ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ বুলি গণ্য কৰিব নোৱাৰি। এই যুক্তিৰ ওপৰত ভিত্তি কৰি আদালতে আবেদনকাৰীৰ আবেদন নাকচ কৰে। মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ মছজিদ গৌছিয়াত নামাজৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰা হৈছিল।...
Read More
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সদৰী কৰে যে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ অনুসন্ধানকাৰী দল চমুকৈ এছ আই টিয়ে তেওঁলোকৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰায় ৩,৫০০ পৃষ্ঠাৰ অভিযোগনামা প্ৰস্তুত কৰিছে। শৰ্মাই জনোৱা মতে, অহা ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে। আজি ডিমা হাছাওত এচিএ ষ্টেডিয়াম উদ্বোধন কৰি সংবাদ...
Read More
অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ ফচল হিচাপে ১৯৯৪ চনত সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বৰ্তমান এক গভীৰ প্ৰশাসনিক আৰু শৈক্ষিক সংকটৰ মাজেৰে গতি কৰিছে। উপাচাৰ্যৰ দীৰ্ঘদিনীয়া অনুপস্থিতি আৰু দুৰ্নীতি-অনিয়মৰ অভিযোগত গঢ়ি উঠা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে। ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা আৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ধৰ্ণা-প্ৰতিবাদ বৰ্তমান এক চৰম পৰ্যায়...
Read More
শুকুৰবাৰে নগাঁও জিলা প্ৰশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত ৰূপহীহাটত এক উচ্ছেদ অভিযান চলায়। এই অভিযানত অবৈধভাবে বসবাস কৰা কেইবাটাও পৰিয়ালক উচ্ছেদ কৰি দখলীকৃত ৩৮ বিঘা চৰকাৰী তথা বনভূমি পুনৰ উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা ২৯ নৱেম্বৰত নগাঁৱৰ লুটামাৰী অঞ্চলত একেধৰণৰ উচ্ছেদ অভিযান চলাইছিল। প্ৰশাসনে জনোৱা মতে, এই অভিযানত খাতুৱাল মৌজাৰ ভকতগাঁৱৰ অন্তৰ্গত বনভূমিত উচ্ছেদ...
Read More
কৰ্ণাটকৰ হুবল্লীৰ গুজৰাট ভৱনত এক অভূতপূৰ্ব দৃশ্য দেখা গ‘ল, য’ত নৱবিবাহিত দম্পতীয়ে ইণ্ডিগো বিমান বাতিলৰ ফলত নিজৰ অভ্যৰ্থনা অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিবলগীয়া হয়। দেশজুৰি চলি থকা পাইলটৰ নাটনিৰ বাবে বিমান সেৱা বাতিল হোৱাৰ ফলত বেংগালুৰুস্থিত চফটৱেৰ ইঞ্জিনিয়াৰ মেধা ক্ষীৰ্সাগৰ আৰু সংগম দাস বহু দূৰত আৱদ্ধ হৈ পৰে। হুবল্লীৰ মেধা আৰু ওড়িশাৰ...
Read More
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত জনোৱা অনুসৰি, ২০২০ চনৰ পৰা দেশত ৯৯ হাজাৰ হেক্টৰতকৈ অধিক বনাঞ্চল অবন্য কামত ব্যৱহাৰ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ বনাঞ্চলৰ ডাইভাৰচনৰ ভিতৰত পথ, খনন, জলবিদ্যুৎ আৰু জলসিঞ্চন প্ৰকল্পসমূহে সৰ্বাধিক অংশ গ্ৰহণ কৰিছে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত এই তথ্য সদৰি কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা...
Read More
তিনি দশক ধৰি মহিলাৰ অধিকাৰৰ বাবে যুঁজি অহা বেচৰকাৰী সংগঠন নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কৰ্মস্থানত মহিলাৰ সুৰক্ষা আৰু মৰ্যাদা বিষয়ক আলোচনা সম্পন্ন হয়। ২০১৩ চনত বলৱৎ হোৱা কর্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখনৰ সজাগতা আৰু সচেতনতা সম্পৰ্কে আলোচনা কৰা হয়। বিশিষ্ট অভিনয়কৰ্মী পাপৰি মেধিয়ে...
Read More
যোৱা ৭৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ ‎আন্দোলনক সমৰ্থন জনাই অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱীয়ে ৰাইজক সক্ৰিয় সমৰ্থন ‎আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মূল দাবীসমূহ হৈছে— দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ কৰা, দুৰ্নীতিৰ তদন্ত ‎কৰা, আৰু এখন পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচিত ছাত্ৰ সংসদ গঢ়ি তোলা। বিবৃতিটোত কোৱা হৈছে , “তেজপুৰ বিশ্ববিদ্যালয়...
Read More
 ৰাজস্থান উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক লোকৰ বিবাহযোগ্য বয়স নহ’লেও, তেওঁলোকে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰিব পাৰে । বিচাৰপীঠে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসাৰে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কেৱল বিবাহৰ আইনী বয়স পূৰণ নোহোৱাৰ বাবে অস্বীকাৰ কৰিব নোৱাৰি। উল্লেখ্য যে কোটা নগৰৰ এগৰাকী ১৮ বছৰীয়া যুৱতী আৰু...
Read More
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত টাটা ট্ৰাষ্টৰ বৰ্তমানৰ অধ্যক্ষ ন’ৱেল টাটাৰ মাতৃ আৰু কোম্পানীটোৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ সতীয়া মাতৃ চিমোনে টাটাৰ মুম্বাইৰ ব্ৰীচ কেণ্ডি হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে। শুকুৰবাৰে পুৱা হস্পিতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। টাটা গ্ৰুপে এটা বিবৃত্তিযোগে চিমোনেৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। বিবৃতিত চিমোনেৰ...
Read More
1 32 33 34 35 36 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources