ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

ভ্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সন্মানত শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নৈশ ভোজত কংগ্ৰেছ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰ উপস্থিত থাকে। কিন্তু ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী দলপতি ক্ৰমে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক নিমন্ত্ৰণ নাপালে। কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীকো নিমন্ত্ৰণ কৰা হোৱা নাছিল। বিদেশী অতিথিৰ বাবে ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নৈশ ভোজ গ্ৰহণৰ...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি শুকুৰবাৰে আনুষ্ঠানিক বৈঠকত অংশ লয়। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে দ্বিপাক্ষিক আলোচনা কৰে। দুয়োগৰাকী শীৰ্ষ নেতাই স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা, শ্বিপিং, আৰু ডাক সেৱাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাস্থ্য খণ্ডত এক বৃহৎ যৌথ প্ৰচেষ্টাৰ...
Read More
কৰ্ণাটকৰ হুবল্লীৰ গুজৰাট ভৱনত এক অভূতপূৰ্ব দৃশ্য দেখা গ‘ল, য’ত নৱবিবাহিত দম্পতীয়ে ইণ্ডিগো বিমান বাতিলৰ ফলত নিজৰ অভ্যৰ্থনা অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিবলগীয়া হয়। দেশজুৰি চলি থকা পাইলটৰ নাটনিৰ বাবে বিমান সেৱা বাতিল হোৱাৰ ফলত বেংগালুৰুস্থিত চফটৱেৰ ইঞ্জিনিয়াৰ মেধা ক্ষীৰ্সাগৰ আৰু সংগম দাস বহু দূৰত আৱদ্ধ হৈ পৰে। হুবল্লীৰ মেধা আৰু ওড়িশাৰ...
Read More
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত জনোৱা অনুসৰি, ২০২০ চনৰ পৰা দেশত ৯৯ হাজাৰ হেক্টৰতকৈ অধিক বনাঞ্চল অবন্য কামত ব্যৱহাৰ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ বনাঞ্চলৰ ডাইভাৰচনৰ ভিতৰত পথ, খনন, জলবিদ্যুৎ আৰু জলসিঞ্চন প্ৰকল্পসমূহে সৰ্বাধিক অংশ গ্ৰহণ কৰিছে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত এই তথ্য সদৰি কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা...
Read More
 ৰাজস্থান উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক লোকৰ বিবাহযোগ্য বয়স নহ’লেও, তেওঁলোকে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰিব পাৰে । বিচাৰপীঠে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসাৰে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কেৱল বিবাহৰ আইনী বয়স পূৰণ নোহোৱাৰ বাবে অস্বীকাৰ কৰিব নোৱাৰি। উল্লেখ্য যে কোটা নগৰৰ এগৰাকী ১৮ বছৰীয়া যুৱতী আৰু...
Read More
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত টাটা ট্ৰাষ্টৰ বৰ্তমানৰ অধ্যক্ষ ন’ৱেল টাটাৰ মাতৃ আৰু কোম্পানীটোৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ সতীয়া মাতৃ চিমোনে টাটাৰ মুম্বাইৰ ব্ৰীচ কেণ্ডি হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে। শুকুৰবাৰে পুৱা হস্পিতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। টাটা গ্ৰুপে এটা বিবৃত্তিযোগে চিমোনেৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। বিবৃতিত চিমোনেৰ...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee) ৰেপ’ ৰেট সলনি কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ৰেপ’ ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। বুধবাৰৰ (৩ ডিচেম্বৰ) পৰা আৰবিআইৰ মুদ্ৰা নীতি সমিতিৰ বৈঠক আৰম্ভ হৈছিল। সেই বৈঠকৰ পিছত শুকুৰবাৰে (৫ ডিচেম্বৰ) ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপ’ ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।...
Read More
পূব জয়ন্তীয়া পাহাৰৰ ক’ল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা পৰিচালিত ডিপোত  ৪০,৫৫৪.৭২ মেট্ৰিক টন কয়লা নিৰুদ্দেশ হোৱাৰ বিষয়টো তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কাটাকেৰ নেতৃত্বত এখন কমিটীয়ে খনি আৰু ভূতত্ত্ব বিভাগৰ সচিবক নিৰ্দেশ দিছে। কমিটীয়ে দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে দুখন চৰকাৰী প্ৰতিবেদন তুলনা কৰোঁতে এই বিষয়টো পোহৰলৈ আহে। খনিজ...
Read More
ৰসগোল্লাৰ বাবে ভাঙি গ’ল এখন বিয়া। বিয়াত ৰসগোল্লাৰ নাটনি হৈছিল। ইয়াৰ বাবেই দৰা-কইনাৰ পৰিয়ালৰ মাজত কাজিয়া আৰম্ভ হয়। বিয়াখন বাতিল কৰা হ’ল। ক’ত সংঘটিত হ’ল এনে এক অদ্ভুত ঘটনা? এনে এক অদ্ভুত ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ বোধ গয়াত। বোধগয়াৰ এখন বিয়াত ৰসগোল্লাৰ অভাৱত দৰা-কইনাৰ পৰিয়ালৰ মাজত চৰম বিশৃংখলতা আৰু কাজিয়া চলিল। চিচিটিভিৰ ফুটেজত দেখা...
Read More
মেছেজিং এপে আন এআই প্ৰদানকাৰীক বাধা দিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইউৰোপীয় সংঘই হোৱাটছএপৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) নীতিৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। মেটা (ফেচবুকৰ মূল কোম্পানী)ৰ মালিকানাধীন হোৱাটছএপে কিছু পলমকৈ, চলিত বৰ্ষৰ মাৰ্চ মাহত ইউৰোপীয়ান ইউনিয়নৰ ব্যৱহাৰকাৰীৰ বাবে এআই চেটবট বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছিল। ইউৰোপীয়ান ইউনিয়নত প্ৰতিযোগিতাৰ নিয়মৰ বাবে দায়বদ্ধ ইউৰোপীয় আয়োগে কয় যে হোৱাটছএপৰ...
Read More
1 18 19 20 21 22 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources