ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
মনোৰঞ্জন

Category

এটা সময় আছিল যেতিয়া পোহৰত থিয় হোৱাৰ অৰ্থই আছিল প্ৰশ্নৰ সন্মুখীন হোৱা। সেই সময়ত সাহসৰ অৰ্থ আছিল চকুত চকু ৰাখি নিজৰ পৰিচয় ঘোষণা কৰা। সেই যুগৰ কুঁৱলী ফালিয়েই উন্মেষ ঘটিছিল মেহেৰ কেষ্টেলিনোৰ। ৮১ বছৰ বয়সত তেওঁ বিদায় ল’লে— নীৰৱে, প্ৰায় শব্দহীনভাৱে। কিন্তু তেওঁ এৰি থৈ গ’ল এক পোহৰ যিটো নুমাই নাযায়। ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতা আৰু...
Read More
এখন চিনেমাৰ নতুন গান মুকলি অনুষ্ঠানত হাৰাশাস্তিৰ বলি হৈছে জনপ্ৰিয় অভিনেত্ৰী নিধি আগৰৱাল। এটা ভাইৰেল ভিডিঅ’ত অভিনেত্ৰীগৰাকীক শতাধিক অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে। ভিৰৰ মাজত প্ৰায় অসহায় দেখা গ’ল নিধিক। কালি (বুধবাৰে) হায়দৰাবাদৰ এটা শ্বপিং মলত নিধি-প্ৰভাস অভিনীত চিনেমা ‘দ্য ৰাজা চাব’ ছবিৰ গান মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। নিধি তাত যোগ দিবলৈ গৈছিল। অনুষ্ঠানটো সুচাৰুৰূপে...
Read More
‘হোৱেন হেৰী মেট চেলি’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নী মিচেল চিংগাৰ ৰেইনাৰৰ অস্বাভাৱিক মৃত্যু ঘটিছে। কেলিফৰ্ণিয়াৰ ব্ৰেণ্টউডৰ এটা বন্ধ ঘৰৰ পৰা উদ্ধাৰ হৈছে পৰিচালক আৰু তেওঁৰ পত্নীৰ ক্ষতবিক্ষত মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰব আৰু মিচেলৰ মৃতদেহত কিছু সন্দেহজনক আঘাত আছে। যিটো ছুৰীৰে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে। প্ৰাৰম্ভিক অনুমান...
Read More
বাহৰেইনৰ ৰেপাৰ হুছাম অসীম ওৰফে ‘ফ্লিপৰাচি’ৰ দ্বাৰা FA9LAৰ ধুমুহাই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। মুক্তিৰ কেইদিনমানৰ ভিতৰতে অস্বাভাৱিকভাৱে দৰ্শক বৃদ্ধি পাইছে। বাহৰেইনৰ ৰেপাৰ তথা খালিজী হিপ-হপ শিল্পী ফ্লিপাৰেচিয়ে ভাৰতত চৰ্চা লাভ কৰিছে তেওঁৰ ট্ৰেক FA9LA বলীউডৰ স্পাই (চোৰাংচোৱা) থ্ৰিলাৰ ধূৰন্ধৰত। এইটোৱে এটা কথা নিশ্চিত কৰিছে যে সংগীতৰ কোনো সীমা নাই আৰু সংগীতে কেনেকৈ দেশ আৰু সংস্কৃতিৰ...
Read More
মালয়ালম চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা দিলীপ দোষমুক্ত হোৱাৰ ঘোষণাই সোমবাৰে কেৰালাৰ এৰ্নাকুলাম প্ৰধান সত্ৰ আদালতত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। ২০১৭ চনৰ অভিনেত্ৰীৰ অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত অষ্টম অভিযুক্ত হিচাপে দিলীপৰ নাম উল্লেখ কৰা হৈছিল যদিও ন্যায়াধীশ হানি এম ভাৰ্গিছৰ নেতৃত্বত গঠিত আদালতে স্পষ্টভাৱে উল্লেখ কৰিছে যে অভিযোগকাৰীসকলে দিলীপৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ প্ৰমাণ কৰাত...
Read More
বলীউডৰ পৰিচালক বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ড০ অজয় ​​মুৰ্দিয়াৰ অভিযোগৰ ভিত্তিত ৩০ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে ধৃত পৰিচালক আৰু তেওঁৰ পত্নীক জিম্মাত লৈছে। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ লৈ যোৱা হ’ব। জানিব পৰা মতে,...
Read More
পাঁচ দিন ধৰি নিৰুদ্দেশ হৈ থকা ইউৰোপৰ বিউটি ইনফ্লুৱেঞ্চাৰ ষ্টেফানী পাইপাৰ (৩১)ৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অষ্ট্ৰিয়াৰ মহিলাগৰাকীক হত্যা কৰে তেওঁৰ প্ৰাক্তন প্ৰেমিক পিটাৰ এম-য়ে। মৃতদেহটো ছুটকেছত ভৰাই স্লোভেনিয়াৰ মেজস্পাৰ্কৰ জংঘলত পুতি ৰাখিছিল। এই হত্যাকাণ্ডই সমগ্ৰ অষ্ট্ৰিয়া আৰু স্লোভেনিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ষ্টাইৰিয়ান ষ্টেট পুলিচৰ মতে, ২৩ নৱেম্বৰত পাৰ্টিৰ পৰা উভতি অহাৰ পিছত পাইপাৰ নিৰুদ্দেশ...
Read More

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources