ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

ভাগ্যৰ চকৰি ঘূৰাই টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। কিন্তু সেইটোৱেও মেচখনত জয়ী কৰাব নোৱাৰিলে। অথলে গ’ল তিলক ভাৰ্মাৰ যুঁজ । দক্ষিণ আফ্ৰিকাৰ দুৰন্ত ছন্দত ওচৰত হাৰ মানিলে টিম ইণ্ডিয়াই। বৃহস্পতিবাৰে মুলানপুৰত অনুষ্ঠিত দ্বিতীয় টি-২০ত জয়লাভ কৰি মাৰ্কৰাম আৰু তেওঁৰ দলটোৱে শৃংখলাটোত সমতা স্থাপন কৰে। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰি ভাৰতৰ...
Read More
মোমায়েক আৰু ভাগিনীয়েকৰ প্ৰৱঞ্চনা। মোমায়েকে এখন অবৈধ ক্লিনিক চলাইছিল। আৰু ভুৱা চিকিৎসক সাজি চিকিৎসা কৰিছিল ভাগিনেকে। এই অবৈধ ক্লিনিকখন কোনো অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলি আছিল। আৰু তাতেই চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় এগৰাকী মহিলাৰ। উত্তৰ প্ৰদেশৰ কোঠী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। এই কথা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তেজবাহাদুৰ ৰাৱটৰ পত্নী মুনিষৰা...
Read More
চাবলৈ গ’লে প্ৰস্ৰাৱ ধৰি ৰখাৰ ঘটনাটো আমাৰ বাবে এটা সাধাৰণ বিষয়। কিন্তু যদি কাৰোবাৰ প্ৰস্ৰাৱ ধৰি ৰখাটো অভ্যাস হৈ পৰে, তেন্তে আগতীয়াকৈ সাৱধান হওক। জটিল ৰোগে আপোনাৰ পিছে পিছে খেদি আহিছে। সাধাৰণতে কিছু সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰাখিলে কোনো সুস্থ মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা কম। কিন্তু, যদি এইটো কাৰোবাৰ অভ্যাসলৈ ৰূপান্তৰিত হয়, তেন্তে বিপদ অৱশ্যম্ভাৱী।...
Read More
শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত মুঠ ২২০টা ব্লেক চফ্টশ্বেল কাছৰ (Black Softshell Turtle) পোৱালি মুকলি কৰি দিয়া হয়। শেহতীয়াকৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত পানপুৰৰ শিলডুবি জলাশয়ত ১১০টা ক’লা চফ্টশ্বেল কাছৰ পোৱালিৰ দ্বিতীয়টো গোট মুকলি কৰা হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২৪ অক্টোবৰত চেণ্ট্ৰেল ৰেঞ্জৰ ৰৌমাৰী...
Read More
উত্তৰ প্ৰদেশৰ গোৰখপুৰত ধৰা পৰা ভুৱা আই এ এছ বিষয়াৰ কীৰ্তিয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাব। এম এছ চি উত্তীৰ্ণ গৌৰৱ কুমাৰ সিং ওৰফে ললিত কিশোৰে কোচিং শিক্ষক হিচাপে আৰম্ভ কৰিছিল যদিও অতি সোনকালেই লালসা আৰু ক্ষমতাৰ মায়াজালত জড়িত হৈ পৰে। ইয়াৰ পিছত তেওঁ জালিয়াতিৰ ভয়াবহ জাল সৃষ্টি কৰিলে, আই এ এছ বিষয়া বুলি পৰিচয় দি...
Read More
২০২০ চনৰ দিল্লী হিংসাৰ আঁৰত “বৃহত্তৰ ষড়যন্ত্ৰ” ৰচনা কৰা বুলি অভিযুক্তসকলক মুকলি কৰি দিয়াৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নিজৰ যুক্তি সম্পূৰ্ণ কৰাৰ পিছতে বুধবাৰে (১০ ডিচেম্বৰ) তেওঁলোকৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰে। দ্য হিন্দুৰ বাতৰি অনুসৰি, ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জৰিয়াৰ বিচাৰপীঠে ১৯ ডিচেম্বৰত আদালতৰ শীতকালীন ছুটীৰ পূৰ্বে এই বিষয়ত...
Read More
অৱশেষত দেশখনৰ নিৰ্বাচন আয়োগে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ১২ ফেব্ৰুৱাৰীত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদিনা জুলাইৰ ৰাষ্ট্ৰীয় চনদ ৰূপায়ণৰ ক্ষেত্ৰতো গণভোট অনুষ্ঠিত হ’ব। সেইদিনা পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটদান চলিব। বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) সন্ধিয়া ৬ বজাত দেশবাসীক দিয়া ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ...
Read More
ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও হোৱা নাই। ইয়াৰ মাজতে, ভাৰতৰ কৃষি খণ্ডত মাৰ্কিন প্ৰৱেশৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে ‘ৰেড ছিগনেল’ দেখুৱাইছে, যাৰ বাবে বাণিজ্যিক চুক্তি থমকি ৰৈছে। ভাৰতীয় সামগ্ৰীৰ আমদানি ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই আকাশলঙ্ঘী ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত এইবাৰ ভাৰতে পুনৰ এক নতুন আক্ৰমণৰ সন্মুখীন হৈছে। বিশ্বব্যাপী বাণিজ্য যুদ্ধত নতুন দিল্লীৰ বিৰুদ্ধে আন...
Read More
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে (৯ ডিচেম্বৰ) লোকসভাত জনোৱা অনুসৰি ২০১৯–২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪–২৫ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে মুঠ ৪ কোটি ৫৭ লাখ এমএনৰেগা জব কাৰ্ড আঁতৰোৱা হৈছে। একে সময়ছোৱাতে ৬৫.৪ মিলিয়ন (৬ কোটি ৫৪ লাখ) নতুন জব কাৰ্ড সৃষ্টি কৰা হৈছে বুলিও তেওঁ সদনত অৱগত কৰে। চৰকাৰে দাখিল কৰা তথ্য অনুসৰি,...
Read More
ভাষা-সাহিত্য, চলচ্চিত্ৰ-সংগীত, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি, সমাজ-ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠ, সাংস্কৃতিক প্ৰতিযোগিতাৰে বিগত ১০ দিন ধৰি উৎসৱমুখৰ হৈ থকা অসম গ্ৰন্থমেলাৰ সফল সমাপ্তি ঘটিল। এই সামৰণিৰ লগে লগে নিজম পৰিল শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ড৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি...
Read More
1 20 21 22 23 24 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources