ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
admin1

By

বিশ্বব্ৰহ্মাণ্ডখন অসীম আৰু তাত প্ৰায়েই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা সংঘটিত হয়, যিবোৰে সকলোকে আচৰিত কৰি তোলে। মহাকাশৰ পৰিঘটনা পৰ্যবেক্ষণ কৰিবলৈ আগ্ৰহীসকলৰ বাবে ডেৰ বছৰৰ পাছত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে এক বিৰল সুযোগ। এটা শতিকাৰ ভিতৰত দেখা পোৱা আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব। এই সূৰ্যগ্ৰহণ ইমানেই বৃহৎ হ’ব যে চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে আবৰি ৰাখিব, যাৰ...
Read More
জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই ছজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। সংস্থাটোৱে সদৰী কৰা মতে, এই আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ পৰা পৰিকল্পনা কৰা হৈছিল আৰু নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবা (LeT) আৰু ইয়াৰ সংযুক্ত সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)এই ঘটনাত জড়িত আছিল। নিয়াৰ অভিযোগনামাত লস্কৰ-ই-টাইবা আৰু টিআৰএফৰ নেতা ছাজিদ জাটৰ নাম উল্লেখ কৰা হৈছে।...
Read More
পঞ্জাৱৰ মোহালীৰ সোহানা অঞ্চলত ব্যক্তিগত কাবাডী প্ৰতিযোগিতাৰ সময়ত ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰে কাবাডীৰ খেলুৱৈ তথা প্ৰমোটাৰ ৰানা বালাচৌৰিয়াক। মৃত যুৱকজনৰ প্ৰকৃত নাম কানোৱাৰ দিগ্বিজয় সিং। বয়স প্ৰায় ৩০ বছৰ। সোমবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত সমগ্ৰ অঞ্চলটোত এই ঘটনাই আতংক বিয়পাই দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, চেলফি লোৱাৰ অজুহাতত ২-৩জন অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৰানাৰ কাষ চাপিছিল আৰু হঠাতে...
Read More
ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী তথা মানৱ অধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদীক কাৰাগাৰত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ আঘাত পোৱাত তেওঁক দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল বুলি জনিব পৰা গৈছে। তেওঁৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত নাৰ্গিছ ফাউণ্ডেশ্যনে সোমবাৰে এই তথ্য প্ৰকাশ কৰে। ফাউণ্ডেশ্যনৰ মতে, শুকুৰবাৰে তেহৰাণত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পাছত দেওবাৰে নিশা মহম্মদীয়ে কাৰাগাৰৰ পৰা পৰিয়াললৈ ফোন...
Read More
আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৯ ঘণ্টাৰ অনশন ধর্মঘট আৰম্ভ কৰিছে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন ধৰ্মঘটৰ যোগেদি ব্যাপক দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত অভিযুক্ত উপাচাৰ্য শম্ভু নাথ সিঙক তৎকালীনভাৱে অপসাৰণ কৰাৰ দাবী জনোৱা হৈছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ঘোষণা কৰিছে যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে তেওঁলোকক আনুষ্ঠানিক সিদ্ধান্ত নিদিয়ালৈকে সকলো শৈক্ষিক আৰু প্ৰশাসনিক কাৰ্যসূচী...
Read More
ৰাজস্থানৰতিনিজন বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ঘোচলোৱাৰ অভিযোগ! তিনিওজন বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰএজন শাসক দল বিজেপিৰ বিধায়ক, এজন বিৰোধী দল কংগ্ৰেছৰ, আৰু আনজন নিৰ্দলীয়। অভিযোগ অনুসৰি, কোনো কামত বিধায়ক পুঁজিৰ ধন অনুমোদন দিলে, তাৰ পৰা এই তিনিজন বিধায়কে ‘কমিছন’ লৈছিল। এই ঘটনাৰ ফলত ৰাজস্থানৰ শাসক-বিৰোধী দুয়ো পক্ষই অস্বস্তিত পৰিছে। বিজেপি আৰু কংগ্ৰেছ উভয়েই...
Read More
অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল পুনৰ উত্তপ্ত হৈ পৰিছে। দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১ জনীয়া এটা অস্ত্ৰধাৰী নগা দলে জয়পুৰ গাঁৱত প্ৰৱেশ কৰি স্থানীয় লোকক ভয়-ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতে সীমান্ত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰ অনুসৰি, নগা দলটোৱে চৰাই চিকাৰৰ উদ্দেশ্যে মেৰাপানী সীমান্তৰ ডি-চেক্টৰৰ ভেলৌগুৰি...
Read More
‘হোৱেন হেৰী মেট চেলি’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নী মিচেল চিংগাৰ ৰেইনাৰৰ অস্বাভাৱিক মৃত্যু ঘটিছে। কেলিফৰ্ণিয়াৰ ব্ৰেণ্টউডৰ এটা বন্ধ ঘৰৰ পৰা উদ্ধাৰ হৈছে পৰিচালক আৰু তেওঁৰ পত্নীৰ ক্ষতবিক্ষত মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰব আৰু মিচেলৰ মৃতদেহত কিছু সন্দেহজনক আঘাত আছে। যিটো ছুৰীৰে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে। প্ৰাৰম্ভিক অনুমান...
Read More
দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ‘ভোট চোৰ, গাদ্দী ছোড়’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমাৱেশত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে অবৈধভাৱে চৰকাৰ গঠন কৰাৰ অভিযোগ উত্থাপন কৰে। সমাৱেশত ভাষণ দি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয়, বেলট পেপাৰত...
Read More
ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত হৈছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই বৃহৎ অনুষ্ঠানৰ সামৰণি পৰিব। কিন্তু, দিল্লীৰ অতিমাত্ৰা বায়ু প্ৰদূষণৰ বাবে মেছিৰ অনুৰাগীসকলে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সোমবাৰৰ দিল্লীৰ বতৰৰ পৰিসংখ্যাই এক উদ্বেগজনক ছবি দাঙি ধৰিছে। বাতৰি...
Read More
1 11 12 13 14 15 41

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources