ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ একাধিক ঠিকনাত ধনৰ পাহাৰ! মঙলবাৰে পুৱা বলৱৎকাৰী সঞ্চালকালয়ে (ED) ৰাঁচীৰ বাসিন্দা চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) নৰেশকুমাৰ কেজৰিৱালৰ ঘৰত তালাচী চলায়। ফ‘ৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট (FEMA) ৰ অধীনত চলা এই তদন্তত কমেও ৯০০ কোটি টকাৰ অনাদায়ী বিদেশী সম্পত্তিৰ সম্ভেদ পোৱা গৈছে। ৰাঁচীৰ লগতে তেওঁলোকে মহাৰাষ্ট্ৰৰ মুম্বাই আৰু গুজৰাটৰ চুৰাটৰ একাধিক ঠিকনাতো তালাচী চলাই আছে।...
Read More
কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত নিৰ্দেশ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সোমবাৰে কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি সকলো নাগৰিকৰ বাবে ফোনত ‘সঞ্চাৰ সাথী’ এপ থকাটো বাধ্যতামূলক হ’ব বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছত জল্পনা-কল্পনা আৰম্ভ হৈছে, এইবাৰ মোডী চৰকাৰে সকলো নাগৰিকৰ ফোনো নিৰীক্ষণত ৰাখিবলৈ চেষ্টা কৰিছে নেকি? কেন্দ্ৰৰ নিৰ্দেশৰ...
Read More
শীতকালীন সংসদ অধিবেশন আৰম্ভ হোৱাৰ লগে লগে SIRক লৈ সংসদ উত্তপ্ত হৈ পৰিছে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া (SIR) সন্দৰ্ভত আলোচনা বিচাৰিছে। কিন্তু তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰই এই আলোচনাত অংশ ল’ব নিবিচাৰে কাৰণ তেওঁলোকে ভয় খাইছে। সমাজবাদী পাৰ্টিৰ এগৰাকী সাংসদৰ মুখত তেনে সুৰ শুনা গ’ল। সমাজবাদী পাৰ্টিৰ সাংসদ বীৰেন্দ্ৰ সিঙে অভিযোগ কৰে...
Read More
‘বিমানত এজন যাত্ৰীৰ ওচৰত বোমা আছে। তেওঁৱেই আক্ৰমণ চলাব।’ ই-মেইলযোগে এই ভাবুকি দিয়া হৈছিল বিমানবন্দৰ কৰ্তৃপক্ষক। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগ’ৰ বিমানত আক্ৰমণৰ এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। হায়দৰাবাদত অৱতৰণ কৰাৰ পৰিৱৰ্তে বিমানখন মুম্বাইলৈ ঘুৰাই অনা হয়। অৱশ্যে ইণ্ডিগোৰ বিমানখন নিৰাপদে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে। আটাইকেইজন...
Read More
চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা প্ৰতিটো নতুন স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টল কৰিব লাগিব আৰু ব্যৱহাৰকাৰীয়ে ইয়াক ডিলিট কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি কৰিছে। চিম বাইণ্ডিং নিয়মক লৈ চলি থকা বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই...
Read More
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনৰ মাজতে সোমবাৰে (১ ডিচেম্বৰ) এক প্ৰত্যাশিত খৱৰ আহিছে। চৌহদত উত্তেজনা বৃদ্ধি পোৱা আৰু তেওঁৰ কাৰ্যকালৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগ বৃদ্ধি পোৱাৰ পিছত আনুষ্ঠানিকভাৱে পদত্যাগ কৰে বিত্ত বিষয়া ব্ৰজ বন্ধু মিশ্ৰই। প্ৰতিবাদ আৰম্ভ হোৱাৰ দ্বিতীয় দিনা (২২ ছেপ্টেম্বৰ)ৰ পৰা বিশ্ববিদ্যালয় চৌহদত অনুপস্থিত হৈ থকা মিশ্ৰই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰতিষ্ঠানটোৰ সৈতে থকা...
Read More
ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা আছাৰাম বাপু নিজৰ অসুস্থতাক আহিলা হিচাপে লৈ জামিনত ওলাইছে। এই ঘটনাত দোষীৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ভুক্তভোগীয়ে। আদালতত নিৰ্যাতিতাৰ অধিবক্তাগৰাকীয়ে কয় যে অছাৰাম একেবাৰেই অসুস্থ নহয়। তেওঁ সুস্থ আৰু সমগ্ৰ দেশ ভ্ৰমণ কৰি আছে। সেয়ে তেওঁৰ জামিন বাতিল কৰিব লাগে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত...
Read More
কম বেছি পৰিমাণে সকলোৱে কয় যে পতি-পত্নীৰ মাজত কোনো গোপনীয়তা থাকিব নালাগে। কিন্তু আচাৰ্য চাণক্যই কৈছে যে পত্নীয়ে স্বামীক কেইবাটাও কথা ক’ব নালাগে। পত্নীয়ে স্বামীক কোনবোৰ কথা কোৱা উচিত নহয় জানো আহক। চাণক্যৰ মতে স্বামীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও পত্নীয়ে কেতিয়াও কিছুমান  ক’ব নালাগে, যেনে- অতীতৰ সম্পৰ্ক, নিজৰ দুৰ্বলতা, আৰ্থিক অভাৱ, শহুৰ ঘৰৰ সমালোচনা, আৰু...
Read More
দিল্লীৰ কৃষ্ণা নগৰস্থিত এখন ব্যক্তিগত হাস্পতালত এগৰাকী মৃত মহিলাৰ দেহৰ পৰা সোণৰ অলংকাৰ চুৰি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। হাস্পতালৰ কৰ্মচাৰী জড়িত থকা এই কাণ্ডৰ ফুটেজ চিচিটিভি কেমেৰাত বন্দী হৈছে, যিয়ে সমাজত এক লজ্জাজনক উদাহৰণ দাঙি ধৰিছে। যোৱা ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৫ বজাত সংকটজনক অৱস্থাত এগৰাকী বয়স্ক মহিলাক দিল্লীৰ গোৱেল হাস্পতালত ভৰ্তি কৰোৱা...
Read More
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদে আজি ৰাষ্ট্ৰীয় এইডছ্ দিৱস উপলক্ষে এক সমাজ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰি HIV/AIDS ৰ প্ৰতি সতৰ্কতা, আগতীয়া নিৰ্ণয় আৰু সামাজিক কলঙ্ক দূৰীকৰণৰ উদ্দেশ্যে বহুমুখী ব্যৱস্থাপনা গ্ৰহণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যই উদ্বোধনী ভাষণেৰে কাৰ্য্যসূচী আৰম্ভণী কৰে । তেখেতে স্বাস্থ্যবিভাগৰ শিক্ষাৰ্থীৰ সমাজিক দায়িত্ববোধ, সঠিক তথ্য প্ৰচাৰ আৰু সহানুভূতিমূলক আচৰণৰ গুৰুত্বৰ...
Read More
1 39 40 41 42 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources