ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত সংবাদিক পিটাৰ আৰ্নেটৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে। ভিয়েটনাম যুদ্ধ আৰু উপসাগৰীয় যুদ্ধৰ সাহসী, নিৰ্ভীক আৰু পক্ষপাতহীন প্ৰভাৱশালী সংবাদৰ বাবে বিশ্বজুৰি পৰিচিত। তেওঁৰ বিয়োগে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। নিউজিলেণ্ডত জন্মগ্ৰহণ কৰা পিটাৰ আৰ্নেটে ১৯৬০ চনত সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ এছ’চিয়েটেড প্ৰেছ (AP) আৰু পৰৱৰ্তী সময়ত চি...
Read More
দেশৰ পাৰমাণৱিক খণ্ডত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ গৈ কেন্দ্ৰীয় মোদী চৰকাৰে সোমবাৰে লোকসভাত ‘বহনক্ষম হাৰ্নেছিং এণ্ড এডভান্সিং পাৰমাণৱিক শক্তি বিধেয়ক (শান্তি), ২০২৫’ উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে চৰকাৰে পাৰমাণৱিক খণ্ডক ব্যক্তিগত কোম্পানীসমূহৰ বাবে মুকলি কৰি দিছে, যিয়ে ইমানদিনে কেৱল ৰাজহুৱাখণ্ডৰ বাবে সংৰক্ষিত আছিল। আটাইতকৈ চিন্তাজনক বিষয়টো হ’ল যে এই নতুন আইনে কোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত যন্ত্ৰপাতি...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত চলি থকা ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ বা SIR (Summary Intensive Revision) প্ৰক্ৰিয়াই দেশজুৰি চৰ্চা লাভ কৰিছে। শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ৪৪ লাখৰো অধিক ভোটাৰে ২০০২ চনৰ ভোটাৰ তালিকাৰ সৈতে নিজৰ নামৰ কোনো সংযোগ বা প্ৰমাণ দেখুৱাব পৰা নাই। এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে এই ভোটাৰসকলৰ বৈধতা বিতংভাৱে পৰীক্ষা কৰিব বুলি জানিবলৈ...
Read More
গুৱাহাটী মহানগৰখনে দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ২০১৭ চনৰ পৰাই চহৰখনত ‘কণিকাযুক্ত পদাৰ্থ’ (Particulate Matter)ৰ মাত্ৰাই নিয়মিতভাৱে ৰাষ্ট্ৰীয় মানদণ্ড অতিক্ৰম কৰি আহিছে। দ্ৰুত নগৰীকৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি, নিৰ্মাণ কাৰ্য, আৱৰ্জনা দহন আৰু উদ্যোগিক বিকাশ আদিৰ ফলত এই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই প্ৰেক্ষাপটত, আই-ফৰেষ্টে (iFOREST) অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত...
Read More
শেহতীয়াকৈ এজন ২৭ বছৰীয়া সুস্থ যুৱকে জিমত ব্যায়াম কৰি থকা অৱস্থাত হঠাতে নিজৰ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা এক চাঞ্চল্য্যকৰ ঘটনা পোহৰলৈ আহিছে। নিয়মীয়া জিম চেচনৰ সময়ত গধুৰ ওজন (ডেডলিফ্ট) তুলিবলৈ অতিৰিক্ত চাপ দিয়াৰ পিছতে যুৱকজনে সোঁ চকুৰে ধোঁৱা-কোঁৱা দেখিবলৈ আৰম্ভ কৰে। আচৰিত কথাটো হ’ল যে দৃষ্টিশক্তি হেৰুওৱাৰ আগমুহূৰ্তলৈকে তেওঁ চকুত কোনো বিষ অনুভৱ কৰা...
Read More
চচলৰ ধৰ্ণাস্থলীত বিগত ১৭ দিন ধৰি অব্যাহত আছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ। নিজৰ বিভিন্ন দাবীৰ সমৰ্থনত অটল থকা কৰ্মচাৰীসকলৰ প্ৰতিনিধিয়ে অৱশেষত স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় যদিও এই আলোচনাই কোনো নিশ্চিত সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। আজি ১০৮ কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদকে স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই বৈঠকৰ সন্দৰ্ভত এক...
Read More
বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষক ড০ পৰাকলা প্ৰভাকৰে আজি শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অসমৰ অগ্ৰণী বিকল্প সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক বক্তৃতানুষ্ঠানত অংশ ল’বলৈ অহা ড০ প্ৰভাকৰে সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে শিল্পীগৰাকীৰ সমাধিস্থল দৰ্শন কৰে। উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তিত...
Read More
প্ৰায় তিনি দশক ধৰি আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ ৬০ বছৰীয়া বাবলী কৌৰক গ্ৰীণ কাৰ্ডৰ সাক্ষাৎকাৰৰ অন্তিম পৰ্যায়ত আমেৰিকাৰ প্ৰব্ৰজন বিভাগে আটক কৰে। ১৯৯৪ চনৰ পৰাই আমেৰিকাত বাস কৰা বাবলীয়ে গ্ৰীণ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াৰ অংশ হিচাপে বায়’মেট্ৰিক স্কেনৰ বাবে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE) কাৰ্যালয়লৈ গৈছিল। যোৱা ১ ডিচেম্বৰত সাক্ষাৎকাৰৰ সময়তে ফেডাৰেল এজেণ্টে বাবলীক...
Read More
বুধবাৰে (১৭ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ে আৰ জি কৰ মেডিকেল কলেজৰ প্ৰশিক্ষাৰ্থী চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰটো কলিকতা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰে। শীৰ্ষ আদালতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদনসমূহৰ শুনানিৰ বাবে এক উপযুক্ত বিভাগীয় বিচাৰপীঠ গঠন কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, ২০২৪ চনত উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ ওপৰত নিজে (Suo Motu) হস্তক্ষেপ কৰিছিল। ন্যায়াধীশ এম...
Read More
ৰাজ্যৰ আগশাৰীৰ ডিজিটেল সংবাদ মাধ্যম ‘নৰ্থ-ইষ্ট নাও’ৰ অষ্টম প্ৰতিষ্ঠান দিৱসত উপস্থিত থাকে বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজনৈতিক বিশ্লেষক পৰাকলা প্ৰভাকৰ। প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাত প্ৰভাকৰে কয় যে ভাৰতীয় গণৰাজ্য সংকটৰ দিশে আগবঢ়া নাই, বৰঞ্চ ই সংকটৰ মাজত সোমাই পৰিছে প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” বিষয়টো সম্পৰ্কে কয় যে...
Read More
1 9 10 11 12 13 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources