ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
অসম

Category

বিৰোধীৰ হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে লোকসভাই ‘বিকশিত ভাৰত – জি ৰাম জি বিধেয়ক, ২০২৫’ত অনুমোদন জনায়। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছত সদনে ধ্বনিভোটত গৃহীত কৰে। দিনৰ ১:০৭ বজাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা ১১ বজালৈ সদন স্থগিত ৰাখে। বুধবাৰে মাজনিশাৰ পিছত ‘নিয়োগ আৰু...
Read More
নগাঁও বিদেশী ন্যায়াধিকৰণে ১৫ জন ব্যক্তিক বাংলাদেশী মূলৰ বিদেশী নাগৰিক বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত ভাৰতৰ পৰা বিতাড়নৰ নিৰ্দেশ দিছে। ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে। ন্যায়াধিকৰণৰ তথ্য অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিক বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে। বিষয়াসকলে কয় যে চিনাক্ত বিদেশীক মাটিয়া ডিটেনচন কেম্পত ভৰ্তি কৰি প্ৰয়োজনীয় আইনী...
Read More
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ পূৰ্বৰ ডেম’ক্ৰেটিক দলৰ প্ৰতি থকা বিদ্বেষৰ বিষয়ে কোনো লুকঢাক ৰখা নাই। এইবাৰ তেওঁ সেই শত্ৰুতাক এক নতুন মাত্ৰালৈ লৈ গৈছে। হোয়াইট হাউছত কিছুমান অগতানুগতিক ফলক (প্লাক) স্থাপন কৰা হৈছে, যিয়ে প্ৰাক্তন নেতাসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দীৰ্ঘদিনীয়া ক্ষোভৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ পূৰ্বে ৰিপাব্লিকান দলৰ ৭৯ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে অ’ভেল অফিচৰ বাহিৰত প্ৰাক্তন...
Read More
গুৱাহাটী: ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত (GCU) ১৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া এক বিশেষ ‘উদ্ভাৱন ডিজাইন আৰু উদ্যমিতা’ (IDE) বুটকেম্প আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ‘পিএম শ্ৰী’ বিদ্যালয়সমূহৰ ১৯০ জনতকৈও অধিক অধ্যক্ষ আৰু শিক্ষকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই বুটকেম্পটো দেশৰ ২৫খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত...
Read More
আই পি এল ২০২৬ নিলামত ১৪ কোটি ২০ লাখ টকাৰ বিড উত্থাপন হোৱাৰ লগে লগে পোহৰত জিলিকি উঠিল এটা নাম— কাৰ্তিক শৰ্মা। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। কিন্তু এই চকু কপালত তুলিব পৰা অংকৰ আঁৰত আছে ভোক, নীৰৱ ত্যাগ আৰু দীঘলীয়া অপেক্ষাৰ এক কঠিন যাত্ৰা। চেন্নাই ছুপাৰ কিংছৰ নতুন তাৰকাগৰাকীৰ কাহিনী কেৱল এক ক্ৰিকেটীয় উত্থান...
Read More
এখন চিনেমাৰ নতুন গান মুকলি অনুষ্ঠানত হাৰাশাস্তিৰ বলি হৈছে জনপ্ৰিয় অভিনেত্ৰী নিধি আগৰৱাল। এটা ভাইৰেল ভিডিঅ’ত অভিনেত্ৰীগৰাকীক শতাধিক অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে। ভিৰৰ মাজত প্ৰায় অসহায় দেখা গ’ল নিধিক। কালি (বুধবাৰে) হায়দৰাবাদৰ এটা শ্বপিং মলত নিধি-প্ৰভাস অভিনীত চিনেমা ‘দ্য ৰাজা চাব’ ছবিৰ গান মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। নিধি তাত যোগ দিবলৈ গৈছিল। অনুষ্ঠানটো সুচাৰুৰূপে...
Read More
ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ চলা প্ৰস্তুতিৰ মাজতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে। অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰীৰ সভাস্থলী আৰু হেলিপেড তথা পথ নিৰ্মাণৰ নামত প্ৰশাসনে হাপজান অঞ্চলৰ উৰ্বৰ খেতিপথাৰ স্থায়ীভাৱে নষ্ট কৰিছে। ১২.৭ লাখ মেট্ৰিক টনৰ নতুন প্ৰকল্প উল্লেখযোগ্য যে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া...
Read More
২০২১ চনৰ পাছত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। সংসদৰ শীতকালীন অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা পৰিসংখ্যাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ মন্ত্ৰালয়ে এক লিখিত উত্তৰত জনাইছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে প্ৰতি বছৰে গড়ে ১ লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ...
Read More
বিশ্বজুৰি গঁড়ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। তথ্য অনুসৰি, ২০২৪ চনলৈকে বিশ্বত ২৮ হাজাৰতকৈও কম গঁড় জীৱিত আছে; যি এসময়ত থকা লাখ লাখ গঁড়ৰ তুলনাত অতি নগণ্য। গঁড়ৰ খৰ্গৰ ক’লা বজাৰত থকা উচ্চ মূল্যৰ বাবেই চোৰাং চিকাৰীয়ে ইহঁতক লক্ষ্য কৰি লয়। এই খৰ্গসমূহ ‘ষ্টেটাছ চিম্বল’ হিচাপে অথবা ভিয়েটনাম আৰু চীনত কোনো বৈজ্ঞানিক ভিত্তি নথকা পৰম্পৰাগত ঔষধ...
Read More
পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত সংবাদিক পিটাৰ আৰ্নেটৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে। ভিয়েটনাম যুদ্ধ আৰু উপসাগৰীয় যুদ্ধৰ সাহসী, নিৰ্ভীক আৰু পক্ষপাতহীন প্ৰভাৱশালী সংবাদৰ বাবে বিশ্বজুৰি পৰিচিত। তেওঁৰ বিয়োগে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। নিউজিলেণ্ডত জন্মগ্ৰহণ কৰা পিটাৰ আৰ্নেটে ১৯৬০ চনত সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ এছ’চিয়েটেড প্ৰেছ (AP) আৰু পৰৱৰ্তী সময়ত চি...
Read More
1 5 6 7 8 9 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources