ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
অসম

Category

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বাংলাদেশীৰ অনুপ্ৰৱেশ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ মতে, ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক মেৰুকৰণ কৰিবলৈ এই বিষয়টো বিজেপিয়ে ইচ্ছাকৃতভাৱে উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰিছিল যে কংগ্ৰেছে অসমত বাংলাদেশীক সংস্থাপন দিব বিচাৰে। এই মন্তব্যক কংগ্ৰেছে “মিছা আৰু দায়িত্বহীন”...
Read More
ছত্তীশগড় চৰকাৰে ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰচাৰৰ বাবে প্ৰায় ৬.৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ৰাজ্যখনৰ ‘স্বামী আত্মানন্দ স্কুল অৱ এক্সিলেন্স’ সমূহৰ বাবে আবণ্টিত পুঁজি প্ৰায় ৬৪ শতাংশ কৰ্তন কৰা বুলি এটা আৰ.টি.আই. (RTI) উত্তৰত প্ৰকাশ পাইছে। ইয়াৰ ফলত বিদ্যালয়সমূহে বিদ্যুতৰ বিল পৰিশোধসহ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ ১ নৱেম্বৰত প্ৰধানমন্ত্ৰী...
Read More
পশ্চিম কাৰ্বি আংলং জিলাত ভিজিআৰ-পিজিআৰ (VGR-PGR) ভূমি উচ্ছেদৰ দাবীত চলি থকা প্ৰতিবাদে বৃহস্পতিবাৰে ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, ভিজিআৰ-পিজিআৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত একাংশ লোকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। প্ৰতিবাদ চলি থকা অৱস্থাত আৰক্ষীয়ে কেইগৰাকীমান প্ৰতিবাদকাৰীক আটক কৰি লৈ যোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ক্ষুব্ধ হৈ প্ৰতিবাদকাৰীসকলে ডংকামোকামত থকা...
Read More
গ্ৰেট নিকোবৰ মেগা আন্তঃগাঁথনি প্ৰকল্পই জনজাতীয় ভূমি, বন অধিকাৰ আৰু বিশেষভাৱে দুৰ্বল ‘শ্ব’ম্পেন‘ (Shompen) জনগোষ্ঠীৰ ওপৰত পেলাব পৰা সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত লিটিল এণ্ড গ্ৰেট নিকোবাৰ দ্বীপপুঞ্জৰ জনজাতি পৰিষদে পুনৰবাৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ (NCST) হস্তক্ষেপ বিচাৰিছে। পৰিষদে অভিযোগ কৰিছে যে পূৰ্বতে উত্থাপন কৰা আপত্তি আৰু অভিযোগসমূহৰ ওপৰত এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।...
Read More
অসমৰ পশুপালন খণ্ডৰ বাবে এক গৌৰৱৰ খবৰ। শেহতীয়াকৈ ৰাজ্যৰ দুবিধ থলুৱা হাঁহৰ প্ৰজাতিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) ৰ অধীনস্থ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰো (NBAGR) এ অসমৰ ‘নাগী হাঁহ’ আৰু ৰাজহাঁহৰ ‘ৰাজদীঘলী’ প্ৰজাতিটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ড০ গালীব উজজামানৰ নেতৃত্বত চলি থকা প্ৰায়...
Read More
কৰ্ণাটকৰ হুবলীত সংঘটিত এক চাঞ্চল্যকৰ ‘অনাৰ কিলিং‘ অৰ্থাত সন্মানৰ নামত হত্যাৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে দলিত সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অভিযোগত ১৯ বছৰীয়া গৰ্ভৱতী মান্যা পাটিলক নৃশংসভাৱে হত্যা কৰা হয়। উল্লেখ্য যে মান্যা ছয়-সাত মাহৰ অন্তঃসত্বা আছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মান্যাৰ পিতৃসহ দুজন...
Read More
দেওবাৰে আমেৰিকাৰ ন্যায় বিভাগে এপষ্টেইন ফাইলছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফটোখন পুনৰ ঘূৰাই আনিছে। বিতং পৰ্যালোচনাৰ বাবে তেওঁৰ ফটোখন সাময়িকভাৱে আঁতৰাই দিয়া বুলি যুক্তি দৰ্শাইছে। ন্যায় বিভাগে এক বিবৃতিত কয় যে জেফ্ৰি এপষ্টেইন গোচৰত প্ৰকাশ পোৱা ট্ৰাম্পৰ ফটোখনক লৈ নিউয়ৰ্কৰ দক্ষিণ জিলাৰ পৰা আপত্তি উত্থাপন হৈছে। মন কৰিবলগীয়া যে এই গোচৰৰ গ্ৰেণ্ড জুৰীৰ পৰ্যালোচনাত বহু বিশিষ্ট...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কেৱল ইউক্ৰেইনেই নহয়, পূৰ্বৰ ছোভিয়েট সাম্ৰাজ্যৰ কিছুমান ইউৰোপীয় ভূখণ্ডও দখল কৰিব বিচাৰে। এই তথ্য সদৰী  কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই। এক প্ৰতিবেদন অনুসৰি পুটিনে এতিয়াও সমগ্ৰ ইউক্ৰেইন দখল কৰিব বিচাৰে। ইয়াৰ উপৰিও তেওঁ পূৰ্বৰ ছোভিয়েট ভূখণ্ড পুনৰ উদ্ধাৰৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই। ইয়াৰ ভিতৰত কিছু ইউৰোপীয় ভূখণ্ডও অন্তৰ্ভুক্ত। ২০২২ চনত ইউক্ৰেইনত...
Read More
অনিশ্চয়তাৰ মাজত হাজাৰ হাজাৰ আই টি কৰ্মী। ট্ৰাম্পৰ কঠোৰ সিদ্ধান্তই আমেৰিকালৈ ঘূৰি যোৱাটো অনিশ্চিত কৰি তুলিছে। চলিত মাহত ছুটীৰ বাবে ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়ৰ বাবে ডাঙৰ বেয়া খবৰ। সেয়া আমেৰিকাৰ ভিছাৰ সৈতে জড়িত নতুন জটিলতাৰ বাবে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ অভিবাসন নীতিৰ বাবে হাজাৰ হাজাৰ ভাৰতীয় পেছাদাৰীৰ এইচ-১বি আৰু এইচ-৪ ভিছাৰ সাক্ষাৎকাৰ (এপইণ্টমেণ্ট) হঠাতে বাতিল...
Read More
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ ক্ষুব্ধ হৈ পৰিছে পৰিৱেশ কৰ্মীসকল। ইয়াৰ ফলত ৰাজস্থান, দিল্লী, গুজৰাট আৰু হাৰিয়ানাত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আৰাৱলী পৰ্বতমালাৰ ব্যাখ্যাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে বিতৰ্কৰ। উচ্চতম ন্যায়ালয়ে এই ব্যাখ্যা গ্ৰহণ কৰি কয় যে এক নিৰ্দিষ্ট উচ্চতা আৰু ভূ-প্ৰাকৃতিক বৈশিষ্ট্য থকা অঞ্চলকহে আৰাৱলীৰ অংশ হিচাপে...
Read More
1 2 3 4 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources