ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

দীৰ্ঘদিন ধৰি ভাৰতৰ সংসদীয় গণতন্ত্ৰত এটা অভিযোগ প্ৰচাৰ হৈ আহিছে। দলীয় হুইপৰ হেঁচাত নিৰ্বাচিত সাংসদসকলে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে, কোনো বিধেয়ক বা প্ৰস্তাৱৰ যুক্তিত মুক্তভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে, আনকি ভোটদানৰ সময়ত ব্যক্তিগত বিবেক বা জনমত প্ৰকাশ কৰাৰ সুযোগো দিয়া নহয়। ‘দলীয় দাসত্ব’ৰ এই পৰম্পৰা ভাঙিবলৈ পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ নতুন প্ৰচেষ্টা।...
Read More
বিমান বিপৰ্যয়ৰ মাজতে যাত্ৰীসকলক ভাড়া ঘূৰাই নিদিয়াৰ অভিযোগৰ সন্মুখীন হৈছিল ইণ্ডিগ’। এনে পৰিস্থিতিত শনিবাৰে কেন্দ্ৰই এক নিৰ্দেশ জাৰি কৰে। ইয়াত কোৱা হৈছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত যাত্ৰীসকলক ধন ঘূৰাই দিব লাগে। সেই নিৰ্দেশ মানি চলিলে বিমান সংস্থাটোৱে। ছয় দিনৰ বিশৃংখলতাৰ অন্তত দেওবাৰে ইণ্ডিগ’ই যাত্ৰীসকলৰ টিকটৰ বাবদ ৬১০ কোটি টকা ঘূৰাই দিয়ে। ইয়াৰ লগতে...
Read More
দেওবাৰে কৰ্তৃপক্ষই জনোৱা মতে, গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ২৫ জন লোকৰ আটাইকেইজনক চিনাক্ত কৰা হৈছে। ঘটনাৰ বলি হোৱা সকলৰ ভিতৰত ২০ জন কৰ্মচাৰী আৰু ৫ গৰাকী পৰ্যটক আছে। দেওবাৰে পুৱাই আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত সংঘটিত হয় এই অগ্নিকাণ্ড। মৃত্যু হোৱা পাঁচজন পৰ্যটকৰ ভিতৰত চাৰিজন দিল্লীৰ, য’ত এটা পৰিয়ালৰ তিনিজন সদস্য...
Read More
চাহ খোৱা আৰু আঁঠুৰ বিষৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও শীতকালত পানী কমকৈ খোৱা আৰু সঘনাই চাহ-কফি খালে সমস্যা বৃদ্ধি পাব পাৰে বুলি মত দিছে চিকিৎসকসকলে। তেওঁলোকৰ মতে চাহ নিজেই ক্ষতিকাৰক নহয়। কিন্তু শৰীৰত যদি পানীৰ অভাৱ থাকে আৰু তাত অতিৰিক্ত কেফেইন যুক্ত হয় তেন্তে আঁঠুৰ বিষ বাঢ়িব পাৰে, বিশেষকৈ যিসকলৰ ইতিমধ্যে বাতবিষ আছে।...
Read More
যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাৰণত ধনৰ প্ৰয়োজনীয়তাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই পৰিকল্পনা এতিয়া সহজে পূৰ হ’ব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) গ্ৰহণ কৰা নতুন পদক্ষেপৰ ফলত ঋণ লাভ এতিয়া যথেষ্ট সহজ হৈ পৰিছে। নতুন বছৰৰ প্ৰাকক্ষণত এইটো আপোনাৰ বাবে এক শুভ বাৰ্তা। কিদৰে সম্ভৱ হ‘ব এয়া? জানো আহক। ক্ৰেডিট স্ক’ৰত RBI-ৰ...
Read More
বিশ্বৰ বিভিন্ন দেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে পুনৰ এখন চৰকাৰ ভংগ কৰাৰ চেষ্টা পোহৰলৈ আহিছে! পশ্চিম আফ্ৰিকাৰ দেশ বেনিনত দেওবাৰে ৰাজ্যিক টেলিভিছনত (TV) উপস্থিত হৈ সেনাই ৰাষ্ট্ৰপতি পেট্ৰিছ টেলনক পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰে। মিলিটাৰী কমিটি ফৰ ৰিফাউণ্ডেচন (CMR) ৰ সদস্য বুলি চিনাকী দিয়া জোৱানসকলে তাৎক্ষণিকভাৱে সিদ্ধান্ত ঘোষণা কৰে যে টেলন আৰু ৰাষ্ট্ৰপতি নহয়।...
Read More
কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ পাচ্চেডোড্ডি গাঁৱৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ দৈনিক প্ৰায় ৭ কিলোমিটাৰ খোজ কাঢ়ি ঘন অৰণ্যৰ মাজেৰে যাবলগীয়া হয়। গাঁৱৰ পথটো ক্ষতিগ্ৰস্ত হোৱাৰ বাবে পৰিবহণ সেৱা বন্ধ হৈ যোৱাত এই সমস্যাৰ সৃষ্টি হৈছে। বাঘ, হাতী, আৰু নাহৰফুটুকীৰ বাসস্থানস্বৰূপ মালে মহাদেশ্বৰ পাহাৰৰ মাজেৰে যোৱা এই পথটোৱে ল’ৰা-ছোৱালীবোৰক বন্যপ্ৰাণীৰ আক্ৰমণৰ তীব্ৰ আশংকাত পেলাইছে। উল্লেখ্য যে পথ...
Read More
ট্ৰাম্প প্ৰশাসনে এতিয়া আমেৰিকাৰ দূতাবাসসমূহক তথ্য পৰীক্ষক (Fact-checkers), সমল ব্যৱস্থাপক (‘কন্টেন্ট মডাৰেটৰ’), নীতি নিৰ্দেশনা পালন (Compliance), বা অনলাইন সুৰক্ষাৰ ভূমিকাত কাম কৰা লোকসকলৰ ভিছাৰ আবেদন নাকচ কৰিবলৈ নিৰ্দেশ দিছে। এই নীতিয়ে মূলতঃ দক্ষ প্ৰযুক্তি কৰ্মী (‘টেক-কৰ্মী’)ৰ বাবে থকা এইচ-১বি (H-1B) ভিছাক লক্ষ্য কৰি লৈছে, আৰু ইয়াৰ ফলত ভাৰতৰ পৰা অহা আবেদনকাৰীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।...
Read More
কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাত এখন বেনাৰ স্থাপনক লৈ কংগ্ৰেছৰ দুটা ফৈদৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত এজন কংগ্ৰেছ কৰ্মী আৰু এগৰাকী গাঁও পঞ্চায়তৰ সদস্য নিহত হয়। শুক্ৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত কেলমাদেশ্বৰ মঠ ৰোডৰ সমীপত এই ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। নিহত ব্যক্তি দুজনৰ ভিতৰত এজনক গণেশ গৌড় (৩৮) বুলি চিনাক্ত কৰা হৈছে।...
Read More
ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ বাবে বৃহৎ পৰিমাণৰ মাটি আবণ্টন দিয়াৰ পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ সময়তে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ চাহ বাগিচাৰ মালিকসকলে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৩ লাখ ৩৩ হাজাৰতকৈ অধিক শ্ৰমিক পৰিয়ালক সহায় কৰা, কিন্তু বাগিচাৰ মালিকসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ইয়াৰ ফলত ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চাহ উদ্যোগৰ প্ৰতি ভাবুকি আহিব পাৰে। উল্লেখ্য...
Read More
1 27 28 29 30 31 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources