ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 21, 2025

Day

প্ৰায় পাঁচ বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আৱণ্টন দিয়া ২ কোটি টকাৰে মেৰামতি কৰা ঐতিহাসিক শিৱসাগৰ নাট্য মন্দিৰটো এতিয়াও ৰাইজৰ বাবে মুকলি নোহোৱাক লৈ চহৰখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মেৰামতিৰ কাম শেষ হোৱাৰ এবছৰ অতিক্ৰম কৰাৰ পিছতো নাট্য মন্দিৰটো বন্ধ হৈ থকা কাৰ্যই সাংস্কৃতিক জগতৰ সৈতে জড়িত লোকসকলক চিন্তিত কৰি তুলিছে। ১৮৯৯ চনত ৰাধিকা...
Read More
দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত এগৰাকী যাত্ৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত এয়াৰ ইণ্ডিয়া এক্সপ্রেসৰ এজন পাইলটক কৰ্তব্যৰ পৰা নিলম্বন কৰা হৈছে। স্পাইচজেটৰ যাত্ৰী অংকিত দেৱানে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এয়াৰলাইন্স কৰ্তৃপক্ষই জনোৱা মতে, তদন্ত শেষ নোহোৱালৈকে অভিযুক্ত পাইলটজনক সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অংকিত দেৱানৰ মতে, তেওঁ পত্নী আৰু চাৰি মহীয়া সন্তানৰ সৈতে...
Read More
বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদ আৰু হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে ১৮ ডিচেম্বৰত কৰ্ণাটক বিধানসভাই কৰ্ণাটক ঘৃণামূলক ভাষণ আৰু ঘৃণাজনিত অপৰাধ প্ৰতিৰোধ বিধেয়ক ২০২৫ গৃহীত কৰে। এই নতুন বিধেয়কখনত ঘৃণাজনিত অপৰাধৰ বাবে দোষীক সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহাৰ কঠোৰ ব্যৱস্থা কৰা হৈছে। এই আইনখন মৌখিক, ছপা, ৰাজহুৱা বা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে কৰা...
Read More
মেঘালয়ত সংঘটিত হোৱা চাঞ্চল্য্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সাত মাহৰ পাছত অৱশেষত মেঘালয় আৰক্ষীয়ে আদালতত ৭০০ পৃষ্ঠাৰ এক বৃহৎ অভিযোগনামা দাখিল কৰিছে। সমগ্ৰ দেশ কঁপাই যোৱা এই ‘হানিমুন হত্যাকাণ্ড’ৰ ৰহস্য ফাদিল কৰি আৰক্ষীয়ে জনোৱা মতে, ৰাজাৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই মিলি এই হত্যাকাণ্ডৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। অভিযোগনামাত উল্লেখ কৰা অনুসৰি, স্বামীক হানিমুনৰ...
Read More
আমেৰিকাৰ ন্যায় বিভাগৰ ৰাজহুৱা ৱেবছাইটৰ পৰা শেহতীয়াকৈ ১৬টা গুৰুত্বপূৰ্ণ ফাইল ৰহস্যজনকভাৱে নোহোৱা হৈ যোৱা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ফাইলবোৰত কুখ্যাত যৌন অপৰাধী তথা প্ৰয়াত বিত্তীয় বিষয়া জেফ্ৰি এপষ্টেইনৰ কাৰ্যকলাপৰ সৈতে জড়িত বহু গোপন তথ্য আছিল। আচৰিত কথাটো হ’ল যে এই নথিপত্ৰসমূহ চৰকাৰী ৱেবছাইটত আপলোড কৰাৰ মাত্ৰ এদিনৰ ভিতৰতে আঁতৰাই পেলোৱা হয়। সন্ধানহীন হোৱা...
Read More
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন চমুকৈ এমজিএনৰেগাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিকশিত ভাৰত – নিয়োগ আৰু জীৱিকাৰ নিশ্চিতকৰণ অভিযান (গ্ৰামীণ ) বা ভিবিজি ৰাম জি বিল, ২০২৫ক লৈ সংসদত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে এক চৰকাৰী তথ্যই প্ৰকাশ কৰিছে যে শেহতীয়াকৈ ১৬.৩ লাখতকৈ অধিক শ্ৰমিকৰ নাম এমজিএনৰেগাৰ তালিকাৰ পৰা আঁতৰাই...
Read More
মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ মাত্ৰ এবছৰৰ ভিতৰতে বিৰোধী শিবিৰত মোক্ষম আঘাট পৰিছে। কংগ্ৰেছ দলে চৰকাৰীভাৱে ঘোষণা কৰিছে যে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ সৈতে তেওঁলোকৰ মিত্ৰতাৰ অন্ত পৰিছে। বিশ্বৰ আটাইতকৈ ধনী পৌৰ নিগম হিচাপে পৰিচিত বৃহনমুম্বাই পৌৰ নিগমৰ (বিএমচি) আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলে যুঁজ দিব। মুম্বাই কংগ্ৰেছৰ পৰ্যবেক্ষক ৰমেশ চেন্নীথালাই এই...
Read More
নিম গছক ভাৰতীয় সংস্কৃতিত এক ‘মহৌষধ’ হিচাপে গণ্য কৰা হয়। ইয়াৰ ঔষধি গুণৰ বাবে ইয়াক ‘গাঁৱলীয়া দৰবৰ ভঁৰাল’ বুলিও কোৱা হয়। নিম গছৰ পাত, ছাল, ফল আৰু শিপা—প্ৰতিটো অংশই কোনো না কোনো ধৰণৰ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু শৰীৰক বিভিন্ন বীজাণুৰ পৰা সুৰক্ষিত কৰি ৰখাত নিমে গুৰুত্বপূৰ্ণ...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources