ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
দেশ

Category

হত্যাকাণ্ডৰ বাবে হত্যাকাৰীয়ে  ২০০ টকাৰ কাঠ ফলা কৰত আৰু শৰীৰৰ বিচ্ছিন্ন অংগ ভৰোৱাৰ বাবে ১১০০ টকাৰ ক’লা প্লাষ্টিক আৰু ফয়েলৰ বেগ ক্ৰয় কৰিছিল। হত্যাকাণ্ডৰ পিছত মৃতদেহৰ অংগ সৰবৰাহ কৰাৰ সকলো পৰিকল্পনা সাজু হৈ উঠিছিল। কিন্তু হত্যাকাৰীয়ে এৰি থৈ যোৱা সৰু সূত্ৰৰ পৰাই গোটেই ঘটনাটোৰ পাক ঘুৰি গ’ল। কটা হাতৰ টুকুৰাৰ সৰু টেটুৰ সূত্ৰৰ পম খেদি...
Read More
আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডক লৈ কৰা শেহতীয়া মন্তব্যই আমেৰিকা আৰু ডেনমাৰ্কৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। কৌশলগত আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ স্থাপনক “প্ৰয়োজনীয়” বুলি অভিহিত কৰিছে। এই সন্দৰ্ভত আলোচনা আৰু সম্ভাৱ্য পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ এজন বিশেষ দূত নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছে। ট্ৰাম্পৰ এই মন্তব্যই অতীতত...
Read More
পঞ্জাৱৰ প্ৰাক্তন আই পি এছ বিষয়া অমৰ সিং চাহালে এজন নিৰাপত্তাৰক্ষীৰ ৰাইফল কাঢ়ি লৈ আত্মহত্যাৰ চেষ্টা চলায়। গুৰুতৰভাৱে আহত বিষয়াগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, চাইবাৰ জালিয়াতিৰ দ্বাৰা প্ৰতাৰিত হৈ আৰক্ষী বিষয়াজনে সকলো হেৰুৱাই পেলাইছিল। এই ধনৰ পৰিমান প্ৰায় ৮.১০ কোটি টকা। পাটিয়ালাৰ এছ এছ পি বৰুণ শৰ্মাই জানিবলৈ দিয়ে যে অমৰ সিং...
Read More
সংখ্যা বিজ্ঞানৰ আনুষ্ঠানিক আৱিষ্কাৰৰ আগতেই পৃথিৱীত সংখ্যাৰ ধাৰণাৰ অস্তিত্ব আছিল আৰু সেইবোৰ শিল্প চৰ্চাত ব্যৱহাৰ কৰা হৈছিল। সংখ্যা লিখাৰ পদ্ধতি আৰু আনুষ্ঠানিক গণিত বিকশিত হোৱাৰ বহু হাজাৰ বছৰ আগতেই মানুহে গণিতৰ ধাৰণা ব্যৱহাৰ কৰিছিল বুলি শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে। প্ৰায় ৮,০০০ বছৰ পুৰণি মেছ’পটেমিয়াৰ এটা মাটিৰ পাত্ৰত অংকিত ফুলৰ নক্সাৰ মাজেৰে সংখ্যা, জ্যামিতি আৰু...
Read More
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত বাতিল হ’ল নিৰ্বাচনী বণ্ড। তাৰ পিছত প্ৰায় দুবছৰ পাৰ হৈ গ’ল। কিন্তু বিজেপিৰ তহবিলত কোনো প্ৰভাৱ পৰা নাই। ইয়াৰ বিপৰীতে গেৰুৱা শিবিৰৰ পুঁজি বিভিন্ন অনুদানেৰে আৰু অধিক উফন্দি উঠিছে। ইয়াৰ পূর্বে খবৰ ওলাইছিল যে ৮২ শতাংশ চান্দা নির্বাচনী ট্ৰাষ্টৰ জৰিয়তে বিজেপিৰ ঘৰত প্রৱেশ কৰিছে৷ এতিয়া জানিব পৰা গৈছে যে বণ্ড বাতিলৰ...
Read More
ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) বিষয়ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ বিশেষ পাঠ্যপুথি বিকাশৰ দল গঠন কৰিছে বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সংসদত অৱগত কৰিছে। এই পদক্ষেপে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF-SE) ২০২৩ৰ লক্ষ্যসমূহ বাস্তৱায়নত সহায় কৰিব বুলি...
Read More
অসমৰ ‘বিদেশী ন্যায়াধিকৰণে’ আৰু দুগৰাকী মহিলাক ‘বিদেশী’ ঘোষণা কৰিছে। মহিলা দুগৰাকীক দেশ এৰি যাবলৈ ২৪ ঘণ্টাৰ সময় দিয়া হৈছে। আজিৰ ভিতৰত তেওঁলোকক দেশ এৰি যাবলৈও নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ অসমৰ বিশ্বনাথ জিলাৰ প্ৰশাসনে জাৰি কৰিছে। কিছুদিন পূৰ্বেও ১৫ জন লোকক ‘বিদেশী’ বুলি ঘোষণা কৰা হৈছিল। নগাঁও জিলাৰ প্ৰশাসনে তেওঁলোককো দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল।...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বাংলাদেশীৰ অনুপ্ৰৱেশ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ মতে, ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক মেৰুকৰণ কৰিবলৈ এই বিষয়টো বিজেপিয়ে ইচ্ছাকৃতভাৱে উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰিছিল যে কংগ্ৰেছে অসমত বাংলাদেশীক সংস্থাপন দিব বিচাৰে। এই মন্তব্যক কংগ্ৰেছে “মিছা আৰু দায়িত্বহীন”...
Read More
ছত্তীশগড় চৰকাৰে ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰচাৰৰ বাবে প্ৰায় ৬.৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ৰাজ্যখনৰ ‘স্বামী আত্মানন্দ স্কুল অৱ এক্সিলেন্স’ সমূহৰ বাবে আবণ্টিত পুঁজি প্ৰায় ৬৪ শতাংশ কৰ্তন কৰা বুলি এটা আৰ.টি.আই. (RTI) উত্তৰত প্ৰকাশ পাইছে। ইয়াৰ ফলত বিদ্যালয়সমূহে বিদ্যুতৰ বিল পৰিশোধসহ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ ১ নৱেম্বৰত প্ৰধানমন্ত্ৰী...
Read More
গ্ৰেট নিকোবৰ মেগা আন্তঃগাঁথনি প্ৰকল্পই জনজাতীয় ভূমি, বন অধিকাৰ আৰু বিশেষভাৱে দুৰ্বল ‘শ্ব’ম্পেন‘ (Shompen) জনগোষ্ঠীৰ ওপৰত পেলাব পৰা সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত লিটিল এণ্ড গ্ৰেট নিকোবাৰ দ্বীপপুঞ্জৰ জনজাতি পৰিষদে পুনৰবাৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ (NCST) হস্তক্ষেপ বিচাৰিছে। পৰিষদে অভিযোগ কৰিছে যে পূৰ্বতে উত্থাপন কৰা আপত্তি আৰু অভিযোগসমূহৰ ওপৰত এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।...
Read More
1 2 3 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources