ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

অসম চুক্তিৰ অংশ হিচাপে ১৯৯৪ চনত স্থাপিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমান অব্যাহত থকা অচলাৱস্থাক লৈ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। বিগত কেইমাহমানৰ পৰা বিশ্ববিদ্যালয় প্ৰশাসনৰ সৈতে জড়িত অনিয়মৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলে ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। প্ৰায় দুমাহ ধৰি বিশ্ববিদ্যালয় চৌহদত উপাচাৰ্যগৰাকী অনুপস্থিত থকাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰী আৰু আনসকলে...
Read More
সংসদৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত সংসদৰ চৌহদত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সাংসদসকলে চৰকাৰে প্ৰণয়ন কৰা নতুন চাৰিখন শ্ৰম সংহিতাৰ (Four Labour Codes) বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আদি শীৰ্ষ নেতাসকল উপস্থিত থাকে। প্ৰতিবাদকাৰী সাংসদসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ “কৰ্প’ৰেট জংগলৰাজ...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বে এক ডাঙৰ কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে। পুটিনৰ আগমনৰ আগদিনা, ৰাছিয়াৰ তিনিখন প্ৰধান পশ্চিমীয়া ৰাষ্ট্ৰ  ব্ৰিটেইন, ফ্ৰান্স, আৰু জাৰ্মানীয়ে এক ইংগিতমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই তিনিখন দেশৰ ভাৰতত থকা ৰাষ্ট্ৰদূতসকলে যৌথভাৱে এটা সম্পাদকীয় প্ৰতিবেদন প্ৰকাশ কৰি পুটিনক তীব্ৰ সমালোচনা কৰিছে। সমগ্ৰ বিষয়টোক লৈ নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা...
Read More
বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯০.২ লৈ হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এইটোৱেই এতিয়ালৈকে আটাইতকৈ দুৰ্বল প্ৰদৰ্শন। মঙলবাৰে ৮৯.৯ টকাত উপনীত হোৱাৰ মাত্ৰ এদিন পিছতে এই হ্ৰাস দেখিবলৈ পোৱা গৈছে। এই বছৰত এতিয়ালৈকে টকাৰ মূল্যৰ প্ৰায় ৫% হ্ৰাস পাইছে। ৰয়টাৰৰ তথ্য অনুসৰি এই বছৰ এছিয়াৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ বেয়া প্ৰদৰ্শন ভাৰতীয়...
Read More
বৰ্ষাকালীন অধিৱেশনৰ সময়ত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে কৰা অহৰহ দাবীক প্ৰতিহত কৰাৰ পাছত চৰকাৰে শীতকালীন অধিবেশনৰ দ্বিতীয় দিন মঙলবাৰে (২ ডিচেম্বৰ) বিষয়টো আলোচনা কৰিবলৈ সন্মত হৈছে। নিৰ্বাচনী সংস্কাৰৰ সৈতে জড়িত অন্যান্য বিষয়ৰ লগতে অহা সপ্তাহত এই বিতৰ্ক অনুষ্ঠিত হ’ব। কিন্তু চৰকাৰে কৈছে যে এই আলোচনা বন্দে মাতৰমৰ ১৫০ বছৰীয়া...
Read More
এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন চাহৱালাৰ বেশত দেখা গৈছে! এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ বক্তব্য, প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে যি কাম কৰি আছে সেয়া কংগ্ৰেছে সহ্য কৰিব...
Read More
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল! শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ লগতে দাবী কৰে যে চৰ্দাৰ বল্লভভাই পেটেলে চৰকাৰী ধনেৰে সেই মছজিদ নিৰ্মাণৰ নেহৰুৰ ইচ্ছা বন্ধ কৰি দিছিল। মঙলবাৰে পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বদোদৰাত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ...
Read More
ভাৰত চৰকাৰ আৰু বহুজাতিক সংস্থা এপলৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ভাৰতৰ দূৰসংযোগ বিভাগে (DoT) সকলো নতুন আইফোনত চৰকাৰ সমৰ্থিত চাইবাৰ সুৰক্ষা এপ ‘সঞ্চাৰ সাথী‘ প্ৰিলোড কৰাৰ যি নিৰ্দেশ দিছিল, সেয়া মানি ল’বলৈ এপলে অস্বীকাৰ কৰিছে। এপলে ইয়াৰ আই অ’ এছ ইক’চিষ্টেমৰ গোপনীয়তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য বিপদৰ কথা উল্লেখ কৰি এই নিৰ্দেশনা নাকচ...
Read More
দিল্লীৰ বায়ু প্ৰদূষণে এক ভয়ংকৰ ৰূপ লৈছে। দেৱালীৰ পাছত এই প্ৰদূষণৰ মাত্ৰা অধিক হৈ এতিয়া ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। দিল্লীত উশাহ লোৱা মানে কোনো সমস্যাকে হাত বাউল দি মতাতকৈ কম নহয়। AQI.IN এ দিল্লী, মুম্বাই, বেংগালুৰু আৰু চেন্নাইৰ PM2.5 মাত্ৰা তুলনা কৰিছে, যাৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে কেনেকৈ প্ৰতিদিনে মানুহে বিষাক্ত বায়ু...
Read More
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা বি.এছ. য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকা ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰুজু কৰা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মঙলবাৰে (২ ডিচেম্বৰ) ৰাজ্যখনৰ চিআইডিলৈ জাননী জাৰি কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে য়েডুৰাপ্পাৰ বিৰুদ্ধে POCSO Act (শিশুসকলক যৌন অপৰাধৰ পৰা সুৰক্ষা)ৰ অধীনত দাখিল কৰা গোচৰত...
Read More
1 21 22 23 24 25 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources