ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

মহিলাসকলৰ প্ৰতি কৰা অশালীন আৰু অপমানজনক মন্তব্যৰ অভিযোগত তথাকথিত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে আদালতে গোচৰ গ্ৰহণ কৰিছে। এই অভিযোগ দাখিল কৰিছিল সৰ্বভাৰতীয় হিন্দু মহাসভাৰ আগ্ৰা জিলাৰ সভাপতি মীৰা ৰাঠোৰে। তেওঁ দাখিল কৰা অভিযোগ পত্ৰখন মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে গ্ৰহণ কৰিছে। অহা ১ জানুৱাৰীত আদালতে মীৰা ৰাঠোৰৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতে। যোৱা অক্টোবৰ মাহত ছ’চিয়েল মিডিয়াত...
Read More
বুধবাৰে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিমবংগৰ কুখ্যাতসন্দেশখালি কাণ্ডৰ মূল অভিযুক্ত শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ আদালতলৈ গৈ থকা অৱস্থাত ঘটনাৰঅন্যতম সাক্ষী ভোলানাথ ঘোষৰ বাহনখনক এখন ট্ৰাকে মহতিয়াই নিয়ে। বাসন্তী হাইৱে’ত সংঘটিত এই ভয়াৱহ ঘটনাত ভোলানাথ ঘোষ আঘাতপ্ৰাপ্ত হয়, আনহাতে তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালকজন থিতাতে নিহত হয়। সাধাৰণতে...
Read More
গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ থানা অঞ্চলত গৰুক চিকেন ম’ম’ খুৱাই উত্তম-মধ্যম খালে এজন ইউটিউবাৰে। গোৰক্ষকে যুৱকজনক উত্তম-মধ্যম শোধোৱাৰ লগতে তেওঁক গতাই দিলে আৰক্ষীক। জানিব পৰা মতে, গুৰুগ্ৰামৰ নিউ কলনীৰ বাসিন্দা ঋত্বিক চান্দানা দিল্লী বিশ্ববিদ্যালয়ত বি এ ইংলিছ অনাৰ্ছৰ ছাত্ৰ। তেওঁ ছ’চিয়েল মিডিয়া এপত এটা বিশেষ টাস্ক পাইছিল। ৱেব প্ৰিজ্ম এপত লাইভ ষ্ট্ৰিমিং কৰি তেওঁ ম’ম’ খাবলৈ...
Read More
বিদেশ ভ্ৰমণত পুনৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে এইবাৰ তেওঁ জাৰ্মানীলৈ গৈছে। এই ভ্ৰমণক লৈ বিজেপিয়ে কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিছে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বিদেশ ভ্ৰমণৰ বিষয় উত্থাপন কৰিছে। জানিব পৰা মতে, ১৫ ডিচেম্বৰত ৰাহুল গান্ধীয়ে জাৰ্মানীৰ বাৰ্লিনলৈ ৰাওনা হ‘ব আৰু ২০ ডিচেম্বৰলৈকে তাত...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত ৫০% শুল্কৰ সন্দৰ্ভত তেওঁ কয় যে এই কঠোৰ শুল্ক আৰোপৰ মূল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কেতিয়াও নাছিল। বৰঞ্চ, ৰাজনে এই শুল্ক আৰোপৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে ভূ-ৰাজনৈতিক কাৰক বুলি অভিহিত কৰিছে।...
Read More
জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ শিপা উভালি পেলাবলৈ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তিনি দশক পুৰণি এটা গোচৰত মঙলবাৰে উপত্যকাটোৰ বিচ্ছিন্নতাবাদী নেতা জাভেদ মিৰক গ্ৰেপ্তাৰ কৰা হয়। ১৯৯৬ চনত শ্ৰীনগৰত সংঘটিত ভয়াৱহ হিংসাত্মক ঘটনাৰ অভিযুক্ত আছিল জাভেদ মিৰ। জানিব পৰা মতে, এই জাভেদ মিৰ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্যতম পাণ্ডা য়াছিন মালিকৰ ঘনিষ্ঠ সহযোগী। আৰক্ষী সূত্ৰই...
Read More
 ভাৰতীয় বেংকিং খণ্ডত গ্ৰাহকৰ সুবিধা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে নতুন নিয়ম প্ৰণয়ন কৰি আহিছে। শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম প্ৰণয়ন কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ২০১১ চনত আৰবিআইয়ে চেভিংছ একাউণ্টৰ সুতৰ হাৰৰ ওপৰত থকা সকলো নিয়ন্ত্ৰণ উঠাই লৈছিল (Deregulation)। ইয়াৰ ফলত, বেংকসমূহে নিজৰ বাণিজ্যিক নীতি অনুসৰি সুতৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা...
Read More
ইণ্ডিগ’ বিমান সেৱাত হোৱা ব্যাপক খেলিমেলিৰ ফলত যাত্ৰীসকলে সপ্তাহজোৰা দুৰ্ভোগ ভুগাৰ পিছত অৱশেষত কেন্দ্ৰীয় চৰকাৰে দেশৰ এই বৃহৎ বিমান সংস্থাটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইণ্ডিগ’ৰ দৈনিক বিমান সেৱা সোনকালে ১০ শতাংশ কমোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইণ্ডিগ’ই প্ৰতিদিনে প্ৰায় ২২০০ খন বিমান পৰিচালনা কৰে, সেই হিচাপত দৈনিক প্ৰায় ২০০ খন বিমান বাতিল কৰা হ’ব।...
Read More
এইবাৰ বিৰোধীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি আৰ স্বামীনাথনৰ বিৰুদ্ধে ‘অভিযোগ’ৰ প্ৰস্তাৱ আনিছে। মঙলবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰে। খবৰ অনুসৰি মুঠ ১২০ জন সাংসদে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে। ‘অভিযোগ’ প্ৰস্তাৱত ন্যায়াধীশ স্বামীনাথনৰ ৰায় পক্ষপাতদুষ্ট আৰু ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত বুলি অভিযোগ উত্থাপন হৈছে। যিয়ে ন্যায়পালিকাৰ স্বচ্ছতা ধ্বংস...
Read More
ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক জয়। পিএনবিৰ ডিফল্টৰ আৰু পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছিক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ আইনী জটিলতা কাৰ্যতঃ নাইকিয়া হৈছে। ইতিমধ্যে বেলজিয়ামৰ নিম্ন আদালতে তেওঁৰ ভাৰতক প্ৰত্যাৰ্পণৰ অনুৰোধত সন্মতি প্ৰকাশ কৰিছিল। সেই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত চোকচিৰ আবেদনো খাৰিজ কৰা হয়। অৰ্থাৎ মেহুল চোকসীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত আৰু কোনো বাধা নাই। গুজৰাটৰ...
Read More
1 12 13 14 15 16 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources