ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

কৰ্ণাটকৰ হুবলীত সংঘটিত এক চাঞ্চল্যকৰ ‘অনাৰ কিলিং‘ অৰ্থাত সন্মানৰ নামত হত্যাৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে দলিত সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অভিযোগত ১৯ বছৰীয়া গৰ্ভৱতী মান্যা পাটিলক নৃশংসভাৱে হত্যা কৰা হয়। উল্লেখ্য যে মান্যা ছয়-সাত মাহৰ অন্তঃসত্বা আছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মান্যাৰ পিতৃসহ দুজন...
Read More
অনিশ্চয়তাৰ মাজত হাজাৰ হাজাৰ আই টি কৰ্মী। ট্ৰাম্পৰ কঠোৰ সিদ্ধান্তই আমেৰিকালৈ ঘূৰি যোৱাটো অনিশ্চিত কৰি তুলিছে। চলিত মাহত ছুটীৰ বাবে ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়ৰ বাবে ডাঙৰ বেয়া খবৰ। সেয়া আমেৰিকাৰ ভিছাৰ সৈতে জড়িত নতুন জটিলতাৰ বাবে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ অভিবাসন নীতিৰ বাবে হাজাৰ হাজাৰ ভাৰতীয় পেছাদাৰীৰ এইচ-১বি আৰু এইচ-৪ ভিছাৰ সাক্ষাৎকাৰ (এপইণ্টমেণ্ট) হঠাতে বাতিল...
Read More
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ ক্ষুব্ধ হৈ পৰিছে পৰিৱেশ কৰ্মীসকল। ইয়াৰ ফলত ৰাজস্থান, দিল্লী, গুজৰাট আৰু হাৰিয়ানাত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আৰাৱলী পৰ্বতমালাৰ ব্যাখ্যাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে বিতৰ্কৰ। উচ্চতম ন্যায়ালয়ে এই ব্যাখ্যা গ্ৰহণ কৰি কয় যে এক নিৰ্দিষ্ট উচ্চতা আৰু ভূ-প্ৰাকৃতিক বৈশিষ্ট্য থকা অঞ্চলকহে আৰাৱলীৰ অংশ হিচাপে...
Read More
নিৰ্বাচনী বণ্ড অসাংবিধানিক। এই ব্যৱস্থাটো আচলতে কিবা এটাৰ বিনিময়ত কাৰোবাক এটা সুবিধা লাভ কৰাই দিয়া। এই ব্যাখ্যাৰে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰিছিল। কিন্তু তাত যে কোনো লাভ নহ’ল সেয়া প্ৰমাণ হৈছে আয়োগক দাখিল কৰা নিৰ্বাচনী ট্ৰাষ্টৰ প্ৰতিবেদনত। কাৰণ, ‘বণ্ড’ৰ সলনি ‘ট্ৰাষ্ট’ আহিলেও গেৰুৱা শিবিৰৰ তহবিলত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই।...
Read More
জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ অভিযোগক কেন্দ্ৰ কৰি নলবাৰীত কংগ্ৰেছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দেওবাৰে নলবাৰী টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ পদত্যাগৰ দাবী উত্থাপন কৰা হয়। ‘নল আছে, জল নাই’ শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰ উত্তাল কৰি তোলে। কংগ্ৰেছৰ অভিযোগ অনুসৰি, দেশজুৰি জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ...
Read More
বোকাখাতৰ আগশাৰীৰ আবৃত্তি শিক্ষণ কেন্দ্ৰ “প্ৰয়াস কাব্যকানন”ৰ দহ বছৰীয়া পূৰ্তি উপলক্ষে আজি এক বিশেষ সভা আৰু আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ২০১৫ চনত বোকাখাত আৰু কমাৰগাঁৱত একত্ৰিতভাৱে এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল। আজি বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই সমাৰোহত কেন্দ্ৰটোৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী, বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু অগণন গুণগ্ৰাহী উপস্থিত থাকে।...
Read More
ভাৰতীয় ৰে’লৱেই অহা ২৬ ডিচেম্বৰৰ পৰা দীৰ্ঘ দূৰত্বৰ যাত্ৰীৰ বাবে টিকটৰ ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, এই ভাড়া বৃদ্ধি কেৱল ২১৫ কিলোমিটাৰৰ অধিক দূৰত্বৰ যাত্ৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। ৰে’লৱেৰ ঘোষণা মৰ্মে, ২১৫ কিলোমিটাৰৰ ঊৰ্ধ্বৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ (Second Class Ordinary) ভাড়া প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি কৰা হৈছে।...
Read More
বাংলাদেশত পুনৰ গা কৰি উঠিছে ৰাজনৈতিক হিংসাই। এইবাৰ লক্ষ্য কৰি লোৱা হ’ল লক্ষ্মীপুৰৰ এজন স্থানীয় বিএনপি নেতাক। শনিবাৰে পুৱতি নিশা লক্ষ্মীপুৰ সদৰ উপজিলাৰ অন্তৰ্গত বিএনপিৰ সহকাৰী সাংগঠনিক সম্পাদক বিলাল হোছেইনৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। এই মৰ্মান্তিক ঘটনাত হোছেইনৰ তিনিগৰাকী কন্যা সন্তানে কৰুণ মৃত্যুক সাৱটি লয়। প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় ১ বজাত দুৰ্বৃত্তৰ এটা...
Read More
পশ্চিম বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাইছে। শেহতীয়াকৈ পশ্চিমবংগত বিশেষ কঠোৰ পুনৰীক্ষণ কৰাৰ সময়ত কৰ্মবোজা অধিক হোৱাৰ বাবে একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। যোৱা ১৮ ডিচেম্বৰত গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত আয়োগে কলকাতা চৌহদৰ বাবে তাৎক্ষণিক আৰু...
Read More
দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত এগৰাকী যাত্ৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত এয়াৰ ইণ্ডিয়া এক্সপ্রেসৰ এজন পাইলটক কৰ্তব্যৰ পৰা নিলম্বন কৰা হৈছে। স্পাইচজেটৰ যাত্ৰী অংকিত দেৱানে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এয়াৰলাইন্স কৰ্তৃপক্ষই জনোৱা মতে, তদন্ত শেষ নোহোৱালৈকে অভিযুক্ত পাইলটজনক সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অংকিত দেৱানৰ মতে, তেওঁ পত্নী আৰু চাৰি মহীয়া সন্তানৰ সৈতে...
Read More
1 2 3 4 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources