ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

এইটো পুৰণি টিম ইণ্ডিয়াৰ দৰেই লাগিছিল। যিটো টিমে যিকোনো প্ৰতিদ্বন্দ্বীক পৰাজয়ৰ বাট দেখুৱাব পাৰে। আক্ৰমণাত্মক ক্ৰিকেটেৰে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰে। যি ভাৰতে বিশ্বকাপৰ ফাইনেল খেলিছিল, চেম্পিয়নছ ট্ৰফী জয় কৰিছিল। যেন সেই অদম্য ভাৰতীয় দলটো ভিজাগত দেখা গ’ল৷ শেষৰখন খেলত ভাৰতে প্ৰটিয়াছক ৯ উইকেটত হৰুৱাই শৃংখলাটো দখল কৰিলে। কোনে ক’ব যে কিছুদিন পূৰ্বে এই দলটোৱে টেষ্ট শৃংখলাত...
Read More
শনিবাৰে মাজনিশা গোৱাত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা। উত্তৰ গোৱাৰ অৰপোৰাৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত আছে একাংশ বিদেশী পৰ্যটকো। এই ঘটনাত আন কেইবাজনো আহত হয়। জানিব পৰা মতে, উত্তৰ গোৱাৰ বাগা অঞ্চলৰ বাৰ্চ বাই ৰোমিঅ’ লেনৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত হৈছে...
Read More
ওলাই যাওঁতে বা অফিচত ব্যস্ত থকাৰ সময়ত প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতাক আঁতৰাই ৰখাৰ অভ্যাস আমাৰ বহুতৰে মাজত আছে। বহুতে ইয়াক এটা সৰু কথা বুলি গণ্য কৰে। কিন্তু যদি কোনোবাই প্ৰস্ৰাৱ ধৰি ৰখাটো নিয়মীয়া অভ্যাস কৰি লয়, তেন্তে আগতীয়াকৈ সাৱধান হোৱাটো জৰুৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই অভ্যাসে একাধিক গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। এজন সুস্থ প্ৰাপ্তবয়স্কৰ...
Read More
শান্তিৰ বাবে নোবেল বঁটাৰ যোগ্য বুলি বাৰে বাৰে দাবী কৰি অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পৰ অৱশেষত শান্তি বঁটা লাভৰ সপোন বাস্তৱত পৰিণত হ‘ল। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ড্ৰ‘ অনুষ্ঠানৰ সময়ত ড‘নাল্ড ট্ৰাম্পক ‘ফিফা শান্তি বঁটা‘ প্ৰদান কৰা হয়। শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ট্ৰাম্পক এই সন্মান জনোৱা হয়। ফিফাই চলিত...
Read More
চৰকাৰী চাকৰি, কল্যাণমূলক আঁচনি আৰু স্থানীয় নিৰ্বাচনত অংশগ্ৰহণৰ ক্ষেত্ৰত অসম চৰকাৰে “জনসংখ্যা আৰু নাৰী সবলীকৰণ নীতি (সংশোধনী), ২০২৫” কাৰ্যকৰী কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ আয়ুক্ত আৰু সচিব ড° পি. অশোক বাবুৱে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে। সংশোধিত নীতি অনুসৰি এতিয়া ৰাজ্যিক চৰকাৰৰ চাকৰি অথবা কল্যাণমূলক আঁচনিৰ সুবিধা বিচৰা সকলো ব্যক্তিয়ে বাধ্যতামূলকভাৱে দুই সন্তানৰ নীতি মানি চলিব লাগিব।...
Read More
ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান বাতিল হোৱাৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰিবলৈ দক্ষিণ ৰে’লৱেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰে’লৱে কৰ্তৃপক্ষই ঘোষণা কৰিছে যে যাত্ৰীৰ ভিৰ কমাবলৈ তেওঁলোকে কেইবাখনো বিশেষ ৰে’ল চলোৱাৰ লগতে কিছুমান দীৰ্ঘ দূৰত্বৰ ৰে’লত অতিৰিক্ত শীততাপ নিয়ন্ত্ৰিত ডবা সংযোজন কৰিব। অতিৰিক্ত শীততাপ নিয়ন্ত্ৰিত ডবাৰ সংযোজন দক্ষিণ ৰে’লৱেৰ ঘোষণা অনুসৰি, তলত উল্লেখ কৰা...
Read More
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাৰ শীতকালীন অধিৱেশনত গ্ৰহণ কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জনজাতীয় লোকসকল। জনজাতীয় সংগঠনসমূহৰ লগতে অসমৰ বিশ্ববিদ্যালয়কেইখনৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ বিৰুদ্ধে সদৌ অসম জনজাতি ছাত্ৰ সন্থাই (ATTSU) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছে। কোকৰাঝাৰ জিলা দণ্ডাধীশৰ জৰিয়তে এই...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত এক অস্বাভাৱিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। দিল্লীৰ পালমা বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰট’কল ভংগ কৰি পুটিনক আদৰণি জনাইছিল। কিন্তু আটাইতকৈ চৰ্চিত বিষয়টো আছিল পুটিনক বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা বাহনখন। সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেঞ্জ ৰ’ভাৰ বা মাৰ্চিডিজ বেঞ্জৰ নিচিনা বিলাসী...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লোকসভা সমষ্টি বাৰাণসীত ২০২৫ চনৰ ৮ নৱেম্বৰত চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূব ৰে’লৱেৰ বাৰাণসী সংমণ্ডলে ৩ কোটি ৩৭ লাখ টকা ব্যয় কৰে। এক তথ্য জনাৰ অধিকাৰ (আৰ টি আই) আবেদনৰ উত্তৰত এই তথ্য প্ৰকাশ পাইছে। আৰ টি আই কৰ্মী অজয় ​​বাসুদেৱ বসুৱে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই উত্তৰ-পূব...
Read More
প্ৰায় পাঁচ দিন ধৰি ইণ্ডিগ’ৰ বিমান সেৱাত দেখা দিয়া চৰম অযোগ্যতা আৰু বিশৃংখলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিমান সংস্থাটোক কঠোৰ শাস্তি দিয়াৰ পৰিকল্পনা কৰিছে। হাজাৰ হাজাৰ যাত্ৰীয়ে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু কেন্দ্ৰৰ মতে এই পৰিস্থিতি ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই সৃষ্টি হৈছিল। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগোক একাধিক স্তৰত শাস্তি দিয়াৰ বাবে...
Read More
1 29 30 31 32 33 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources