ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
ssa-panbazar.org

By

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে, সেই সন্দৰ্ভত আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত বৰাই কয় যে অসম চৰকাৰে কেৱল চাৰ্জশ্বিটখন দিব লাগে কাৰণেই দিয়াৰ ব্যৱস্থা...
Read More
গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫: ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু দায়িত্বশীল শক্তি ব্যৱস্থাপনৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি বেদান্ত গ্ৰুপৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে বিত্তীয় বৰ্ষ ২০২৫ৰ বাবে নিজৰ বহনক্ষমতা প্ৰতিবেদন ‘Inspiring Actions, Fostering Impact’ প্ৰকাশ কৰিছে। প্ৰতিবেদনত কেইৰ্ণৰ অৰ্থপূৰ্ণ কাৰ্য বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপ সুদৃঢ়ভাৱে প্ৰতিফলিত...
Read More
অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত ছুপাৰস্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয়। সমৰ হাজৰিকা প্ৰথিতযশা সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু বিভিন্ন এলবামৰ বাবে গীত গোৱাৰ উপৰিও, তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপেও অমূল্য...
Read More
এই প্ৰৱণতা অৱশ্যে নতুন নহয়। বিজেপি যেতিয়া বিৰোধী দল আছিল, তেতিয়া তেওঁলোকেই আটাইতকৈ জিএছটিৰ বিৰোধিতা কৰিছিল। বিশেষকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। কিন্তু আকৌ কেন্দ্ৰত ক্ষমতাত অহাৰ পিছত সেই জিএছটিয়ে নিজেই আৰম্ভ কৰি জয়গান গাই আছে। এই স্থিতি সলনিৰ তালিকা দীঘলীয়া। কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে, প্ৰলোভন সংস্কৃতি পৰিত্যাগ কৰা উচিত। অৰ্থাৎ, নিৰ্বাচনত জয়ী হ’বলৈ...
Read More
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন ছয়জনৰ বিৰুদ্ধে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত (কেছ নম্বৰ ৬৮/২০২৫) মানহানিৰ অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ ৰ প্ৰস্তাৱিত বিকল্প পথৰ সমালোচনা আৰু ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই মানহানিৰ গোচৰ তৰা হৈছে। এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে এই...
Read More
ভাৰতে ঔদ্যোগীকৰণৰ প্ৰয়োজনীয় পদক্ষেপৰ মাজেৰে নোযোৱাকৈয়ে দ্ৰুত পুঁজিবাদী বিকাশৰ আৰ্হি অনুসৰণ কৰি আছে—এইদৰে দেশখনে “স্পীড ৰানিং কেপিটেলিজম”ৰ বিপদৰ সন্মুখীন হৈছে। ফ্ৰন্টলাইনৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দক্ষিণ কোৰিয়াৰ অৰ্থনীতিবিদ হা-জুন চাঙে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক গতিবিধিক “গভীৰভাৱে ত্ৰুটিপূৰ্ণ আৰু বিপদজনক” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ঔদ্যোগিক অৰ্থনীতি গঢ়ি নোলোৱাকৈ পোনপটীয়াকৈ সেৱা খণ্ডত জপিয়াই পৰাটো...
Read More
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ বুলি গণ্য কৰিব নোৱাৰি। এই যুক্তিৰ ওপৰত ভিত্তি কৰি আদালতে আবেদনকাৰীৰ আবেদন নাকচ কৰে। মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ মছজিদ গৌছিয়াত নামাজৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰা হৈছিল।...
Read More
তিনি দশক ধৰি মহিলাৰ অধিকাৰৰ বাবে যুঁজি অহা বেচৰকাৰী সংগঠন নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কৰ্মস্থানত মহিলাৰ সুৰক্ষা আৰু মৰ্যাদা বিষয়ক আলোচনা সম্পন্ন হয়। ২০১৩ চনত বলৱৎ হোৱা কর্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখনৰ সজাগতা আৰু সচেতনতা সম্পৰ্কে আলোচনা কৰা হয়। বিশিষ্ট অভিনয়কৰ্মী পাপৰি মেধিয়ে...
Read More
 ৰাজস্থান উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক লোকৰ বিবাহযোগ্য বয়স নহ’লেও, তেওঁলোকে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰিব পাৰে । বিচাৰপীঠে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসাৰে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কেৱল বিবাহৰ আইনী বয়স পূৰণ নোহোৱাৰ বাবে অস্বীকাৰ কৰিব নোৱাৰি। উল্লেখ্য যে কোটা নগৰৰ এগৰাকী ১৮ বছৰীয়া যুৱতী আৰু...
Read More
1 2 3 4 5

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources