ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

বৰ্তমান সময়ত কৰ্মক্ষেত্ৰত মনোযোগ দিয়া বা অন্যান্য ব্যক্তিগত কাৰণত ৩০ বছৰ বয়সৰ পাছত সন্তান জন্ম দিয়াটো এক সাধাৰণ কথা হৈ পৰিছে। যদিও আধুনিক চিকিৎসা বিজ্ঞানৰ সহায়ত এই সময়ত গৰ্ভধাৰণ আৰু প্ৰসৱ সম্ভৱ হৈছে, তথাপিও বয়স বৃদ্ধিৰ লগে লগে কিছুমান শাৰীৰিক আৰু স্বাস্থ্যজনিত জটিলতাৰ আশংকা বৃদ্ধি পোৱাটো স্বাভাৱিক। গৰ্ভধাৰণৰ সম্ভাৱনা হ্ৰাস প্ৰথম আৰু প্ৰধান সমস্যাটো হ‘ল...
Read More
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজত নোহোৱা হোৱাৰ পিছৰে পৰা সমগ্ৰ অসমে প্ৰতিটো দিন চকুলো টুকিছে। ৰাইজে নিজৰ ঘৰৰ এজন সদস্যক হেৰুৱাইছে। শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোৰ পৰা বৰ্তমান সময়লৈকে সমগ্ৰ অসমে হিয়া ঢাকুৰি কান্দিছে। দিন বাগৰিলেও সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে, য’ত সকলোৱে মিলি কেৱল প্ৰাৰ্থনা কৰিছে। ‘মায়াবিনী ৰাতিৰ বুকুত’...
Read More
ভোটাৰ তালিকা পুনৰীক্ষণৰ কামত ব্যস্ত থকা বংগ বিজেপিৰ বাবে এতিয়া ইয়াৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে যেন ‘বুমেৰাং’ হৈ ঘূৰি আহিছে। ভোটাৰ তালিকা সংশোধনৰ কাম আৰম্ভ হোৱাৰ পিছতে ভোট বেংক হিচাপে চিহ্নিত হিন্দু ভোটাৰসকলৰ নামেই তালিকাৰ পৰা বাদ পৰাৰ প্ৰবল সম্ভাৱনা দেখা দিয়াত বংগৰ গেৰুৱা শিবিৰ চিন্তিত হৈ পৰিছে। এই পৰিস্থিতিত, বুধবাৰে দিল্লীত দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্বই...
Read More
এয়া এক বিৰলতম ঘটনা! বাৰাণসীত মাত্ৰ ১৯ বছৰ বয়সতে দণ্ডক্ৰম পৰায়ণম সম্পন্ন কৰিলে দেবব্ৰত মহেশ ৰেখেয়ে। শুক্ল যজুৰ্বেদৰ অন্যতম দুৰ্লভ আৰু জটিল এই পাঠ প্ৰায় ২০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শাস্ত্ৰসন্মতভাৱে পাঠ কৰা হ’ল। এই অসাধাৰণ সফলতাৰ আঁৰত আছে তেওঁৰ গুৰু তথা পিতৃ বেদব্ৰহ্মশ্ৰী মহেশ চন্দ্ৰকান্ত ৰেখে। শুক্ল যজুৰ্বেদৰ মধ্যন্দিন শাখাৰ প্ৰধান পৰীক্ষক হিচাপে তেওঁ...
Read More
কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা তথ্য অনুসৰি, যোৱা দহ বছৰত প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate – ED) এ ৬,৩১২ টাৰো অধিক ধন সৰবৰাহ প্ৰতিৰোধ আইন (Prevention of Money Laundering Act – PMLA) ৰ গোচৰ পঞ্জীয়ন কৰিছে। কিন্তু ২০১৪ চনৰ জুন মাহৰ পৰা ২০২৪ চনৰ অক্টোবৰ মাহৰ ভিতৰত পঞ্জীয়ন হোৱা এই বৃহৎ সংখ্যক গোচৰৰ বিপৰীতে সংস্থাটোৱে মাত্ৰ...
Read More
জম্মু-কাশ্মীৰত পুনৰ অশান্তি সৃষ্টিৰ লক্ষ্যৰে পাকিস্তানী উগ্ৰপন্থীসকল পুনৰ সক্ৰিয় হৈ উঠাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখা (LoC)-ৰ কাষত ৬৯টা লঞ্চপেডত কমেও ১২০ জন উগ্ৰপন্থীয়ে ঘাটি স্থাপন কৰিছে আৰু ভাৰতত অনুপ্ৰৱেশৰ সুযোগ বিচাৰি আছে। সোমবাৰে কাশ্মীৰ সীমান্তত এক সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সীমা সুৰক্ষা বাহিনী (BSF)-ৰ আই জি অশোক যাদৱে এই আশংকাজনক...
Read More
পশ্চিমবংগৰ লগতে বৰ্তমান ১২খন ৰাজ্যত এছআইআইৰ  কাম চলি আছে। এই সময়ছোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জনগণনাৰ বিষয়ে জানিবলৈ দিছে। মঙলবাৰে সংসদত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যনিন্দ ৰায়ে এই বিষয়টো সদৰী কৰে। নিত্যানন্দ ৰায়ে জনোৱা মতে জনগণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে। এই পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ’ব...
Read More
ক্ৰাইম পেট্ৰ’ল চাই গুৱাহাটীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ঠিকাদাৰ বীৰেণ তামুলীক গুৱাহাটীৰ চানমাৰিত হত্যা কৰিছিল ঘাতকে। প্ৰায় তিনিমাহৰ অন্তত চানমাৰিৰ এই ৰহস্যময় হত্যাকাণ্ডৰ আঁৰৰ সকলো কথা পোহৰলৈ আহিছে। গত ২৮ আগষ্টত গুৱাহাটীৰ চানমাৰিত সংঘটিত হৈছিল এই হত্যাকাণ্ড। কিন্তু বীৰেণ তামুলীৰ ৰহস্যঘন হত্যাকাণ্ডৰ কোনো ক্লু নোপোৱাত তদন্তকাৰী আৰক্ষী ভাগৰি পৰিছিল। পিছলৈ বহুদিনৰ মূৰত, ক্লুলেছ হৈ...
Read More
অষ্ট্ৰিয়াৰ ৩১ বছৰীয়া সৌন্দৰ্য্য বিষয়ক জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ষ্টেফানী পাইপাৰৰ মর্মান্তিক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাইপাৰৰ মৃতদেহ স্লোভেনিয়াৰ এখন অৰণ্যত এটা চুটকেছৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। এই ঘটনাৰ সন্দৰ্ভত পাইপাৰৰ প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে। ষ্টেফানীয়ে ২৩ নৱেম্বৰৰ দিনা এখন পাৰ্টিৰ পৰা উভতি আহিছিল। প্ৰথমে, পাইপাৰে বন্ধু এজনক মেছেজ কৰি জনাইছিল যে তেওঁ নিৰাপদে...
Read More
মাত্ৰ তিনি ফুট উচ্চতা, ওজন মাথোঁ ২০ কেজি। ডাক্তৰী ভাষাত ‘ডোৱাৰ্ফিজম’। তেওঁৰ ৭২ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা আছে। এই সকলো বাধা নেওচি তেওঁ নিজৰ সপোন বাস্তৱত পৰিণত কৰিলে। ২৫ বছৰ বয়সত তেওঁ চিকিৎসা বিষয়া হিচাপে যোগদান কৰিলে। কেৱল যোগ দিয়াই নহয়, চৰকাৰী স্বাস্থ্য ব্যৱস্থাত গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰিছে! এনেদৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে গুজৰাটৰ ভাৱনগৰ জিলাৰ...
Read More
1 38 39 40 41 42 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources