ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক তেজ প্ৰতাপ যাদৱে প্ৰায় তিনি বছৰ ধৰি বিদ্যুৎ বিল পৰিশোধ নকৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। তেওঁৰ চৰকাৰী বাসগৃহৰ বিদ্যুৎ বিলৰ বকেয়া বৰ্তমান ৩.৫ লাখ টকাৰো অধিক হৈছেগৈ। এই সন্দৰ্ভত বিহাৰৰ চৰকাৰী বিদ্যুৎ বিতৰণ কোম্পানীৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে— নিয়ম উলংঘা কৰি ইমান বৃহৎ...
Read More
এই প্ৰৱণতা অৱশ্যে নতুন নহয়। বিজেপি যেতিয়া বিৰোধী দল আছিল, তেতিয়া তেওঁলোকেই আটাইতকৈ জিএছটিৰ বিৰোধিতা কৰিছিল। বিশেষকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। কিন্তু আকৌ কেন্দ্ৰত ক্ষমতাত অহাৰ পিছত সেই জিএছটিয়ে নিজেই আৰম্ভ কৰি জয়গান গাই আছে। এই স্থিতি সলনিৰ তালিকা দীঘলীয়া। কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে, প্ৰলোভন সংস্কৃতি পৰিত্যাগ কৰা উচিত। অৰ্থাৎ, নিৰ্বাচনত জয়ী হ’বলৈ...
Read More
নিজৰ স্বামীয়ে কৰাচীত এৰি দিল্লীত দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী পাকিস্তানী নাগৰিক নিকিতা নাগদেৱে। এই সন্দৰ্ভত ন্যায় বিচাৰি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত কাতৰ আহ্বান জনাইছে। মহিলাগৰাকীয়ে ইতিমধ্যে ভাৰতত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এটা ভিডিঅ’ৰ জৰিয়তে তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। নিকিতাৰ দাবী অনুসৰি, ২০২০ চনৰ...
Read More
আমেৰিকান ৰেপাৰ পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ বাবে মহানগৰ প্ৰশাসন সাজু হৈ উঠিছে। অহা ৮ ডিচেম্বৰ, সোমবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই কনচাৰ্টৰ বাবে মহানগৰ আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। অনুষ্ঠানলৈ ২০-২২ হাজাৰ দৰ্শক অহাৰ সম্ভাৱনা আছে। যান-বাহন চলাচল সুচাৰুৰূপে চলাবলৈ মহানগৰ আৰক্ষীয়ে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে পুৱা ১০ বজাৰ পৰা কনচাৰ্ট অনুষ্ঠিত হ’বলগীয়া খানাপাৰা...
Read More
ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ (Food Corporation India) গুদামৰ পৰা বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল উধাও হোৱাৰ ঘটনা পোহৰলৈ আহিছে। জন কল্যাণৰ সৈতে জড়িত এই বিষয়টোৱে সুলভ মূল্যৰ দোকানৰ গৰাকী আৰু সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। বাতৰি অনুসৰি, ৰাজহুৱা বিতৰণৰ বাবে...
Read More
প্ৰায় পাঁচ দিন ধৰি ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান সেৱাত দেখা দিয়া চৰম অযোগ্যতা আৰু যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ক্ষতিগ্ৰস্ত হোৱাৰ পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ) অধিক কঠোৰ হৈ উঠিছে। কেন্দ্ৰৰ মতে, ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই এই সকলোবোৰ ঘটিছিল। সেয়েহে, ডিজিচিএই ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পিটাৰ এলবাৰ্ছলৈ জাননী প্ৰেৰণ কৰিছে।...
Read More
সৰ্বত্ৰ বিৰোধিতাৰ ফলত কেন্দ্ৰই স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপ বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ মোদী চৰকাৰে ব্যক্তিগত পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ আন এক পদ্ধতি গ্ৰহণৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। কেন্দ্ৰই বিচাৰিছে যে প্ৰতিটো স্মাৰ্টফোনৰ GPS (Global Positioning System) লোকেচন যেন সদায় অন হৈ থাকে। এই ব্যৱস্থাৰে কোনটো ফোন ঠিক ক’ত আছে, সেয়া...
Read More
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন ছয়জনৰ বিৰুদ্ধে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত (কেছ নম্বৰ ৬৮/২০২৫) মানহানিৰ অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ ৰ প্ৰস্তাৱিত বিকল্প পথৰ সমালোচনা আৰু ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই মানহানিৰ গোচৰ তৰা হৈছে। এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে এই...
Read More
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ দায়িত্বত থাকিব নোৱাৰিব আৰু তেওঁৰ বিৰুদ্ধে তদন্ত চলিব। শিক্ষা মন্ত্ৰালয়ৰ সচিব বিনীত যোশীয়ে আন আন বিষয়াসকলৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰাৰ সময়ত সন্মুখীন হোৱা সৰ্বাত্মক আৰু তীব্ৰ প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সচিব বিনীত যোশীৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ ভ্ৰমণৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয়ত চলি...
Read More
1 28 29 30 31 32 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources