ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
স্বাস্থ্য

Category

শীতকাল বহুতৰে বাবে আৰামদায়ক হ’লেও, ঠাণ্ডা বতৰত বহু লোকে হাত-ভৰি চেঁচা পৰাৰ লগতে গাঁঠিৰ বিষত ভুগিবলগীয়া হয়। বিশেষকৈ বয়স বঢ়াৰ লগে লগে এই সমস্যাটো অধিক দেখা যায় যদিও বৰ্তমান কম বয়সীয়া লোকসকলো ইয়াৰ সন্মুখীন হোৱা দেখা যায়। চিকিৎসকসকলৰ মতে, শীতকালত অত্যধিক ঠাণ্ডাৰ প্ৰভাৱত হাত-ভৰিৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে; যাৰ ফলত তেজৰ চলাচল হ্ৰাস পায়...
Read More
চচলৰ ধৰ্ণাস্থলীত বিগত ১৭ দিন ধৰি অব্যাহত আছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ। নিজৰ বিভিন্ন দাবীৰ সমৰ্থনত অটল থকা কৰ্মচাৰীসকলৰ প্ৰতিনিধিয়ে অৱশেষত স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় যদিও এই আলোচনাই কোনো নিশ্চিত সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। আজি ১০৮ কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদকে স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই বৈঠকৰ সন্দৰ্ভত এক...
Read More
ফ্ৰান্সৰ এজন সাহসী ২৪ বছৰীয়া যুৱকে চাইকেল যাত্ৰাৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিলিয়ান লে গুয়াডাৰে ফ্ৰান্সৰ ৰেনেছস্থিত নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি চীনলৈকে প্ৰায় ১৮,০০০ কিলোমিটাৰ দীঘল এক দুঃসাহসিক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছে। লাইম ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যাৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই যাত্ৰা কৰা বুলি তেওঁ সদৰী কৰিছে। এই...
Read More
আজিৰ ব্যস্ত জীৱনত স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূর্ণ। চাইক্লিং হৈছে তাৰে অন্যতম, যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বহু উপকাৰী। চাইক্লিঙে হৃদযন্ত্রৰ স্বাস্থ্য উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু পেশী আৰু হাড় শক্তিশালী কৰে। ইয়াৰ লগতে মানসিক চাপ কমাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিয়মিত চাইক্লিঙে ইমিউনিটি বৃদ্ধি কৰে আৰু আয়ুস বৃদ্ধি কৰাতো সহায় কৰে। ইয়াৰ...
Read More
সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। যিকোনো বয়সৰ লোকেই এতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগে শৰীৰৰ শক্তিৰ ভাৰসাম্যত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। সময়মতে উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ দীৰ্ঘদিন ধৰি তেজত শৰ্কৰাৰ মাত্ৰা বেছি হৈ থাকিলে ই হৃদযন্ত্ৰ, বৃক্ক, চকু, স্নায়ু আৰু ছালত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। তেজত শৰ্কৰাৰ মাত্ৰা...
Read More
চাহ খোৱা আৰু আঁঠুৰ বিষৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও শীতকালত পানী কমকৈ খোৱা আৰু সঘনাই চাহ-কফি খালে সমস্যা বৃদ্ধি পাব পাৰে বুলি মত দিছে চিকিৎসকসকলে। তেওঁলোকৰ মতে চাহ নিজেই ক্ষতিকাৰক নহয়। কিন্তু শৰীৰত যদি পানীৰ অভাৱ থাকে আৰু তাত অতিৰিক্ত কেফেইন যুক্ত হয় তেন্তে আঁঠুৰ বিষ বাঢ়িব পাৰে, বিশেষকৈ যিসকলৰ ইতিমধ্যে বাতবিষ আছে।...
Read More
ওলাই যাওঁতে বা অফিচত ব্যস্ত থকাৰ সময়ত প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতাক আঁতৰাই ৰখাৰ অভ্যাস আমাৰ বহুতৰে মাজত আছে। বহুতে ইয়াক এটা সৰু কথা বুলি গণ্য কৰে। কিন্তু যদি কোনোবাই প্ৰস্ৰাৱ ধৰি ৰখাটো নিয়মীয়া অভ্যাস কৰি লয়, তেন্তে আগতীয়াকৈ সাৱধান হোৱাটো জৰুৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই অভ্যাসে একাধিক গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। এজন সুস্থ প্ৰাপ্তবয়স্কৰ...
Read More
এজন সুস্থ মানুহৰ ৰক্তচাপ কিমান থকা উচিত? বহুলোকেই এক কথাত উত্তৰ দিব – ১২০/৮০। অৱশ্যে এই ক্ষেত্ৰত যদি mmHg (তেজৰ চাপ জোখাৰ একক) সামান্য কমো হয়, তেতিয়াও চিন্তাৰ বিশেষ কাৰণ নাথাকে। অৰ্থাৎ, কাৰোবাৰ ৰক্তচাপ যদি ১১৫/৭৬ হয়, তেন্তে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হয়। কিন্তু এই কথা শুনিয়েই নিশ্চিন্ত হোৱাৰ কোনো কাৰণ নাই। কিয়নো, ৰক্তচাপ...
Read More
চাকৰি নিয়মীয়াকৰণ, সম-কাম সম-মৰ্যদা আৰু উপযুক্ত মজুৰিৰ দাবীত চলি থকা প্ৰতিবাদৰ মাজতে ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ প্ৰায় ৫০০ ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। যোৱা ১ ডিচেম্বৰৰ পৰা ১০৮ সেৱাৰ শ শ কৰ্মচাৰীয়ে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, যাৰ ফলত ৰাজ্যত ১০৮ সেৱা প্ৰায় অচল হৈ পৰিছিল। কৰ্মচাৰীসকলৰ অভিযোগ আছিল...
Read More
চাকৰি নিয়মীয়াকৰণ আৰু অন্যান্য প্ৰাপ্য বিচাৰি সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট তথা কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত ৰাজ্যজুৰি জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা ব্যাহত হৈ পৰিছে। চালক, ইমাৰ্জেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাৰ্জেন্সি মেডিকেল টেকনিচিয়ান (EMT)কে ধৰি প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়ে প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত এম্বুলেন্স নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources