ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
admin1

By

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ মাত্ৰ এবছৰৰ ভিতৰতে বিৰোধী শিবিৰত মোক্ষম আঘাট পৰিছে। কংগ্ৰেছ দলে চৰকাৰীভাৱে ঘোষণা কৰিছে যে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ সৈতে তেওঁলোকৰ মিত্ৰতাৰ অন্ত পৰিছে। বিশ্বৰ আটাইতকৈ ধনী পৌৰ নিগম হিচাপে পৰিচিত বৃহনমুম্বাই পৌৰ নিগমৰ (বিএমচি) আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলে যুঁজ দিব। মুম্বাই কংগ্ৰেছৰ পৰ্যবেক্ষক ৰমেশ চেন্নীথালাই এই...
Read More
নিম গছক ভাৰতীয় সংস্কৃতিত এক ‘মহৌষধ’ হিচাপে গণ্য কৰা হয়। ইয়াৰ ঔষধি গুণৰ বাবে ইয়াক ‘গাঁৱলীয়া দৰবৰ ভঁৰাল’ বুলিও কোৱা হয়। নিম গছৰ পাত, ছাল, ফল আৰু শিপা—প্ৰতিটো অংশই কোনো না কোনো ধৰণৰ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু শৰীৰক বিভিন্ন বীজাণুৰ পৰা সুৰক্ষিত কৰি ৰখাত নিমে গুৰুত্বপূৰ্ণ...
Read More
অসমৰ সাংস্কৃতিক জীৱনত সংগীতৰ এক বিশেষ স্থান আছে। লোকগীতৰ পৰা আধুনিক সংগীতলৈকে‎ অসমে সদায়ে সৃষ্টিশীলতা আৰু প্ৰতিভাৰ পৰিচয় দি আহিছে। সাম্প্ৰতিক বছৰসমূহত অসমত সংগীত‎ কনচাৰ্ট আৰু বৃহৎ সংগীতানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। এই পৰিঘটনাই কেবল সাংস্কৃতিক আনন্দই বৃদ্ধি কৰা নাই, ই এক নতুন অৰ্থনৈতিক ধাৰা—‎‎“কনচাৰ্ট অৰ্থনীতি” গঢ়ি তুলিছে, যাৰ প্ৰভাৱ ৰাজ্যখনৰ বহু ক্ষেত্ৰত পৰিলক্ষিত...
Read More
অসম তথা উত্তৰ-পূবৰ ঔদ্যোগিক উন্নয়ন, নিবনুৱা সমস্যা সমাধান, কৰ্মসংস্থাপন সৃষ্টিকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ৰিপ’ৰ্ট কাৰ্ড যথেষ্ট বেয়া। যোৱা ১০ বছৰত অসমত ইটোৰ পিছত সিটোকৈ ৰাজহুৱা উদ্যোগ বন্ধ হৈছে। বিজেপিয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ ঢোল কোবালেও সেইটো কাগজ কল বন্ধ কৰিহে স্থাপন কৰা হৈছে। কাগজ কলটো চলাই ৰাখি আন এটা স্থানত...
Read More
ৰাজ্যৰ জৰুৰীকালীন সেৱাৰ মেৰুদণ্ড স্বৰূপ ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ প্ৰতিবাদে আজি ২০ দিনত ভৰি দিলে। দীৰ্ঘদিন ধৰি নিজৰ ন্যায্য প্ৰাপ্যৰ দাবীত আন্দোলন চলাই থকাৰ পিছতো চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো ধনাত্মক সঁহাৰি লাভ নকৰাত আজি এক সংবাদমেল যোগে তীব্ৰ ক্ষোভ উজাৰে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। সংবাদমেলত কৰ্মচাৰীসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে বছৰ...
Read More
অসমৰ ক্ৰিকেট জগতত গভীৰ শোকৰ ছাঁ পেলাই ৰাজ্যখনৰ প্ৰথমগৰাকী ৰঞ্জী ট্ৰফী ৰাণ সংগ্ৰহকাৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱ কমল ভূঞাই ইহলীলা সম্বৰণ কৰিছে। অসমৰ ক্ৰিকেটৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্যতম পথপ্ৰদৰ্শক ভূঞাৰ মৃত্যুত ক্ৰীড়ানুৰাগীসকল মৰ্মাহত হৈ পৰিছে। ১৯৪৮ চনত অসমে খেলা প্ৰথমখন ৰঞ্জী ট্ৰফী মেচত তেওঁ ৰাজ্যৰ হৈ অংশগ্ৰহণ কৰিছিল। উক্ত মেচখনতে তেওঁ অসমৰ হৈ প্ৰথমটো ৰাণ সংগ্ৰহ...
Read More
গুজৰাটত এচআইআৰ প্ৰক্ৰিয়াৰ অন্তত শুকুৰবাৰে নিৰ্বাচন আয়োগে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। আয়োগৰ দাবী অনুসৰি, এই সংশোধন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰা হৈছে। খচৰা তালিকা প্ৰকাশৰ পিছত ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা উল্লেখনীয়ভাৱে হ্ৰাস পাই ৪ কোটি ৩৪ লাখ ৭০ হাজাৰ ১০৯ জন হৈছেগৈ। ইয়াৰ পূৰ্বে গুজৰাটত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল ৫ কোটি ৮ লাখ ৪৩...
Read More
২৫ বছৰ পূৰ্বে যাদুকৰ পি চি চৰকাৰ জুনিয়ৰে সমগ্ৰ তাজমহল ‘যাদু’ৰ দ্বাৰা অন্তৰ্ধান কৰিছিল। ২৫ বছৰৰ পাছত সেই ঘটনাটো পুনৰাবৃত্তিৰ দৰে হ’ল। শনিবাৰে পুৱা ৭ বজাত আগ্ৰাত নিৰুদ্দেশ হয় তাজমহল! এই সমগ্ৰ ঘটনাত আচৰিত হৈ পৰিছে পৰ্যটকসকল। আচলতে আজি পুৱা দিল্লী আৰু কাষৰীয়া অঞ্চলবোৰ ধোঁৱাৰ ডাঠ তৰপেৰে আৱৰি ধৰিছিল। দৃশ্যমানতা কাৰ্যতঃ শূন্যলৈ হ্ৰাস পালে। আগ্ৰাতো...
Read More
বিচিচিআইয়ে শনিবাৰে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে। শুভমন গিলক বাদ দিয়া হৈছে, ঈশান কিষান ঘূৰি আহিছে। দীৰ্ঘদিন ধৰি শুভমন গিল স্বাভাৱিক ফৰ্মত নাই। সেয়ে তেওঁৰ বাদ পৰাটো বহুতৰে বাবে স্বাভাৱিক যেনেই লাগিছে। অৱশ্যে ঈশান কিষান দললৈ ঘূৰি অহাৰ কথাটো বহুলভাৱে চৰ্চিত হৈছে। শেহতীয়াকৈ ঘৰুৱা টি-২০ প্ৰতিযোগিতাত কিষানৰ ফৰ্ম দেখি বহুতে তেওঁক...
Read More
সংসদৰ মজিয়ালৈ কোনোবাই যদি পথ-কুকুৰ লৈ আহিছে, আন কোনোবাই আকৌ সংসদ চৌহদতে ই-চিগাৰেট সেৱন কৰিছে। এনে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা ১০ গৰাকী বিৰোধী সাংসদৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিলে বিজেপিয়ে। বিজেপি সাংসদ নিশিকান্ত ডুবেই তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ আৰু ডিএমকে-ৰ এই ১০ জন সাংসদৰ বিৰুদ্ধে এই জাননী দাখিল কৰিছে।...
Read More
1 3 4 5 6 7 41

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources