ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

কেন্দ্ৰীয় চৰকাৰে বুধবাৰে (৩ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত কেৱল “মানৱীয় ভিত্তিত” বাংলাদেশলৈ বিতাড়িত কৰা এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰক ঘূৰাই অনাৰ বাবে সন্মতি প্ৰকাশ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে এক আদেশত উল্লেখ কৰে যে মহিলাগৰাকীৰ চিকিৎসাজনিত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাগৰাকীক বিনামূলীয়া যত্ন আৰু...
Read More
বৰ্ষাকালীন অধিৱেশনৰ সময়ত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে কৰা অহৰহ দাবীক প্ৰতিহত কৰাৰ পাছত চৰকাৰে শীতকালীন অধিবেশনৰ দ্বিতীয় দিন মঙলবাৰে (২ ডিচেম্বৰ) বিষয়টো আলোচনা কৰিবলৈ সন্মত হৈছে। নিৰ্বাচনী সংস্কাৰৰ সৈতে জড়িত অন্যান্য বিষয়ৰ লগতে অহা সপ্তাহত এই বিতৰ্ক অনুষ্ঠিত হ’ব। কিন্তু চৰকাৰে কৈছে যে এই আলোচনা বন্দে মাতৰমৰ ১৫০ বছৰীয়া...
Read More
এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন চাহৱালাৰ বেশত দেখা গৈছে! এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ বক্তব্য, প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে যি কাম কৰি আছে সেয়া কংগ্ৰেছে সহ্য কৰিব...
Read More
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দৰমহা কৰ্তন আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অভিযোগ অনুসৰি, মন্ত্ৰীগৰাকী বিধানসভাৰ কাৰ্যক্ৰম আৰু চৰকাৰী দায়িত্বৰ পৰা একেৰাহে পাঁচদিন অনুপস্থিত আছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি দৰমহা কৰ্তনৰ সন্মুখীন হোৱাৰ...
Read More
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল! শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ লগতে দাবী কৰে যে চৰ্দাৰ বল্লভভাই পেটেলে চৰকাৰী ধনেৰে সেই মছজিদ নিৰ্মাণৰ নেহৰুৰ ইচ্ছা বন্ধ কৰি দিছিল। মঙলবাৰে পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বদোদৰাত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ...
Read More
ভাৰত চৰকাৰ আৰু বহুজাতিক সংস্থা এপলৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ভাৰতৰ দূৰসংযোগ বিভাগে (DoT) সকলো নতুন আইফোনত চৰকাৰ সমৰ্থিত চাইবাৰ সুৰক্ষা এপ ‘সঞ্চাৰ সাথী‘ প্ৰিলোড কৰাৰ যি নিৰ্দেশ দিছিল, সেয়া মানি ল’বলৈ এপলে অস্বীকাৰ কৰিছে। এপলে ইয়াৰ আই অ’ এছ ইক’চিষ্টেমৰ গোপনীয়তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য বিপদৰ কথা উল্লেখ কৰি এই নিৰ্দেশনা নাকচ...
Read More
দিল্লীৰ বায়ু প্ৰদূষণে এক ভয়ংকৰ ৰূপ লৈছে। দেৱালীৰ পাছত এই প্ৰদূষণৰ মাত্ৰা অধিক হৈ এতিয়া ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। দিল্লীত উশাহ লোৱা মানে কোনো সমস্যাকে হাত বাউল দি মতাতকৈ কম নহয়। AQI.IN এ দিল্লী, মুম্বাই, বেংগালুৰু আৰু চেন্নাইৰ PM2.5 মাত্ৰা তুলনা কৰিছে, যাৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে কেনেকৈ প্ৰতিদিনে মানুহে বিষাক্ত বায়ু...
Read More
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা বি.এছ. য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকা ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰুজু কৰা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মঙলবাৰে (২ ডিচেম্বৰ) ৰাজ্যখনৰ চিআইডিলৈ জাননী জাৰি কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে য়েডুৰাপ্পাৰ বিৰুদ্ধে POCSO Act (শিশুসকলক যৌন অপৰাধৰ পৰা সুৰক্ষা)ৰ অধীনত দাখিল কৰা গোচৰত...
Read More
ৰাজনৈতিক মহলত এই কথা শুনা গৈছে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে এন ডি এত যোগদান কৰিছে। সূত্ৰ অনুসৰি, শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পত্নী কল্পনা সোৰেণৰ সৈতে দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ কৰে। বিহাৰৰ নিৰ্বাচনত ‘গ্ৰেণ্ড মিত্ৰজোঁট’ৰ পতনৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়, যাৰ ফলত হেমন্ত সোৰেনে এন ডি এত যোগদান কৰিবনে বুলি জল্পনা-কল্পনা...
Read More
ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠন আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এক সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয়। জানিব পৰা মতে, কালি নিশা এই ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। ডিমা হাছাও আৰক্ষীয়ে নিশ্চিত কৰা মতে, সোমবাৰ (১ ডিচেম্বৰ) য়ে নিশা প্ৰায় ১১ বজাত জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত দূৰৱৰ্তী জিনামভেলিৰ চিল্লেই গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অসম...
Read More
1 37 38 39 40 41 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources