰু এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰা। এইবাৰৰ...
Read More
1 23 24 25 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources