ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
অসম

Category

গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ...
Read More
জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আজিৰে পৰা ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু গ্ৰামাঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। প্ৰতিবাদৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুযায়ী শোণিতপুৰ আৰু নগাঁও জিলাৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচা এলেকাসমূহত স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জলজীৱন মিছনৰ কাম-কাজৰ প্ৰকৃত স্বৰূপ উদঙাই দিবলৈ আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচী...
Read More
বিশ্বনাথ জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ মণ্ডলত বন্য চৰাই চিকাৰ কৰাৰ অভিযোগত বুধবাৰে পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। এদল লোকে বন্য চৰাই ফান্দত পেলাবলৈ জাল পাতিছে বুলি পোৱা বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত বিশ্বনাথ ঘাট ৰেঞ্জ আৰু অপৰাধ অনুসন্ধান ৰেঞ্জৰ যুটীয়া অভিযানত ভোলাখাট বিলৰ পৰা সন্দেহযুক্ত লোককেইজনক আটক কৰা হয়। গ্ৰেপ্তাৰ হোৱা লোককেইজন হ’ল ক্ৰমে ছয়ফুল...
Read More
ডাবল মাৰ্ডাৰে চাঞ্চল্য সৃষ্টি কৰিছে টীয়কৰ বলমা মৰাণ গাঁৱত। এক অত্যন্ত নৃশংস ঘটনাত স্বামী কল্যাণ কোঁৱৰে নিজৰ পত্নী চুনচুনী কোঁৱৰ আৰু ছবছৰীয়া কন্যা সোণাক্ষী কোঁৱৰক হত্যা কৰাৰ অভিযোগ উঠিছে। এই শিহৰণকাৰী ঘটনাটো মঙলবাৰে মাজনিশা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় লোকে জনোৱা অনুসৰি, মাজনিশা প্ৰায় ২ বজাত চুনচুনী কোঁৱৰৰ মৰণকাতৰ আৰ্তনাদ শুনিবলৈ পাইছিল। ভয়ংকৰ...
Read More
২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী বিশিষ্টব্যক্তিয়ে প্ৰকাশ কৰা গোহাৰিখনত প্ৰকাশ কৰিছে যে বিজেপিয়ে গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনি, প্ৰচাৰ মাধ‍্যমক বহতীয়া কৰি, আৰু ন‍্যায়পালিকাৰ ওপৰত চাপ সৃষ্টি কৰি পূৰ্বৰ ভাৰতক অচিনাকি কৰি পেলাইছেআৰুইয়াৰ বিৰোধিতা কৰাসকলক দেশদ্ৰোহী আখ্যা দিয়া হৈছে। কেন্দ্ৰীয়...
Read More
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত ৫০% শুল্কৰ সন্দৰ্ভত তেওঁ কয় যে এই কঠোৰ শুল্ক আৰোপৰ মূল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কেতিয়াও নাছিল। বৰঞ্চ, ৰাজনে এই শুল্ক আৰোপৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে ভূ-ৰাজনৈতিক কাৰক বুলি অভিহিত কৰিছে।...
Read More
অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত ছুপাৰস্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয়। সমৰ হাজৰিকা প্ৰথিতযশা সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু বিভিন্ন এলবামৰ বাবে গীত গোৱাৰ উপৰিও, তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপেও অমূল্য...
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বৃহৎ পৰিসৰত চলি থকা মাছ ধৰা কাৰ্যকলাপ ৰোধ কৰাৰ বাবে নিষেধাজ্ঞামূলক আদেশ কঠোৰভাৱে বলবৎ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। বিশেষকৈ জানুৱাৰী মাহৰ মাঘ বিহুৰ সময়ত এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সোমবাৰে বোকাখাতৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এক জনস্বাৰ্থ...
Read More
ডিমা হাছাওৰ উমৰাংছুত অনুষ্ঠিত হ’বলগীয়া ১১ সংখ্যক ফেলকন ফেষ্টিভেলত এইবাৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰা আৰু শিল্পা ৰাওৱে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ১২ আৰু ১৩ ডিচেম্বৰত এই দুই শিল্পীৰ সংগীতেৰে জীপাল কৰি তুলিব উমৰাংচ’ৰ গ’ল্ফ ক’ৰ্টত আয়োজিত উৎসৱস্থলী। উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ লগতে দেশী-বিদেশী চৰাইৰ আগমনে পৰিৱেশটো বিনন্দীয়া কৰি...
Read More
বিমান সংস্থা ইণ্ডিগোৰ বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাটো আকস্মিক ঘটনা নহয় বুলি প্ৰকাশ কৰিছে পাইলট সন্থাই। ই বছৰ বছৰ ধৰি চলি থকা গুৰুতৰ সমস্যাৰ ফল। সমগ্ৰ দেশতে ইণ্ডিগোৰ বিমান পৰিবহণত যি বিপৰ্যয় হৈছে সেয়া সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰিছে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটছৰ সভাপতি চি এছ ৰান্ধৱাই। ৰান্ধাৱাই অভিযোগ কৰে যে বিমান সংস্থাটোৱে...
Read More
1 14 15 16 17 18 26

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources