ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
জীৱনশৈলী

Category

শীতকাল বহুতৰে বাবে আৰামদায়ক হ’লেও, ঠাণ্ডা বতৰত বহু লোকে হাত-ভৰি চেঁচা পৰাৰ লগতে গাঁঠিৰ বিষত ভুগিবলগীয়া হয়। বিশেষকৈ বয়স বঢ়াৰ লগে লগে এই সমস্যাটো অধিক দেখা যায় যদিও বৰ্তমান কম বয়সীয়া লোকসকলো ইয়াৰ সন্মুখীন হোৱা দেখা যায়। চিকিৎসকসকলৰ মতে, শীতকালত অত্যধিক ঠাণ্ডাৰ প্ৰভাৱত হাত-ভৰিৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে; যাৰ ফলত তেজৰ চলাচল হ্ৰাস পায়...
Read More
পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ এলাহ ৰোধ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰেৰণা বৃদ্ধিৰ বাবে কেইবাটাও কৌশল গ্ৰহণ কৰিব পাৰে, যেনে ঘৰুৱা কামত লগত লোৱা, সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰা, তেওঁলোকৰ আগ্ৰহৰ বিষয়ে উৎসাহিত কৰা, খেলৰ লগত জড়িত কৰা, আৰু সৰ্বোপৰি নিজৰ আচৰণত ইতিবাচকতা অনা, কাৰণ শিশুৱে পিতৃ-মাতৃৰ পৰাই শিকে। * এলাহ ৰোধ কৰিবলৈ ৫টা কৌশল: ১) ঘৰুৱা কামত...
Read More
নিম গছক ভাৰতীয় সংস্কৃতিত এক ‘মহৌষধ’ হিচাপে গণ্য কৰা হয়। ইয়াৰ ঔষধি গুণৰ বাবে ইয়াক ‘গাঁৱলীয়া দৰবৰ ভঁৰাল’ বুলিও কোৱা হয়। নিম গছৰ পাত, ছাল, ফল আৰু শিপা—প্ৰতিটো অংশই কোনো না কোনো ধৰণৰ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু শৰীৰক বিভিন্ন বীজাণুৰ পৰা সুৰক্ষিত কৰি ৰখাত নিমে গুৰুত্বপূৰ্ণ...
Read More
যদি শিশুক সৰুৰে পৰা একেখন টেবুলতে খোৱাৰ আচাৰ-ব্যৱহাৰ শিকাব পৰা যায়, তেন্তে শিশুটি স্বাৱলম্বী হ’ব। পেৰেণ্টিং কনচালটেণ্টসকলে এই কথাই কয়। গৱেষকসকলে কয় যে পৰিয়ালৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰিলে শিশু বুদ্ধিমান আৰু শৈক্ষিকভাৱে মেধাৱী হয় কাৰণ ইয়াৰ ফলত তেওঁলোকৰ মাজত ইতিবাচক চিন্তাধাৰা, শব্দভাণ্ডাৰ উন্নত, ভাল আচৰণ আৰু সামগ্ৰিক জ্ঞান বৃদ্ধি পায়, যিয়ে তেওঁলোকৰ বৌদ্ধিক আৰু...
Read More
এটা সময় আছিল যেতিয়া পোহৰত থিয় হোৱাৰ অৰ্থই আছিল প্ৰশ্নৰ সন্মুখীন হোৱা। সেই সময়ত সাহসৰ অৰ্থ আছিল চকুত চকু ৰাখি নিজৰ পৰিচয় ঘোষণা কৰা। সেই যুগৰ কুঁৱলী ফালিয়েই উন্মেষ ঘটিছিল মেহেৰ কেষ্টেলিনোৰ। ৮১ বছৰ বয়সত তেওঁ বিদায় ল’লে— নীৰৱে, প্ৰায় শব্দহীনভাৱে। কিন্তু তেওঁ এৰি থৈ গ’ল এক পোহৰ যিটো নুমাই নাযায়। ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতা আৰু...
Read More
স্তনৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনৰ বাকী অংশতকৈ পৃথক হোৱা এক পিণ্ড (Lump)। স্তনত এনে পিণ্ড চিনাক্ত হ’লে ই ৮০% ৰো অধিক ক্ষেত্ৰত কৰ্কট ৰোগ হোৱাৰ নিশ্চিতি দিয়ে। অৱশ্যে, যিবোৰ কৰ্কট ৰোগ পলমকৈ ধৰা পৰে আৰু যাৰ পূৰ্বে কোনো লক্ষণ দেখা নাযায়, সেইবোৰ মেম’গ্ৰাফিৰ জৰিয়তেহে ধৰা পৰে। স্তনৰ কাষত থকা লসীকা গ্ৰন্থিত (Lymph...
Read More
আজিৰ ব্যস্ত জীৱনত স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূর্ণ। চাইক্লিং হৈছে তাৰে অন্যতম, যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বহু উপকাৰী। চাইক্লিঙে হৃদযন্ত্রৰ স্বাস্থ্য উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু পেশী আৰু হাড় শক্তিশালী কৰে। ইয়াৰ লগতে মানসিক চাপ কমাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিয়মিত চাইক্লিঙে ইমিউনিটি বৃদ্ধি কৰে আৰু আয়ুস বৃদ্ধি কৰাতো সহায় কৰে। ইয়াৰ...
Read More
অনলি ফেনছৰ মোহময়ী চেলিব্ৰেটি আয়েলাই বিচাৰিছে দৰা। শেহতীয়াকৈ তেওঁ ছাবষ্টেকত ঘোষণা কৰিছে যে যদি কোনোবাই তেওঁৰ বাবে এজন উপযুক্ত দৰা বাচনি কৰি দিব পাৰে তেন্তে দৰা বাচনি কৰি দিয়াজনক আয়েলাই ৮৯ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব। এই ঘোষণাই সমগ্ৰ ইণ্টাৰনেটৰ দুনীয়াত এতিয়া তোলপাৰ লগাইছে। ৩৩ বছৰীয়া আয়েলা ছান ফ্ৰান্সিস্ক’ৰ বে এৰিয়াত থাকে। তেওঁ স্বীকাৰ...
Read More
বলীউডৰ জনপ্ৰিয় পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে শেহতীয়াকৈ তেওঁৰ নতুন চেহেৰাৰে সকলোকে আচৰিত কৰি তুলিছে। ৫৩ বছৰ বয়সত তেওঁৰ চেহেৰাৰ এই পৰিৱৰ্তন দেখি ছ’চিয়েল মিডিয়াত বহু চৰ্চা আৰম্ভ হৈছে। কোনোবাই প্ৰশংসা কৰিছে, আকৌ কোনোবাই ইমান কম সময়ৰ ভিতৰত তেওঁ কেনেকৈ ওজন কমাবলৈ সক্ষম হ’ল সেই লৈ প্ৰশ্ন কৰিছে। এইবাৰ কৰণৰ এই পৰিৱৰ্তনৰ আচল ৰহস্য ফাদিল...
Read More
প্ৰেমৰ বাবে প্ৰাণৰ বাজী! বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা ফাদিল হোৱাৰ ভয়ত এগৰাকী তৰুণীয়ে নিজৰ জীৱনৰ সৈতে খেলা কৰিব লগা হ’ল। প্ৰেমিকৰ পত্নীয়ে যাতে গম নাপায়, তাৰ বাবে তেওঁ কেইমিনিটমানৰ বাবে এটা ১১ মহলীয়া অট্টালিকাৰ পৰা ওলমি থাকিল! এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো চীনৰ গুয়াংডং প্ৰদেশত...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources