ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
শিক্ষা

Category

চলিত সপ্তাহত পাকিস্তানৰ শিক্ষা জগতত এনে এক ঘটনা ঘটিছে যি দেশ বিভাজনৰ পিছত কেতিয়াও দেখা পোৱা হোৱা নাছিল। লাহোৰ ইউনিভাৰ্চিটি অফ মেনেজমেন্ট চায়েন্সেছ (LUMS)ৰ এটা শ্ৰেণীকক্ষৰ ভিতৰত মহাভাৰত আৰু ভাগৱত গীতাসহ সংস্কৃত শ্লোক উচ্চাৰিত হোৱা শুনা গৈছে। কাৰণ, এই প্ৰতিষ্ঠানখনে আনুষ্ঠানিকভাৱে এই ভাষা শিকোৱা আৰম্ভ কৰিছে। শিক্ষাৰ্থীসকলক মহাভাৰত টিভি ধাৰাবাহিকৰ বিখ্যাত থিম গীত ‘হ্যাঁ কথা...
Read More
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ সংগীত আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় অৱদানৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হৈছে। একেটা অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীকো ডি.লিট. সন্মানেৰে সন্মানিত কৰা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অধ্যাপক গোস্বামীক শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ডি.লিট. প্ৰদান...
Read More
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। প্ৰাক-বিদ্যালয়ৰ পৰা গৱেষণা পৰ্যায়লৈকে শিক্ষাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘অষ্ট্ৰেলিয়া-ইণ্ডিয়া এডুকেশ্যন এণ্ড স্কিলছ কাউন্সিল’ (AIESC)ৰ তৃতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অন্যতম হ’ল—ভাৰতত কেম্পাছ খুলিবলৈ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ‘নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়’ক...
Read More
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ দায়িত্বত থাকিব নোৱাৰিব আৰু তেওঁৰ বিৰুদ্ধে তদন্ত চলিব। শিক্ষা মন্ত্ৰালয়ৰ সচিব বিনীত যোশীয়ে আন আন বিষয়াসকলৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰাৰ সময়ত সন্মুখীন হোৱা সৰ্বাত্মক আৰু তীব্ৰ প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সচিব বিনীত যোশীৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ ভ্ৰমণৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয়ত চলি...
Read More
নিউয়ৰ্কৰ এটা ভাড়াঘৰত সংঘটিত অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছিল এগৰাকী ভাৰতীয় ছাত্ৰী। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত ভাৰতীয় ছাত্ৰীগৰাকীৰ নাম সাহাজা ৰেড্ডী উডুমালা। তেওঁ নিউয়ৰ্কৰ আলবানিত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল আৰু তাত এটা স্থানীয় ভাড়াঘৰত বাস কৰিছিল। ঘৰটোত আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বাস কৰিছিল...
Read More
দুটা কোঠাৰ এটা সৰু ফ্লেট। সেয়াই হেনো ইৰা ছ’চিয়েল চেৰিটেবল ট্ৰাষ্টৰ সম্পূৰ্ণ অফিচ! গাজিয়াবাদৰ এই সংস্থাই বিজেপিক ৫০ লাখ টকাৰ অনুদান দিছিল। অভিযোগ অনুসৰি, ইয়াৰ পাছতেই ত্ৰিপুৰাত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ট্ৰাষ্টটোক অনুমতি দিয়া হয়। ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ১৫৩ কিলোমিটাৰ দূৰত, উত্তৰ ত্ৰিপুৰা জিলাৰ তিলথাই গাঁৱত সেই ‘আৰ্য্যাৱৰ্ত ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি’ স্থাপন কৰা হৈছে। এই...
Read More
তিনি দশক ধৰি মহিলাৰ অধিকাৰৰ বাবে যুঁজি অহা বেচৰকাৰী সংগঠন নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কৰ্মস্থানত মহিলাৰ সুৰক্ষা আৰু মৰ্যাদা বিষয়ক আলোচনা সম্পন্ন হয়। ২০১৩ চনত বলৱৎ হোৱা কর্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখনৰ সজাগতা আৰু সচেতনতা সম্পৰ্কে আলোচনা কৰা হয়। বিশিষ্ট অভিনয়কৰ্মী পাপৰি মেধিয়ে...
Read More
যোৱা ৭৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ ‎আন্দোলনক সমৰ্থন জনাই অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱীয়ে ৰাইজক সক্ৰিয় সমৰ্থন ‎আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মূল দাবীসমূহ হৈছে— দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ কৰা, দুৰ্নীতিৰ তদন্ত ‎কৰা, আৰু এখন পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচিত ছাত্ৰ সংসদ গঢ়ি তোলা। বিবৃতিটোত কোৱা হৈছে , “তেজপুৰ বিশ্ববিদ্যালয়...
Read More
তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কেম্পাছত চলি থকা সংকট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যক খণ্ডন কৰিছে। তেওঁৰ উপ-উপাচাৰ্য (Pro-VC) নিযুক্তিৰ পৰামৰ্শই আন্দোলনৰ দীৰ্ঘদিনীয়া আৰু বাৰে বাৰে উত্থাপিত মুখ্য দাবী, অৰ্থাৎ এজন কাৰ্যবাহী উপাচাৰ্য (Acting Vice Chancellor) নিযুক্তিৰ জৰুৰী প্ৰয়োজনীয়তা এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ এক স্পষ্ট ভুল ধাৰণাক প্ৰতিফলিত কৰিছে। ৭৬ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয় অস্থিৰ হৈ পৰিছে। এই...
Read More
বিফল হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ উচ্চাকাংক্ষী প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনি (PMIS)। আঁচনিখনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এবছৰ উকলি যোৱাৰ পিছতো ইয়াৰ গ্ৰহণযোগ্যতাৰ হাৰ অত্যন্ত কম আৰু এই আঁচনি ত্যাগ কৰাৰ হাৰ উদ্বেগজনক হৈ পৰিছে। সংসদৰ শীতকালীন অধিৱেশনত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা প্ৰতিবেদনত এই তথ্যত প্ৰকাশ পাইছে। অহা পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources