ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
ssa-panbazar.org

By

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোক লৈ এতিয়া বহুত ভয়ংকৰ সত্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, এই বিশাল আন্তঃগাঠনিটো সম্পূৰ্ণৰূপে আদানি গ্ৰুপে নিৰ্মাণ কৰা নাই, বৰঞ্চ ৰাইজৰ কৰৰ ধনেৰে চৰকাৰী সংস্থা এয়াৰপৰ্ট অথৰীটি অৱ ইণ্ডিয়া(AAI)ইহে ইয়াৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।২০১৭ চনত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই কেন্দ্ৰীয় চৰকাৰলৈ...
Read More
নিটাল নামঘৰৰ বৰকাঁহত কোব পৰিল, ওলাই আহ। গঞা টোপনিত। সাৰ পোৱা নাই। কাইলৈ বানপানী আহি গাওঁ উটুৱাই নিব। বৰকাঁহৰ মাত জঁকাবোৰৰ ওপৰত আলোড়ন হৈ ৰ’ব। ——
Read More
সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়সমূহত আতংকৰ সৃষ্টি হৈছে! চৰকাৰী তথ্য অনুসৰি বিগত পাঁচ বছৰত শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পাইছে। ইপিনে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত আন এক হতাশাজনক ছবি পোহৰলৈ আহিছে। বিগত পাঁচ বছৰত ৮৪ হাজাৰৰো অধিক বিদ্যালয় কেন্দ্ৰৰ পি এম পোষাণ (পূৰ্বৰ মধ্যাহ্ন ভোজন) আঁচনিৰ পৰিসৰৰ বাহিৰত গৈছে। অৰ্থাৎ এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে...
Read More
অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ ছিংগাপুৰ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। বৃহস্পতিবাৰে ছিংগাপুৰ আৰক্ষী বাহিনীয়ে (SPF) জনাইছে যে এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ বা হত্যাৰ প্ৰমাণ পোৱা হোৱা নাই। ভাৰতীয় সংবাদ মাধ্যমৰ একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ...
Read More
এই বছৰ আমাৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল। সেই উপলক্ষে ‎সংসদত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ বিতৰ্ক অনুষ্ঠিত হৈছে। উক্ত বিতৰ্কত দেশৰ ‎প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বন্দে মাতৰম আচলতে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি ‎দীঘলীয়া কবিতা যাৰ প্ৰথম কেইশাৰীমান ৰাষ্ট্ৰীয় সংগীত হিচাপে বাচি লোৱা হৈছিল। তেওঁৰ মতে ‎এই কাম কৰা হৈছিল মুছলিম...
Read More
লোকসভাই মঙলবাৰে ‘বাতিল আৰু সংশোধনী বিধেয়ক, ২০২৫’ গৃহীত কৰি চৰকাৰে “অচল” বুলি চিহ্নিত কৰা ৭১খন পুৰণি আইন বাতিল কৰাৰ পথ প্ৰশস্ত কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰি কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ঔপনিৱেশিক যুগৰ অৱশিষ্ট প্ৰভাৱ আঁতৰাই দেশৰ আইনী ব্যৱস্থাক অধিক সহজ কৰি তোলা। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ মঞ্চত ভাৰতৰ বৰ্ধিত গুৰুত্ব প্ৰদৰ্শন কৰি সোমবাৰে তিনিখন মহাদেশৰ তিনিখন দেশ ভ্ৰমণৰ বাবে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। এই ভ্ৰমণসূচীত আছে জৰ্ডান, ইথিওপিয়া ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক আৰু ওমান। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গন্তব্যস্থান হৈছে জৰ্ডান। জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণত তেওঁ এই ভ্ৰমণ কৰিব। এই ভ্ৰমণ এই কাৰণে তাৎপৰ্যপূৰ্ণ...
Read More
অভিনেতা অৰ্জুন ৰামপালে ৰিয়া চক্ৰৱৰ্তীৰ প’ডকাষ্টত নিজৰ দীৰ্ঘদিনীয়া সংগী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে তেওঁৰ বাগদান নিশ্চিত কৰিছে। এই ডাঙৰ ঘোষণাটো  প’ডকাষ্টত তেওঁলোকৰ বিবাহৰ বিষয়ে আলোচনা কৰাৰ সময়ত কৰা হয়। কোনো ডাঙৰ অনুষ্ঠান বা জকজমকতা অবিহনে কৰা বাগদানৰ খবৰে তৎক্ষণাত ইণ্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। ২০১৮ চনৰ পৰা একেলগে থকা ৰামপাল আৰু ডেমেট্ৰিয়াডেছে দুটা সন্তানৰ সৈতে এক...
Read More
1 2 3 4 5

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources