ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
অসম

Category

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত চলি থকা ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ বা SIR (Summary Intensive Revision) প্ৰক্ৰিয়াই দেশজুৰি চৰ্চা লাভ কৰিছে। শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ৪৪ লাখৰো অধিক ভোটাৰে ২০০২ চনৰ ভোটাৰ তালিকাৰ সৈতে নিজৰ নামৰ কোনো সংযোগ বা প্ৰমাণ দেখুৱাব পৰা নাই। এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে এই ভোটাৰসকলৰ বৈধতা বিতংভাৱে পৰীক্ষা কৰিব বুলি জানিবলৈ...
Read More
গুৱাহাটী মহানগৰখনে দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ২০১৭ চনৰ পৰাই চহৰখনত ‘কণিকাযুক্ত পদাৰ্থ’ (Particulate Matter)ৰ মাত্ৰাই নিয়মিতভাৱে ৰাষ্ট্ৰীয় মানদণ্ড অতিক্ৰম কৰি আহিছে। দ্ৰুত নগৰীকৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি, নিৰ্মাণ কাৰ্য, আৱৰ্জনা দহন আৰু উদ্যোগিক বিকাশ আদিৰ ফলত এই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই প্ৰেক্ষাপটত, আই-ফৰেষ্টে (iFOREST) অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত...
Read More
বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষক ড০ পৰাকলা প্ৰভাকৰে আজি শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অসমৰ অগ্ৰণী বিকল্প সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক বক্তৃতানুষ্ঠানত অংশ ল’বলৈ অহা ড০ প্ৰভাকৰে সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে শিল্পীগৰাকীৰ সমাধিস্থল দৰ্শন কৰে। উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তিত...
Read More
ৰাজ্যৰ আগশাৰীৰ ডিজিটেল সংবাদ মাধ্যম ‘নৰ্থ-ইষ্ট নাও’ৰ অষ্টম প্ৰতিষ্ঠান দিৱসত উপস্থিত থাকে বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজনৈতিক বিশ্লেষক পৰাকলা প্ৰভাকৰ। প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাত প্ৰভাকৰে কয় যে ভাৰতীয় গণৰাজ্য সংকটৰ দিশে আগবঢ়া নাই, বৰঞ্চ ই সংকটৰ মাজত সোমাই পৰিছে প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” বিষয়টো সম্পৰ্কে কয় যে...
Read More
শ্ৰীভূমিৰ নীলমণি পথৰ এটা বাসগৃহত এগৰাকী প্ৰায় ৬০ বছৰীয়া মহিলাৰ মৃতদেহ আবদ্ধ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মঙলবাৰে (১৬ ডিচেম্বৰ) পুৱা সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ স্তম্ভিত হৈ পৰে। মৃত মহিলাগৰাকীৰ নাম শ্ৰেয়াসী ৰায় বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকৰ মতে, মহিলাগৰাকী মানসিকভাৱে অসুস্থ আছিল। অভিযোগ উত্থাপিত হৈছে...
Read More
২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ নিৰ্বাচনী কুৰুক্ষেত্ৰ এতিয়াৰ পৰাই উত্তপ্ত হৈ পৰিছে। এই নিৰ্বাচনত কোনো কাৰণতে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছ দলে মিত্ৰতা নকৰে বুলি সোমবাৰে পুনৰবাৰ স্পষ্ট কৰি দিয়ে সাংসদ তথা বিৰোধী দলপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন দলটোক বিজেপিৰ দৰেই এক ‘সাম্প্ৰদায়িক শক্তি’ বুলি অভিহিত কৰি গগৈয়ে কয় যে এটা...
Read More
লোকসভাই মঙলবাৰে ‘বাতিল আৰু সংশোধনী বিধেয়ক, ২০২৫’ গৃহীত কৰি চৰকাৰে “অচল” বুলি চিহ্নিত কৰা ৭১খন পুৰণি আইন বাতিল কৰাৰ পথ প্ৰশস্ত কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰি কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ঔপনিৱেশিক যুগৰ অৱশিষ্ট প্ৰভাৱ আঁতৰাই দেশৰ আইনী ব্যৱস্থাক অধিক সহজ কৰি তোলা। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে...
Read More
সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে পি এম এছ আৰ আই( প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া) বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ বাবে তিনিদিনীয়া এ আই চি টি ই উদ্ভাৱন ডিজাইন এণ্ড উদ্যোগীকৰণ (আই ডি ই) বুটকেম্প আয়োজন কৰিবলৈ সাজু হৈছে। ২০২৫ চনৰ ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো এ...
Read More
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ’বিচি বিভাগৰ নতুন অধ্যক্ষ জয়া বৰুৱাই আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি বিদায়ী সভাপতি যুগল বুঢ়াগোহাঁইয়ে নতুন অধ্যক্ষ জয়া বৰুৱাক দায়িত্বভাৰ অৰ্পণ কৰে। এই অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ অধ্যক্ষ ৰিপুন বৰা, জ্যেষ্ঠ উপ-সভাপতি মেহদী আলম বৰাো উপস্থিত থাকে।...
Read More
প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হয়। কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশ মৰ্মে অভিযুক্তসকলক ইতিমধ্যে অভিযোগনামাৰ প্রতিলিপি প্ৰদান কৰা হৈছে। জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা অভিযুক্তৰ পক্ষত নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসে শুনানিৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।...
Read More
1 6 7 8 9 10 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources