ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
গুৱাহাটী

Category

দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে (১২ ডিচেম্বৰ) কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। শুকুৰবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। চাৰিটাকৈ ট্ৰাংকত চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ...
Read More
গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ...
Read More
অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত ছুপাৰস্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয়। সমৰ হাজৰিকা প্ৰথিতযশা সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু বিভিন্ন এলবামৰ বাবে গীত গোৱাৰ উপৰিও, তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপেও অমূল্য...
Read More
গুৱাহাটীত যোৱা মঙলবাৰে মাজনিশা এ বি চি অঞ্চলত থকা চহোম এম্প’ৰিয়া নামৰ বহু মহলীয়া বাণিজ্যিক ভৱনটোত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়, যাৰ ফলত ভৱনটোৰ ব্যাপক ক্ষতিসাধন হয়। আশা কৰা হৈছে যে মাজনিশাৰ পৰা আৰম্ভ হোৱা এই জুই অতি কম সময়ৰ ভিতৰতে ভৱনটোৰ ছয়োটা মহলাতে দ্ৰুতগতিত বিয়পি পৰে, যাৰ ফলত কম সময়তে পৰিস্থিতি অধিক ভয়াৱহ হৈ...
Read More
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ সংগীত আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় অৱদানৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হৈছে। একেটা অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীকো ডি.লিট. সন্মানেৰে সন্মানিত কৰা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অধ্যাপক গোস্বামীক শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ডি.লিট. প্ৰদান...
Read More
নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিটৰ উৎপাদন গোটটো বন্ধ হৈ পৰাৰ ফলত মৰাপাট উদ্যোগটোত অচলাৱস্থাই দেখা দিছে। কলটোৰ প্ৰথম আৰু দ্বিতীয় ইউনিটৰ উৎপাদন গোটৰ দায়িত্বত থকা পশ্চিম বংগৰ চুনু এণ্টাৰপ্ৰাইজ আৰু মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বাবে এই অচলাৱস্থাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।...
Read More
কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাত এখন বেনাৰ স্থাপনক লৈ কংগ্ৰেছৰ দুটা ফৈদৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত এজন কংগ্ৰেছ কৰ্মী আৰু এগৰাকী গাঁও পঞ্চায়তৰ সদস্য নিহত হয়। শুক্ৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত কেলমাদেশ্বৰ মঠ ৰোডৰ সমীপত এই ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। নিহত ব্যক্তি দুজনৰ ভিতৰত এজনক গণেশ গৌড় (৩৮) বুলি চিনাক্ত কৰা হৈছে।...
Read More
ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ বাবে বৃহৎ পৰিমাণৰ মাটি আবণ্টন দিয়াৰ পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ সময়তে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ চাহ বাগিচাৰ মালিকসকলে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৩ লাখ ৩৩ হাজাৰতকৈ অধিক শ্ৰমিক পৰিয়ালক সহায় কৰা, কিন্তু বাগিচাৰ মালিকসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ইয়াৰ ফলত ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চাহ উদ্যোগৰ প্ৰতি ভাবুকি আহিব পাৰে। উল্লেখ্য...
Read More
চৰকাৰী চাকৰি, কল্যাণমূলক আঁচনি আৰু স্থানীয় নিৰ্বাচনত অংশগ্ৰহণৰ ক্ষেত্ৰত অসম চৰকাৰে “জনসংখ্যা আৰু নাৰী সবলীকৰণ নীতি (সংশোধনী), ২০২৫” কাৰ্যকৰী কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ আয়ুক্ত আৰু সচিব ড° পি. অশোক বাবুৱে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে। সংশোধিত নীতি অনুসৰি এতিয়া ৰাজ্যিক চৰকাৰৰ চাকৰি অথবা কল্যাণমূলক আঁচনিৰ সুবিধা বিচৰা সকলো ব্যক্তিয়ে বাধ্যতামূলকভাৱে দুই সন্তানৰ নীতি মানি চলিব লাগিব।...
Read More
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাৰ শীতকালীন অধিৱেশনত গ্ৰহণ কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জনজাতীয় লোকসকল। জনজাতীয় সংগঠনসমূহৰ লগতে অসমৰ বিশ্ববিদ্যালয়কেইখনৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ বিৰুদ্ধে সদৌ অসম জনজাতি ছাত্ৰ সন্থাই (ATTSU) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছে। কোকৰাঝাৰ জিলা দণ্ডাধীশৰ জৰিয়তে এই...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources