ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত ‘ঐক্য’ প্ৰায় বিৰল বুলি ক‘ব পাৰি। প্ৰতিটো অধিবেশনতে হুলস্থুল, স্থগিত ৰখা আনকি ৱাকআউটৰ দৃশ্যও সচৰাচৰ দেখা যায়। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত এক ছবি দেখা গ‘ল লোকসভাত। লোকসভাত বিৰোধী দলৰ নেতা সাংসদ ৰাহুল গান্ধীয়ে দিল্লীকে ধৰি দেশৰ মেগা চহৰসমূহত ভয়ংকৰ ৰূপ ধাৰণ কৰা প্ৰদূষণ সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ এই গুৰুত্বপূৰ্ণ...
Read More
গোৱাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত দেশৰ পৰা পলাই যোৱা ‘বৰ্চ বাই ৰোমিঅ‘ লেন‘ নাইট ক্লাবৰ স্বত্বাধিকাৰী সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাক অৱশেষত থাইলেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিগো বিমানত উঠি পলাই যোৱাৰ পিছত থাইলেণ্ডৰ হোটেল ইণ্ডিগোত আশ্ৰয় লোৱা এই ভাতৃদ্বয়ক থাইলেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনাৰ বিবৰণ অনুসৰি, যোৱা শনিবাৰে নাইট ক্লাবটোত জুই লগাৰ সময়ত লুথ্ৰা...
Read More
দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদক চলিত মাহৰ শেষৰ ফালে ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ২০২০ চনৰ দিল্লী সংঘৰ্ষ গোচৰৰ শুনানিৰ সময়ত কাৰ্কাৰডুমা আদালতত এই নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ সৈতে জড়িত ওমৰ খালিদ ইউএপিএৰ অধীনত ৫ বছৰতকৈ অধিক সময় কাৰাগাৰত...
Read More
বৈভৱ সূৰ্যবংশীয়ে চৈয়দ মুস্তাক আলী ট্ৰফীত ৰান পোৱা নাছিল। ১৪ বছৰীয়া বেটছমেনগৰাকীয়ে ভাৰতীয় জাৰ্চি পিন্ধিয়েই বিধ্বংসী ৰূপ ধাৰণ কৰিলে। ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে ৫৬ টা বলতে শতক সম্পূৰ্ণ কৰিলে বৈভৱে। জুনিয়ৰ এছিয়া কাপত আমিৰশ্বাহীৰ অধিনায়ক য়ায়িন কিৰণ ৰাইয়ে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰাৰ সুযোগ...
Read More
শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ লাটুৰত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা শিৱৰাজ পাটিলৰ দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৯০ বছৰ। কিছুদিনৰ পৰা তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল। তেওঁৰ মৃত্যুৱে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। পাটিল এজন অত্যন্ত সফল ৰাজনীতিবিদ আছিল। সত্তৰৰ দশকত কংগ্ৰেছ বিধায়ক হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ তেওঁ লাটুৰ লোকসভা সমষ্টিৰ সাংসদ হয়। মুঠতে তেওঁ ৭...
Read More
‘ৰুটি নাই যদি কি হ’ল? কেক খাওক!’ ফৰাচী সম্ৰাট ষোড়শ লুইৰ পত্নী ৰাণী মেৰী এণ্টোৱানেটে ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত দুখীয়া আৰু অনাহাৰে থকা প্ৰজাসকলক এই কথা কৈছিল। আজিকালি মোডী চৰকাৰৰ ইজনৰ পিছত সিজন মন্ত্ৰীৰ আচৰণেও সেই কথাষাৰ মনত পেলাই দিয়ে। ইয়াৰ উত্তম উদাহৰণ হ’ল কেন্দ্ৰই প্ৰদূষণ হ্ৰাস কৰাত বা পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাত ব্যৰ্থ হোৱা। তথাপিও...
Read More
ভাগ্যৰ চকৰি ঘূৰাই টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। কিন্তু সেইটোৱেও মেচখনত জয়ী কৰাব নোৱাৰিলে। অথলে গ’ল তিলক ভাৰ্মাৰ যুঁজ । দক্ষিণ আফ্ৰিকাৰ দুৰন্ত ছন্দত ওচৰত হাৰ মানিলে টিম ইণ্ডিয়াই। বৃহস্পতিবাৰে মুলানপুৰত অনুষ্ঠিত দ্বিতীয় টি-২০ত জয়লাভ কৰি মাৰ্কৰাম আৰু তেওঁৰ দলটোৱে শৃংখলাটোত সমতা স্থাপন কৰে। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰি ভাৰতৰ...
Read More
মোমায়েক আৰু ভাগিনীয়েকৰ প্ৰৱঞ্চনা। মোমায়েকে এখন অবৈধ ক্লিনিক চলাইছিল। আৰু ভুৱা চিকিৎসক সাজি চিকিৎসা কৰিছিল ভাগিনেকে। এই অবৈধ ক্লিনিকখন কোনো অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলি আছিল। আৰু তাতেই চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় এগৰাকী মহিলাৰ। উত্তৰ প্ৰদেশৰ কোঠী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। এই কথা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তেজবাহাদুৰ ৰাৱটৰ পত্নী মুনিষৰা...
Read More
উত্তৰ প্ৰদেশৰ গোৰখপুৰত ধৰা পৰা ভুৱা আই এ এছ বিষয়াৰ কীৰ্তিয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাব। এম এছ চি উত্তীৰ্ণ গৌৰৱ কুমাৰ সিং ওৰফে ললিত কিশোৰে কোচিং শিক্ষক হিচাপে আৰম্ভ কৰিছিল যদিও অতি সোনকালেই লালসা আৰু ক্ষমতাৰ মায়াজালত জড়িত হৈ পৰে। ইয়াৰ পিছত তেওঁ জালিয়াতিৰ ভয়াবহ জাল সৃষ্টি কৰিলে, আই এ এছ বিষয়া বুলি পৰিচয় দি...
Read More
২০২০ চনৰ দিল্লী হিংসাৰ আঁৰত “বৃহত্তৰ ষড়যন্ত্ৰ” ৰচনা কৰা বুলি অভিযুক্তসকলক মুকলি কৰি দিয়াৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নিজৰ যুক্তি সম্পূৰ্ণ কৰাৰ পিছতে বুধবাৰে (১০ ডিচেম্বৰ) তেওঁলোকৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰে। দ্য হিন্দুৰ বাতৰি অনুসৰি, ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জৰিয়াৰ বিচাৰপীঠে ১৯ ডিচেম্বৰত আদালতৰ শীতকালীন ছুটীৰ পূৰ্বে এই বিষয়ত...
Read More
1 10 11 12 13 14 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources