ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
বাণিজ্য

Category

দুটা কোঠাৰ এটা সৰু ফ্লেট। সেয়াই হেনো ইৰা ছ’চিয়েল চেৰিটেবল ট্ৰাষ্টৰ সম্পূৰ্ণ অফিচ! গাজিয়াবাদৰ এই সংস্থাই বিজেপিক ৫০ লাখ টকাৰ অনুদান দিছিল। অভিযোগ অনুসৰি, ইয়াৰ পাছতেই ত্ৰিপুৰাত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ট্ৰাষ্টটোক অনুমতি দিয়া হয়। ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ১৫৩ কিলোমিটাৰ দূৰত, উত্তৰ ত্ৰিপুৰা জিলাৰ তিলথাই গাঁৱত সেই ‘আৰ্য্যাৱৰ্ত ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি’ স্থাপন কৰা হৈছে। এই...
Read More
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত টাটা ট্ৰাষ্টৰ বৰ্তমানৰ অধ্যক্ষ ন’ৱেল টাটাৰ মাতৃ আৰু কোম্পানীটোৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ সতীয়া মাতৃ চিমোনে টাটাৰ মুম্বাইৰ ব্ৰীচ কেণ্ডি হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে। শুকুৰবাৰে পুৱা হস্পিতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। টাটা গ্ৰুপে এটা বিবৃত্তিযোগে চিমোনেৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। বিবৃতিত চিমোনেৰ...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee) ৰেপ’ ৰেট সলনি কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ৰেপ’ ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। বুধবাৰৰ (৩ ডিচেম্বৰ) পৰা আৰবিআইৰ মুদ্ৰা নীতি সমিতিৰ বৈঠক আৰম্ভ হৈছিল। সেই বৈঠকৰ পিছত শুকুৰবাৰে (৫ ডিচেম্বৰ) ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপ’ ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।...
Read More
মেছেজিং এপে আন এআই প্ৰদানকাৰীক বাধা দিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইউৰোপীয় সংঘই হোৱাটছএপৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) নীতিৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। মেটা (ফেচবুকৰ মূল কোম্পানী)ৰ মালিকানাধীন হোৱাটছএপে কিছু পলমকৈ, চলিত বৰ্ষৰ মাৰ্চ মাহত ইউৰোপীয়ান ইউনিয়নৰ ব্যৱহাৰকাৰীৰ বাবে এআই চেটবট বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছিল। ইউৰোপীয়ান ইউনিয়নত প্ৰতিযোগিতাৰ নিয়মৰ বাবে দায়বদ্ধ ইউৰোপীয় আয়োগে কয় যে হোৱাটছএপৰ...
Read More
দেশৰ বৃহত্তম ব্যক্তিগত বিমান সংস্থা ইণ্ডিগ’ (Indigo) একেৰাহে তৃতীয় দিনাও অধিক বিশৃংখলতাৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে এদিনতে ৫৫০তকৈ অধিক ফ্লাইট বাতিল কৰা হৈছে – যিটো ২০ বছৰৰ ইতিহাসত এক নজিৰবিহীন ঘটনা। সংস্থাটোৰ মতে, ক্ৰু ৰোষ্টাৰ সমস্যা, প্ৰযুক্তিগত জটিলতা আৰু নতুন কৰ্মনীতি মিলি সমগ্ৰ দেশতে বিমান পৰিচালনা ব্যাহত হৈছে। ইণ্ডিগ’ই দৈনিক প্ৰায় ২,৩০০খন ফ্লাইট পৰিচালনা কৰে আৰু...
Read More
বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯০.২ লৈ হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এইটোৱেই এতিয়ালৈকে আটাইতকৈ দুৰ্বল প্ৰদৰ্শন। মঙলবাৰে ৮৯.৯ টকাত উপনীত হোৱাৰ মাত্ৰ এদিন পিছতে এই হ্ৰাস দেখিবলৈ পোৱা গৈছে। এই বছৰত এতিয়ালৈকে টকাৰ মূল্যৰ প্ৰায় ৫% হ্ৰাস পাইছে। ৰয়টাৰৰ তথ্য অনুসৰি এই বছৰ এছিয়াৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ বেয়া প্ৰদৰ্শন ভাৰতীয়...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources