ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
আন্ত: ৰাষ্ট্ৰীয়

Category

গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ...
Read More
মৰক্কোত দুটা বহুমহলীয়া অট্টালিকা ভাঙি এক ভয়ংকৰ দুৰ্ঘটনা। ধ্বংসাৱশেষৰ তলত কমেও ১৯ জন লোকক সমাধিস্থ কৰা হয়। আহত হৈছে কমেও ১৬ জন। যুদ্ধকালীন গতিত ইতিমধ্যে কাম-কাজ আৰু উদ্ধাৰৰ কাম চলি আছে। মৰক্কোৰ অন্যতম জনপ্ৰিয় আৰু জনবহুল চহৰ ফেজত মঙলবাৰে মাজনিশা (স্থানীয় সময় অনুসৰি) সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। সংযুক্ত হৈ থকা চাৰিমহলীয়া দুটা অট্টালিকা হঠাতে...
Read More
নিষেধাজ্ঞা অষ্ট্ৰেলিয়াত আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ পৰা এক ঐতিহাসিক নতুন নিয়ম কাৰ্যকৰী হৈছে। এই আইনৰ অধীনত ১৬ বছৰৰ তলৰ শিশুৱে ফেচবুক, টিকটক, ইনষ্টাগ্ৰামকে ধৰি বিশ্বৰ ১০টা বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা জাৰি কৰাৰ ফলত কিশোৰ-কিশোৰীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। এই নতুন আইন মানি চলিবলৈ বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে—...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত ৫০% শুল্কৰ সন্দৰ্ভত তেওঁ কয় যে এই কঠোৰ শুল্ক আৰোপৰ মূল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কেতিয়াও নাছিল। বৰঞ্চ, ৰাজনে এই শুল্ক আৰোপৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে ভূ-ৰাজনৈতিক কাৰক বুলি অভিহিত কৰিছে।...
Read More
চাৰি মাহৰ স্থিতাৱস্থাৰ অন্তত থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা সংঘৰ্ষত দুয়োখন দেশৰ কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত ছয়জন কম্বোডিয়ান আৰু এজন থাইলেণ্ডৰ সেনা জোৱান। সোমবাৰে নিশা সীমান্ত অঞ্চলত থাইলেণ্ডৰ বাহিনীৰ গোলাবৰ্ষণত দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে কম্বোডিয়াত দুদিনত মুঠ মৃত্যুৰ...
Read More
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে পুনৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ইংগিত দিছে। আমেৰিকাৰ কৃষকসকলৰ অভিযোগৰ ভিত্তিত ট্ৰাম্পে ভাৰত, চীন আৰু থাইলেণ্ডৰ দৰে দেশৰ ওপৰত কৰ আৰোপ কৰাৰ কথা পুনৰ বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে। ট্ৰাম্পৰ মতে, ভাৰতকে ধৰি এই দেশসমূহে নিম্ন শুল্কৰ সুবিধা লৈ কম মূল্যৰ চাউল আমেৰিকাৰ বজাৰলৈ ৰপ্তানি কৰিছে। ইয়াৰ ফলত...
Read More
অষ্ট্ৰিলয়াৰ কুইন্সলেণ্ডত ২৪ বছৰীয়া যুৱতী টয়াহ কৰ্ডিংলিক হত্যাত দোষী সাব্যস্ত হোৱা হত্যাকাৰী ভাৰতীয় ৰাজৱিন্দৰ সিঙক মঙলবাৰে ২৫ বছৰৰ নন-পেৰ’লৰ সৈতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ৪১ বছৰীয়া সিঙে সাত বছৰ পূৰ্বে সুদূৰ উত্তৰ কুইন্সলেণ্ডৰ ৱাংগেট্টি বিচত কৰ্ডিংলিক ছুৰীৰে হানি খুচি হত্যা কৰাৰ পিছত ভাৰতলৈ পলায়ন কৰে আৰু চাৰি বছৰ আত্মগোপন কৰি থাকে। ২০১৮ চনৰ...
Read More
ইকুৱেডৰৰ কুখ্যাত মাচালা কাৰাগাৰত পুনৰ কয়দীসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ১৩ জনৰ মৃত্যু হোৱা বুলি সোমবাৰে কৰ্তৃপক্ষই জনাইছে। কাৰাগাৰৰ ভিতৰৰ পৰা চলোৱা ড্ৰাগছ সৰবৰাহ চক্ৰৰ মাজত চলি থকা সংঘৰ্ষৰ দৰে সমস্যাৰে যুঁজি থকা দেশখনৰ বাবে এই ঘটনা এক নতুন প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। নেশ্যনেল চাৰ্ভিচ ফৰ পিপল ডিপ্ৰাইভড অৱ লিবাৰ্টিৰ মতে, দক্ষিণ-পশ্চিম ইকুৱেডৰৰ মাচালা কাৰাগাৰৰ...
Read More
জাপানৰ উত্তৰ-পূব উপকূলত ৭.৬ প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয় আৰু হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ খালী কৰিবলৈ বাধ্য হয়। ভূমিকম্পৰ পিছতে তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি কৰ্তৃপক্ষই সম্ভাৱ্য ক্ষুদ্ৰ ভূমিকম্প আৰু ছুনামীৰ পৰা বাসিন্দাসকলক ৰক্ষা কৰিবলৈ খালী কৰাৰ নিৰ্দেশ দিয়ে। জৰুৰীকালীন সেৱাসমূহে দ্ৰুতগতিৰে আটাইতকৈ বিপদজনক উপকূলীয় অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৎক্ষণিকভাৱে...
Read More
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। প্ৰাক-বিদ্যালয়ৰ পৰা গৱেষণা পৰ্যায়লৈকে শিক্ষাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘অষ্ট্ৰেলিয়া-ইণ্ডিয়া এডুকেশ্যন এণ্ড স্কিলছ কাউন্সিল’ (AIESC)ৰ তৃতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অন্যতম হ’ল—ভাৰতত কেম্পাছ খুলিবলৈ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ‘নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়’ক...
Read More
1 4 5 6 7 8 9

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources