ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
admin1

By

আজি সন্ধিয়া নিৰ্ধাৰিত সময়ত দিল্লীত উপস্থিত হ’লহি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। দুদিনীয়া কাৰ্যসূচীৰে তেওঁ ভাৰত ভ্ৰমণৰ বাবে আহিছে। বৃহস্পতিবাৰে সন্ধিয়া ৬:৩৫ বজাত ৰাষ্ট্ৰপতি পুটিন দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। সূত্ৰ অনুসৰি, আজি নিশা দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ বাবে এক নৈশভোজৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুটিনক এক ব্যক্তিগত...
Read More
বাৰাণসীত স্পা চেণ্টাৰৰ আঁৰত চলি থকা ৰমৰমীয়া দেহ ব্যৱসায়ৰ এক চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে, যাৰ সূত্ৰ ধৰি কিছুমান ভদ্ৰ পোছাক পৰিহিত ব্যক্তিৰ নামো পোহৰলৈ আহিছে। চহৰখনত এক বৃহৎ অভিযান চলাই বাৰাণসী আৰক্ষীৰ এছঅ’জি ২ টীমে চিগ্ৰা থানা এলেকাৰ দুটা স্থানত অভিযান চলায়। স্মাৰ্ট বজাৰৰ ওচৰৰ এবি মেৰিজ লনৰ বিপৰীতে থকা মেল’ডি স্পা আৰু ত্ৰিনেত্ৰ ভৱনৰ...
Read More
নৰেন্দ্ৰ মোদী চৰকাৰে আদানি গোষ্ঠীক আৰ্থিকভাৱে সহায় কৰাৰ ধাৰাবাহিক অভিযোগৰ মাজতে কেন্দ্ৰই সংসদত স্বীকাৰ কৰিছে যে ৰাষ্ট্ৰীয় বীমা সংস্থা লাইফ ইন্স্যুৰেন্স কৰ্পোৰেচন (LIC)-এ আজিলৈকে আদানি গোটৰ বিভিন্ন প্ৰতিষ্ঠানত মুঠ ৪৮,২৮৪.৬২ কোটি টকা বিনিয়োগ কৰিছে। এই বিনিয়োগৰ ভিতৰত ৩৮,৬৫৮.৮৫ কোটি টকা শ্বেয়াৰ বজাৰত আৰু ৯,৬২৫.৭৭ কোটি টকা ঋণ হিচাপে দিয়া হৈছে। ইয়াৰ উপৰিও, এল আই চি-এ...
Read More
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ অধিবক্তা স্বৰাজ কৌশলৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। বিজেপিৰ প্ৰসিদ্ধ নেত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ স্বামী আৰু নতুন দিল্লীৰ সাংসদ বনছুৰী স্বৰাজৰ পিতৃ আছিল স্বৰাজ কৌশল। বিজেপি দলে এক বাৰ্তাত কয়, ‘আমি দুখিত যে মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ অধিবক্তা স্বৰাজ কৌশলৰ আকস্মিক মৃত্যু ঘটিছে।’ এগৰাকী...
Read More
এইবাৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে সৰৱ হৈছে শিল্পী অনুষ্কা শংকৰ। এয়াৰ ইণ্ডিয়াই নিজৰ চেতাৰ ভঙাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ। ছ’চিয়েল মিডিয়াত নিজৰ প্ৰিয় চেতাৰ ভাঙি যোৱাৰ ধৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছে অনুষ্কাই। চেতাৰখন কেনেকৈ ভাঙিল তাৰ সঠিক উত্তৰ দিব নোৱাৰিলে এয়াৰ ইণ্ডিয়াই। অৱশ্যে বিষয়টোৰ তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে। অনুষ্কাই ছ’চিয়েল মিডিয়াত এটা...
Read More
উত্তৰ প্ৰদেশৰ মেৰুটৰ এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। দাড়ি কটাক লৈ হোৱাৰ সমস্যাৰ বাবেইও ভাঙি থান বান হ’ল এখন সুখৰ সংসাৰ। মহম্মদ সাগিৰ নামৰ এজন যুৱকে অভিযোগ কৰিছে যে তেওঁৰ পত্নী আৰ্শীয়ে তেওঁ দাঢ়ি কাটিবলৈ অস্বীকাৰ কৰাৰ বাবেই ঘৰৰ পৰা পলাই গৈছিল। সাগিৰৰ অভিযোগ যে তেওঁৰ পত্নীয়ে ক্লিন শ্বেভ কৰা পুৰুষক বেছি ভাল পায়, যাৰ...
Read More
বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নতুন দিল্লী ভ্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ আপত্তি উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে বিদেশী প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সংসদীয় পৰম্পৰা ভংগ কৰিছে, যিটো পৰম্পৰা দীৰ্ঘদিন ধৰি বৰ্তি আহিছে। সংসদৰ বাহিৰত সাংবাদিকৰ সন্মুখত ৰাহুলে কয়, “বাজপেয়ীজীৰ পৰা মনমোহন সিঙৰ সময়লৈকে এই পৰম্পৰা...
Read More
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাৎ কৰে। তেওঁ আনুষ্ঠানিকভাৱে এখন পত্ৰ দাখিল কৰি ধুবুৰীৰ ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চাৰি লেনযুক্ত দলংখনৰ নাম কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱৰ লক্ষ্য হৈছে জুবিন গাৰ্গে অসমীয়া সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য অৱদানক সন্মান জনোৱা আৰু...
Read More
শেহতীয়াকৈ এক নতুন তদন্তত অভিযোগ উঠিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাজহুৱা স্থানত উপস্থিত হ’লে নিজৰ প্ৰকৃত স্থান লুকুৱাবলৈ প্ৰায় একেধৰণৰ তিনিটা কাৰ্যালয় ব্যৱহাৰ কৰে। তদন্তত কোৱা হৈছে যে পুটিনক কমেও তিনিটা প্ৰায় একে কাৰ্যালয়ত দেখা গৈছে। এই কাৰ্যালয়সমূহ মস্কোৰ ওচৰৰ ন’ভ’-অগাৰিয়’ভ’ত, কৃষ্ণ সাগৰৰ উপকূলৰ ছোচিত আৰু মস্কোৰ পৰা প্ৰায় ২৫০ মাইল উত্তৰ-পশ্চিমে ভালডাইত তেওঁৰ...
Read More
চাকৰি নিয়মীয়াকৰণ, সম-কাম সম-মৰ্যদা আৰু উপযুক্ত মজুৰিৰ দাবীত চলি থকা প্ৰতিবাদৰ মাজতে ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ প্ৰায় ৫০০ ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। যোৱা ১ ডিচেম্বৰৰ পৰা ১০৮ সেৱাৰ শ শ কৰ্মচাৰীয়ে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, যাৰ ফলত ৰাজ্যত ১০৮ সেৱা প্ৰায় অচল হৈ পৰিছিল। কৰ্মচাৰীসকলৰ অভিযোগ আছিল...
Read More
1 32 33 34 35 36 41

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources