ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা অভিযুক্তগৰাকীয়ে জামিন লাভ কৰি পলায়ন কৰাই নহয়, সাধুৰ বেশত এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ ঘূৰি ফুৰি আৰক্ষীৰ চকুত ধূলি দি ৩৭ বছৰ কটালে। অৱশেষত উত্তৰ প্ৰদেশৰ এচিড আক্ৰমণৰ গোচৰৰ অভিযুক্ত ৰাজেশ ওৰফে ৰাজু মধ্যপ্ৰদেশৰ এক ধৰ্মীয় স্থানৰ পৰা আৰক্ষীৰ জালত ধৰা পৰিল। ১৯৮৬ চনৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ...
Read More
নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত অসমৰ এগৰাকী বাংলাদেশী মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীভূমি জিলাৰ বাসিন্দা ৪০ বছৰীয়া মহিলাগৰাকীয়ে ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল। শেহতীয়াকৈ তেওঁক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বিদেশী ন্যায়াধিকৰণ (এফ টি)ৰ প্ৰাক্তন সদস্য তথা শিলচৰৰ জ্যেষ্ঠ অধিবক্তা ধৰ্মানন্দ দেৱে কয় যে...
Read More
কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৭ চনত ভাৰতত জনগণনা অনুষ্ঠিত হ’ব। এই গণনা প্ৰকৃততে ২০২১ চনত হ’বলগীয়া আছিল, কিন্তু কোভিড মহামাৰীৰ বাবে ই স্থগিত হৈছিল আৰু এতিয়া প্ৰায় ৬ বছৰ পলমকৈ হ’বলৈ গৈ আছে। এইবাৰৰ জনগণনা পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সম্পন্ন হ’ব, য’ত দীৰ্ঘদিনৰ বিৰতিৰ পিছত জাতিগত গণনাও অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰতত...
Read More
নতুন দিল্লীৰ জনপ্ৰিয় পালিকা বজাৰলৈ যোৱা এজন লোকে অঞ্চলটোত ব্যাপক আৱৰ্জনা প্ৰত্যক্ষ কৰি দুৰ্বল নৈতিক জ্ঞানৰ (Civic Sense) অভাৱৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ এই কাৰ্যত বিচলিত হৈ এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, য’ত তাৰ পিছৰে পৰা অনলাইনত আলোচনাৰ সূত্ৰপাত ঘটে। ইনষ্টাগ্ৰাম ভিডিঅ’টোত দেখা গৈছে যে ফুলৰ পাত্ৰটো জাবৰেৰে ভৰি পৰিছে। বজাৰ কৰা...
Read More
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে, সেই সন্দৰ্ভত আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত বৰাই কয় যে অসম চৰকাৰে কেৱল চাৰ্জশ্বিটখন দিব লাগে কাৰণেই দিয়াৰ ব্যৱস্থা...
Read More
ৰাজস্থানৰ হনুমানগড় জিলাত নিৰ্মাণৰত ইথানল প্লাণ্টৰ বিৰুদ্ধে শনিবাৰে (১০ ডিচেম্বৰ) কৃষক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই সংঘৰ্ষত কমেও ১৬ জন কৃষক আহত হয় আৰু ৪০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। টিব্বি তহচিলৰ ৰথিখেদা আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত এই ঘটনা সংঘটিত হয়। উৰ্বৰ কৃষিভূমিত ইথানল উদ্যোগ স্থাপনৰ বিৰুদ্ধে কৃষকসকলে...
Read More
ছল্ট লেকস্থিত যুৱ ভাৰতী ক্ৰীড়াংগণত লিয়নেল মেছিৰ ‘GOAT ভ্ৰমণ’ কাৰ্যসূচীত হোৱা তীব্ৰ বিশৃংখলতাৰ পিছতে পশ্চিমবংগ আৰক্ষীয়ে অনুষ্ঠান ব্যৱস্থাপক (Event Manager) শতদ্ৰু দত্তক গ্ৰেপ্তাৰ কৰিছে। “প্ৰিন্স অৱ ফুটবল” হিচাপে খ্যাত মেছিক ভালদৰে দেখা নাপাই অনুৰাগীসকল ক্ষোভিত হৈ পৰে, যাৰ ফলত খেলপথাৰত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে অনুৰাগীসকলে ৪৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে...
Read More
ইউৰোপীয় সংঘই ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ ২৪৬ বিলিয়ন ডলাৰ (প্ৰায় ২২ লাখ কোটি টকাৰো অধিক) মূল্যৰ সম্পত্তি অনিৰ্দিষ্টকালৰ বাবে জব্দ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২২ চনত ইউক্ৰেইন আক্ৰমণৰ পিছতে এই সম্পত্তি জব্দ কৰা হৈছিল। পূৰ্বে, এই সম্পত্তিসমূহ ভোটদানৰ জৰিয়তে ছমাহৰ বাবে ফ্ৰীজ কৰাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল, কিন্তু এইবাৰ ইউৰোপে স্থায়ীভাৱে এই সম্পত্তি জব্দ কৰি...
Read More
কেৰেলাৰ স্থানীয় সংস্থাসমূহৰ ২০২৫ চনৰ নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাই সামগ্ৰিকভাৱে সফলতা অৰ্জন কৰিলেও, ৰাজধানী থিৰুৱনন্তপুৰমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDAৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। ৰাজধানী চহৰখনত বিজেপি নেতৃত্বাধীন NDAৰ এই জয়ে কেৰেলাৰ ৰাজনীতিত এক নতুন ধাৰা সূচনা কৰিছে বুলিও চৰ্চা চলিছে। এই ফলাফলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক শক্তিশালী ৰাজনৈতিক...
Read More
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত অসমৰ শোণিতপুৰ জিলাত ভাৰতীয় বায়ুসেনাৰ (IAF) এজন অৱসৰপ্ৰাপ্ত জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে সদৰী কৰা মতে, ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাথমিক তদন্তত এই কথা পোহৰলৈ আহিছে যে অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী এজেণ্টৰ সৈতে স্পৰ্শকাতৰ নথি-পত্ৰ তথা গোপনীয়...
Read More
1 8 9 10 11 12 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources